Shuru
Apke Nagar Ki App…
যোৱা ৰাতি এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা জনপ্ৰিয় শিক্ষক হাচান চাৰৰ নশ্বৰ দেহ আজি পুৱতি নিশাই তেওঁৰ কৰ্মথলী তথা নিজৰ বিদ্যালয়লৈ অনা হয়। শিক্ষকজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ বিদ্যালয়ৰ চৌহদত যোৱা ৰাতি এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা জনপ্ৰিয় শিক্ষক হাচান চাৰৰ নশ্বৰ দেহ আজি পুৱতি নিশাই তেওঁৰ কৰ্মথলী তথা নিজৰ বিদ্যালয়লৈ অনা হয়। শিক্ষকজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ বিদ্যালয়ৰ চৌহদত
Md shorif NE degitalnews
যোৱা ৰাতি এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা জনপ্ৰিয় শিক্ষক হাচান চাৰৰ নশ্বৰ দেহ আজি পুৱতি নিশাই তেওঁৰ কৰ্মথলী তথা নিজৰ বিদ্যালয়লৈ অনা হয়। শিক্ষকজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ বিদ্যালয়ৰ চৌহদত যোৱা ৰাতি এক পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা জনপ্ৰিয় শিক্ষক হাচান চাৰৰ নশ্বৰ দেহ আজি পুৱতি নিশাই তেওঁৰ কৰ্মথলী তথা নিজৰ বিদ্যালয়লৈ অনা হয়। শিক্ষকজনক শেষবাৰৰ বাবে চাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ বিদ্যালয়ৰ চৌহদত
More news from Tinsukia and nearby areas
- বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ। বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।1
- দুলীয়াজানত উত্তাল প্ৰতিবাদ: পথ নিৰ্মাণত লেহেমীয়া গতিৰ অভিযোগত কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ : দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কঠালগুৰি অঞ্চলত আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধুটিংৰ পৰা বকুলনি চাৰিআলি হৈ কঠালগুৰি OCSলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা (PMGSY)ৰ অধীনস্থ পথটোৰ দীৰ্ঘদিনীয়া লেহেমীয়া নিৰ্মাণ কাৰ্যক লৈ স্থানীয় শতাধিক ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উত্তেজিত ৰাইজে কঠালগুৰি OCSৰ মুখ্য প্ৰৱেশদ্বাৰ অৱৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বহু মাহ পূৰ্বেই পথটোৰ কাম আৰম্ভ কৰা হৈছিল যদিও বাৰে বাৰে কাম বন্ধ হৈ থকাৰ বাবে আজিও ই সম্পূৰ্ণ হৈ উঠা নাই। অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ বাবে সামান্য বৰষুণতেই পথটো বোকাময় হৈ পৰে। ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা সাধাৰণ পথচাৰীয়ে দৈনিক জীয়াতু ভুগিবলগীয়া হৈছে। ঠিকাদাৰী প্ৰতিষ্ঠান, সংশ্লিষ্ট বিভাগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ মাজত থকা চৰম সমন্বয়হীনতাৰ বাবেই জনসাধাৰণে এই নৰকযন্ত্ৰণা ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।প্ৰতিবাদকাৰী ৰাইজে অতি শীঘ্ৰে এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে কামত হোৱা পলমৰ সঠিক কাৰণ ৰাজহুৱা কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি, প্ৰশাসনে যদি অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ইয়াতকৈও অধিক ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ৰাইজে হুংকাৰ প্ৰদান কৰে।4
- টেঙাপুখুৰীত নিশা বান পৰিস্থিতিৰ পৰ্যালোচনা আয়ুক্ত নেহা যাদৱৰ শুক্ৰবাৰে চৰাইদেউৰ দিজৈখনাৰ বাঢ়নী পানীয়ে টেঙাপুখুৰীত কিছু পানী বৃদ্ধি পোৱাত নিশা জিলাৰ আয়ুক্তৰ টেঙাপুখুৰী পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ।1
- শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।2
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । *বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ* প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।1
- লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত' #assamesetalksnow #NewsUpdate #lakhimpurassam1
- *চফ্ৰাই নৈৰ ওপৰত থকা দলঙৰ খোটা ভাঙি নিয়ে বাঢ়নী পানীয়ে* চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাওঁ হৈ চেপন অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিত চফ্ৰাই নৈৰ ওপৰত থকা হলি দলঙৰ খুটা যোৱা কালি নতুন কৈ হোৱা বাঢ়নি পানীয়ে ভাঙি পেলোৱাত দলংখন ভয়ংকৰ ৰূপত আছে। যি কোনো মুহুৰ্ততে দলংখন তললৈ পৰি যোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে দলঙৰ ওপৰেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিছে। চলাপথাৰ, লাকুৱা, মথুৰাপুৰ, শিমলুগুৰি, দিছাংপানী, মাহমাৰ, চেপন আদি ৰাইজে বৰ্তমান যাতায়তৰ বাবে এই পথৰ পৰিবৰ্তে অন্য পথেৰে অহা যোৱা কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায়।1