Shuru
Apke Nagar Ki App…
বিশ্বনাথত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত প্রতিবাদী মৌন শিখা সমদল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ছয়মাহ পাৰ হোৱাৰ পাছতো শিল্পীগৰাকী ন্যায় লাভ নকৰা আৰু শিল্পীগৰাকীৰ ন্যায়ৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ প্ৰতিশ্রুতি পূৰণত ব্যৰ্থ হোৱা লগতে জুবিন ক্ষেত্ৰ বিশ্ব মানদণ্ডৰ পৰ্যটন ক্ষেত্ৰ ৰূপে নিৰ্মাণৰ দাবীত এই প্ৰতিনাদী কাৰ্যসূচী ৰূপায়ন কৰে। #NewsUpdate #BreakingNews #assam #Biswanath #খবৰ২৪বিশ্বনাথ #ZubeenGarg
KHABAR 24 BISWANATH

More news from অসম and nearby areas
- Post by KHABAR 24 BISWANATH1
- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- মোৰ দেউতা দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক আছিল। তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছে। এইবাৰো বিপুল ভোটত জয়ী হ'ব ৰূপহীহাট সমষ্টিৰ পৰা। এই মন্তব্য ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ1
- নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই আকৰ্ষণীয় হৈ পৰিল চামগুৰি সমষ্টি। চামগুৰি সমষ্টিত অনিল শইকীয়াক বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান। প্ৰাৰ্থীত্ব লাভ কৰিয়েই প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।1
- চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।1
- চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ1
- প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পাছতেই অনিল শইকীয়াৰ কঢ়ালি গাওঁ স্থিত বাসভৱনত কৰ্মী সমৰ্থকৰ ভীৰ1
- Post by KHABAR 24 BISWANATH1