Shuru
Apke Nagar Ki App…
ৰক্তদান মহান দান, ৰক্ত দানে কাৰোবাৰ জীৱন বচাব পাৰে। নিয়মিত ৰক্তদানে শৰীৰত আইৰণৰ মাত্ৰা ভাৰসম্য ৰক্ষা কৰে। নিয়মিত ৰক্তদানে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাটো সহায় কৰে। এটোপাল ৰক্তৰ বাবে কেতিয়াবা ৰোগীয়ে চিকিৎসালয়ত হাহাকাৰ কৰিবলগীয়া হয়। তেজ বিচাৰি বহু সময়ত আত্মীয় স্বজনক ফোন কৰিও নিৰাশ হবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। শিৱসাগৰত অল অইল ৱকাৰ্চ ইউনিয়নৰ কৰ্মচাৰীয়ে আজি হাতত ললে ব্যতিক্ৰমী পদক্ষেপ আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি ইউনিয়নে জয়সাগৰ অসামৰিক চিকিৎসালয়, শিৱসাগৰত অনুষ্ঠিত কৰিলে ৰক্তদান শিবিৰ। ইউনিয়নৰ কৰ্মচাৰী সকলৰ লগতে শিৱসাগৰৰ ভালে কেইজন ব্যক্তিয়ে উক্ত শিবিৰত ৰক্তদান কৰে। ৰক্তদান শিবিৰত চিকিৎসকৰ উপস্থিতিত এখনি সজাগতামূলক সভাও অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে আটাছুৰ সভাপতি বসন্ত গগৈ।
Mustak ali

More news from অসম and nearby areas
- Post by Mustak ali1
- এক নং চিন্তামণিগড় গাঁও পঞ্চায়তৰ সচিব অৰূপ সন্দিকৈৰ কাৰ্যকালৰ সমাপ্তি উপলক্ষে আজি এক আড়ম্বৰপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন হয়। ২০২১ চনৰ নৱেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা সন্দিকৈয়ে সুদীৰ্ঘ সেৱাৰ অন্তত ২০২৬ চনৰ ৩০ এপ্ৰিলত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বিশেষ দিনটোত তেওঁক চিন্তামণিগড় তিনিআলিৰ পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে হুঁচৰি দলে ঢোলে-দগৰে সন্মানেৰে আগুৱাই আনি কাৰ্যালয়লৈ আদৰি আনে। বিদায় অনুষ্ঠানত চিন্তামণিগড় আৰু বামুণ পুখুৰী গাঁও পঞ্চায়তৰ সভাপতিদ্বয়ৰ লগতে কলিয়াপানী খণ্ড উন্নয়ন বিষয়া, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী আৰু ৱাৰ্ড সদস্যসকল উপস্থিত থাকি তেওঁৰ ভৱিষ্যৎ জীৱনৰ কুশল কামনা কৰে। উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে বিদায়ী সচিবগৰাকীৰ নিষ্ঠা আৰু কৰ্মতৎপৰতাৰ শলাগ লৈ তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।4
- কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ1
- Post by Charaideo news1
- Post by Moran Dorpon1
- সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।1
- EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL ৰ মতে অসমত এইবাৰ গঠন হ'ব বি জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।1
- Post by Mustak ali1