Shuru
Apke Nagar Ki App…
অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কায্যসূচী অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট। জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা, অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা, অসম চুক্তি ৰূপায়ণেৰে বাংলাদেশী বিতাৰণ কৰা আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট। তিনিচুকীয়া ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই ধৰ্মঘট কাৰ্যসূচী।
Tinsukia TIME
অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কায্যসূচী অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট। জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা, অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা, অসম চুক্তি ৰূপায়ণেৰে বাংলাদেশী বিতাৰণ কৰা আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট। তিনিচুকীয়া ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই ধৰ্মঘট কাৰ্যসূচী।
More news from অসম and nearby areas
- MAJULI BREAKING @ ৰঙালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। ফেৰী পৰা পানীত পৰা যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।1
- সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে1
- নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।3
- Post by অঞ্জন শইকীয়া1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- 📌লোকসভাৰ অধিবেশনত মহিলা সংৰক্ষণ আৰু সীমা নিৰ্ধাৰণ বিধেয়কক লৈ বিজেপিক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ 📌মহিলাৰ সংৰক্ষণ বিধেয়কক লৈ বিজেপিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ 📌মহিলাক প্ৰতিনিধিত্ব দিয়াৰ পৰিৱৰ্তে বিধেয়কখনক লৈ ৰাজনীতি কৰাৰ ইংগিত বিজেপিৰ বিৰুদ্ধে #LokSabha #WomenReservation #GauravGogoi1
- যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক1
- আজি গৰু বিহু। ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু। গো- ধনৰ শ্ৰী বৃদ্ধিৰ কামনাৰে মাহ- হালধীৰে গৰুক নোৱাই ধোৱাই যোগীবাৰী পৰ্যটন ক্ষেত্ৰৰ নান্দনিক পৰিৱেশত গৰু বিহু উদযাপন কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে স্থানীয় ৰাইজে । চাটৰ লাউ , বেঙেনা, কেৰালা আদি সাজু কৰি আনিছে গৰু বিহুৰ বাবে । প্ৰতিবছৰেই যোগীবাৰী বিলত স্থানীয় ৰাইজৰ লগত একত্ৰিত হৈ পালন কৰি আহিছে গৰু বিহু। গৰু বিহুৰ দিনটোত স্থানীয় ৰাইজে যোগীবাৰী বিলৰ পাৰত বিহু গাই আনন্দত বিভোৰ হৈ পৰিছে ।3
- এই নতুন বছৰটি আপোনাৰ কেনে যাব? ব্যৱসায় বানিজ্য, পাৰিবাৰিক সমস্যা, মেল মুকৰ্দ্দমা, গৃহদোষ, কালদোষ, ৰাহু, কেতু , শণিৰ প্ৰভাৱ পৰিব নেকি আহি থকা বছৰটিত? আপুনি যদি ইয়াকে লৈ সমস্যাত পৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ নিচেই কাষতে আছে Astrologer Sulman ওৰফে চুলমান কবিৰাজ।1