logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব। EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।

2 hrs ago
user_SANJIT SAIKIA
SANJIT SAIKIA
Video Creator মাজুলী, মাজুলী, অসম•
2 hrs ago

EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব। EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।

More news from অসম and nearby areas
  • EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।
    1
    EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ।
কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL
অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল।
EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ।
কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে।
ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে।
EXIT POOL সঠিক নহয়
মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ
    1
    কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত
বৃহৎ অজগৰ উদ্ধাৰ
    user_Smriti Rekha Lahon
    Smriti Rekha Lahon
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    7 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    9 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    4
    ​এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    3
    হয়, এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া "মৰঙি চাহ বাগিচাৰ"। ভাৰতীয় চাহ মজদুৰ সংঘৰ মৰঙি চাহ বাগিচা শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস। আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চাহ বাগিচাখন গঢ় দিয়াত অন্যতম ভুমিকা পালন কৰা জ্যেষ্ঠ শ্ৰমিক সকলৰ হাত-ভৰি ধুৱাই, চৰণ চুই সেৱা জনোৱাৰ লগতে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থী সকলকো সম্বৰ্ধনা জনায়।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    7 hrs ago
  • জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ
উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে
আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ।
CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ।
ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয়
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    10 hrs ago
  • Post by দিব্য জ্যোতি ভূঞা
    1
    Post by দিব্য জ্যোতি ভূঞা
    user_দিব্য জ্যোতি ভূঞা
    দিব্য জ্যোতি ভূঞা
    Local News Reporter নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.