Shuru
Apke Nagar Ki App…
সৰুপথাৰত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিকৰ বিশ্ব শ্ৰমিক দিৱস উদযাপন | Celebrating World Labour Day 2026 celebrating world labour day 2026 world labour day news 2026 world labour day news today world labour day latest news world labour day news live world labour day news world labour day 2026 #worldlabourday #labourday2026 #newsupdate #latestnews #newsfeed #news #sarupatharlive
সৰুপথাৰ Live
সৰুপথাৰত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিকৰ বিশ্ব শ্ৰমিক দিৱস উদযাপন | Celebrating World Labour Day 2026 celebrating world labour day 2026 world labour day news 2026 world labour day news today world labour day latest news world labour day news live world labour day news world labour day 2026 #worldlabourday #labourday2026 #newsupdate #latestnews #newsfeed #news #sarupatharlive
More news from অসম and nearby areas
- Post by দিব্য জ্যোতি ভূঞা1
- তেজপুৰ ৰূপাজুলি চাহ বাগিচাত কিয় চাহ গছৰ পুলিক অসমীয়া গামোচাৰে সন্মান প্ৰদান কৰে। চাওঁ আহক।1
- EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL ৰ মতে অসমত এইবাৰ গঠন হ'ব বি জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।1
- কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ1
- Post by Saan Miya1
- Post by Mustak ali1
- Post by দিব্য জ্যোতি ভূঞা1
- ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।1
- Post by Mustak ali1