logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । *বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ* প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।

3 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
3 hrs ago

প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । *বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ* প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।

More news from অসম and nearby areas
  • শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ | শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    2
    শিৱসাগৰৰ যুৱদলত আজমল ফাউণ্ডেচনৰ বিশেষ মত বিনিময় অনুষ্ঠান‍ |
শিৱসাগৰৰ ঐতিহাসিক যুৱদল প্ৰেক্ষাগৃহত আজমল ফাউণ্ডেচনৰ উদ্যোগত এক বিশেষ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।​উক্ত অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজসেৱক হাজী বদৰুদ্দিন আজমল উপস্থিত থাকি ৰাইজৰ সৈতে বিভিন্ন বিষয়ত আলোকপাত কৰে। সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু শেহতীয়া সামাজিক পৰিস্থিতিৰ সন্দৰ্ভত উপস্থিত ৰাইজ আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে এই মত বিনিময় কাৰ্যসূচী ৰূপায়িত কৰা হয়।​অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ কাৰ্যকৰ্তা, স্থানীয় বিশিষ্ট ব্যক্তি তথা ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    1
    তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক 
উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    user_Pallab jyoti ujonir barta
    Pallab jyoti ujonir barta
    বৰডুমচা, তিনিচুকীয়া, অসম•
    22 hrs ago
  • বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ। বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।
    1
    বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ ।

চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।
বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ ।
চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    23 min ago
  • লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত' #assamesetalksnow #NewsUpdate #lakhimpurassam
    1
    লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ
শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই
মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত'
#assamesetalksnow 
#NewsUpdate 
#lakhimpurassam
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    3 hrs ago
  • প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । *বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ* প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ কাছ। চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়। অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।
    1
    প্ৰলয়ংকাৰী বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ । 
*বানত উটি অহা বিৰল প্ৰজাতি কাছ মাইবেলাত উদ্ধাৰ*
প্ৰলয়ংকাৰী বানে উটোৱাই আনিলে প্ৰায় ১০ কেজি ওজনৰ  কাছ।
চৰাইদেউ জিলাৰ ১০১ নং গ্ৰাণ্ট মাইবেলা কৃষিপাম গাওঁৰ পথৰ ওপৰত বৃহস্পতিবাৰে নিশা বানে উটোৱাই অনা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয়।
অৱশেষত কাছ জনী বন বিভাগক চমজাই দিলে মাইবেলাৰ প্ৰকৃতিপ্ৰেমী ৰাইজে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    3 hrs ago
  • মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।
    1
    মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। 
শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। 
বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। 
মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী।
জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত  অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। 
মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    11 hrs ago
  • *চফ্ৰাই নৈৰ ওপৰত থকা দলঙৰ খোটা ভাঙি নিয়ে বাঢ়নী পানীয়ে* চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাওঁ হৈ চেপন অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিত চফ্ৰাই নৈৰ ওপৰত থকা হলি দলঙৰ খুটা যোৱা কালি নতুন কৈ হোৱা বাঢ়নি পানীয়ে ভাঙি পেলোৱাত দলংখন ভয়ংকৰ ৰূপত আছে। যি কোনো মুহুৰ্ততে দলংখন তললৈ পৰি যোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে দলঙৰ ওপৰেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিছে। চলাপথাৰ, লাকুৱা, মথুৰাপুৰ, শিমলুগুৰি, দিছাংপানী, মাহমাৰ, চেপন আদি ৰাইজে বৰ্তমান যাতায়তৰ বাবে এই পথৰ পৰিবৰ্তে অন্য পথেৰে অহা যোৱা কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায়।
    1
    *চফ্ৰাই নৈৰ ওপৰত থকা দলঙৰ খোটা ভাঙি নিয়ে বাঢ়নী পানীয়ে*

চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাওঁ হৈ চেপন অভয়পুৰ আলিত সংযোগ কৰা জয়ন্তী আলিত চফ্ৰাই নৈৰ ওপৰত থকা হলি দলঙৰ খুটা যোৱা কালি নতুন কৈ হোৱা বাঢ়নি পানীয়ে ভাঙি পেলোৱাত দলংখন ভয়ংকৰ ৰূপত আছে। যি কোনো মুহুৰ্ততে দলংখন তললৈ পৰি যোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে দলঙৰ ওপৰেৰে যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰাখিছে।

চলাপথাৰ, লাকুৱা, মথুৰাপুৰ, শিমলুগুৰি, দিছাংপানী, মাহমাৰ, চেপন আদি ৰাইজে বৰ্তমান যাতায়তৰ বাবে এই পথৰ পৰিবৰ্তে অন্য পথেৰে অহা যোৱা কৰিবৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায়।
    user_News
    News
    Newsagent নাজিৰা, শিৱসাগৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.