logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

4 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
4 hrs ago

যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

More news from অসম and nearby areas
  • সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে
    1
    সামাজিক মাধ্যমত চৰ্চা চলিছে এটি ভিডিঅৰ। বান্দৰক লৈ কবিতা জুৰিলে এজন যুৱকে
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
  • Datura flowers
    1
    Datura flowers
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    1 hr ago
  • ​পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।
    4
    ​পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
  • আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    1
    আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    22 hrs ago
  • Aisa rasta Kajol
    1
    Aisa rasta Kajol
    user_Abu Tahir
    Abu Tahir
    নামচাং, লংলেং, নাগালেণ্ড•
    8 hrs ago
  • নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড় চুমিত গুৱালা কাৰ্তিক ৰজত. চুমিত গড়। যুৱতী গৰাকীৰক চুলিত ধৰি যুৱক কেইজনে মাৰপিট কৰে। ছোৱালী জনী অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    3
    নুমলীগড়ৰ বকিয়ালত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক অশ্লীল মন্তব্য প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। চাৰিজন যুৱকে মদ্যপান কৰি যুৱতী গৰাকীৰ ঘৰত গৈ মাৰপিত কৰাৰ অভিযোগ। যুৱক কেইজন হল ক্ৰমে মনজিল গড়
চুমিত গুৱালা  কাৰ্তিক ৰজত. চুমিত গড়।  যুৱতী গৰাকীৰক  চুলিত ধৰি যুৱক কেইজনে  মাৰপিট কৰে।   ছোৱালী জনী  অচেতন হৈ পৰে।তাৰ পৰা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সৃষ্টি হয় গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীৰ সহ তিনিজন লোক উন্নত চিকিৎসাৰ বাবে কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। বগীজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহু বলিয়া ৰাইজ, পহিলা ব'হাগ দিনা মথুৰাপুৰত প্ৰতি বছৰৰ দৰে এইবছৰও চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰ বাসীৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক " মুকলি বিহু " অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ কাৰ্য্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰোৎপল গগৈয়ে, বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে আৰু সমান্তৰালকৈ ষোল্লখন বিহুৱান উত্তোলন কৰে ষোল্লগৰাকী বিশিষ্ট ব্যক্তিয়ে। ছহিদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল মেচে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইয়ে। নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে। অনুষ্ঠানত উদ্যোমী মহিলা চুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়। বিহুতলীত জ্যেষ্ঠ সকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে। লগতে জ্যেষ্ঠ সকলে একলগে বিহুৰ জলপান গ্ৰহণ কৰে।
    1
    বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহু বলিয়া ৰাইজ,
পহিলা ব'হাগ দিনা মথুৰাপুৰত প্ৰতি বছৰৰ দৰে এইবছৰও  
চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰ বাসীৰ সহযোগত
ষষ্ঠদশ বাৰ্ষিক
" মুকলি বিহু " অনুষ্ঠিত হয়।
অনুষ্ঠানটিৰ কাৰ্য্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰোৎপল গগৈয়ে,
বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁইয়ে আৰু সমান্তৰালকৈ ষোল্লখন বিহুৱান উত্তোলন কৰে ষোল্লগৰাকী বিশিষ্ট ব্যক্তিয়ে।
ছহিদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল মেচে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁইয়ে।
নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে।
অনুষ্ঠানত উদ্যোমী মহিলা চুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ বিশেষভাৱে সম্বদ্ধনা জনোৱা হয়।
বিহুতলীত জ্যেষ্ঠ সকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে।
লগতে জ্যেষ্ঠ সকলে একলগে বিহুৰ জলপান গ্ৰহণ কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
    1
    যোৱাবছৰ বিহুত মাজুলীত এনেদৰেই দেখা গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.