Shuru
Apke Nagar Ki App…
সুখচৰ আৰক্ষীয়ে শান্তিপুৰত অভিযান চলাই ১৫০ টা কফ ছিৰাপৰ লগতে এজনক আটক কৰে। আৰক্ষীয়ে কেনেদৰে চলায় ড্ৰাগছৰ বিৰুদ্ধে অভিযান! কেনেদৰে ড্ৰাগছ সৰবৰাহকাৰীক কৰা হয় তালাচী! T News
T News
সুখচৰ আৰক্ষীয়ে শান্তিপুৰত অভিযান চলাই ১৫০ টা কফ ছিৰাপৰ লগতে এজনক আটক কৰে। আৰক্ষীয়ে কেনেদৰে চলায় ড্ৰাগছৰ বিৰুদ্ধে অভিযান! কেনেদৰে ড্ৰাগছ সৰবৰাহকাৰীক কৰা হয় তালাচী! T News
More news from অসম and nearby areas
- Post by Md Romio Mehadi1
- Post by T News1
- ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।1
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- ধুবুৰীৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গুণ্ডাগিৰি। সাংবাদিকৰ মূৰত পিস্তল লগাই হত্যাৰ ভাবুকি ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদাৰ। আৰক্ষীৰ ভাবুকিত নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক। বালাজান অঞ্চলৰ দুৰ্নীতি অনিয়মৰ বাতৰি কৰাই দোষ নে সাংবাদিক সহিদুল হকৰ? বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদা ৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল। শনিবাৰ নিশা আঠ বজাত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি আৰক্ষী বিষয়া মেলছোদাই দুই আৰক্ষী কনিষ্টবলক লগত লৈ বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ। আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক অত্যাচাৰ। তিনিঘণ্টামানৰ মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি।কাৰোবাক অবগত কৰিলে দিয়ে এনকাউন্টাৰৰ ভাবুকি। চৰম নিৰাপত্তাত ভুগি দেওবাৰ নিশা গৌৰীপুৰ থানাত দাখিল কৰে এজাহাৰ। বাইট : সহিদুল হক।1
- Post by Sakandar Ali2
- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলাম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। কোনে কিমান কামৰ মানুহ বুলি ৰাইজৰ মাজত বৰ্ণনা কৰে আশ্ৰাফুল ইছলামে। উক্ত সভাত আজি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিব।1
- Post by T News1