logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ নগৰৰ থানামুখত ড° বি আৰ আম্বেদকাৰ ফাউণ্ডেচনে পালন কৰে সতী ৰাধিকা স্মৃতি দিৱস। থানামুখৰ সতী ৰাধিকা উদ্যানত পালন কৰে মহান নাৰী গৰাকীৰ স্মৃতি দিৱস। শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠানতে কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে আম্বেদকাৰ ফাউণ্ডেচনে। সতী ৰাধিকাৰ গৰিমাক শৈক্ষিকভাৱে আগবঢ়াই নিবলৈ চৰকাৰলে দাবী উত্থাপন কৰিছে বি আৰ আম্বেদকাৰ ফাউণ্ডেচনে।

3 hrs ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
3 hrs ago

শিৱসাগৰ নগৰৰ থানামুখত ড° বি আৰ আম্বেদকাৰ ফাউণ্ডেচনে পালন কৰে সতী ৰাধিকা স্মৃতি দিৱস। থানামুখৰ সতী ৰাধিকা উদ্যানত পালন কৰে মহান নাৰী গৰাকীৰ স্মৃতি দিৱস। শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উক্ত অনুষ্ঠানতে কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে আম্বেদকাৰ ফাউণ্ডেচনে। সতী ৰাধিকাৰ গৰিমাক শৈক্ষিকভাৱে আগবঢ়াই নিবলৈ চৰকাৰলে দাবী উত্থাপন কৰিছে বি আৰ আম্বেদকাৰ ফাউণ্ডেচনে।

More news from অসম and nearby areas
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত বৃহৎ অজগৰ উদ্ধাৰ
    1
    কলীয়াপানীত দুগ্ধ সংসাধন প্ৰকল্পৰ ভিতৰত
বৃহৎ অজগৰ উদ্ধাৰ
    user_Khabar 24x7 Assam
    Khabar 24x7 Assam
    Local News Reporter টীয়ক, যোৰহাট, অসম•
    10 hrs ago
  • Post by Charaideo news
    1
    Post by Charaideo news
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
  • সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি। বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    1
    সোণাৰিত বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰটিক ২০২৬ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা  প্ৰদান। বহুকেইগৰাকী বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সোণাৰিত অনুষ্ঠিত হোৱা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱসৰ মুকলি সভাত প্ৰদান কৰা হ'য় বঁটাটি।
বিগত বছৰসমূহৰ দৰে এইবাৰো সোণাৰিত আয়োজন কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।
বীৰাঙ্গনা মূলাগাভৰুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা সোঁৱৰণ কৰি ২০১৩ চনৰপৰাই টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বঁটাটি।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    16 hrs ago
  • EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ। কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল। EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ। কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে। ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে। EXIT POOL সঠিক নহয় মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।
    1
    EXIT POOL সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মাজুলী সমষ্টিৰ কংগ্ৰছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৰ।
কালি প্ৰকাশ পালে বহু প্ৰত্যাসিত EXIT POOL
অহা ৪ মে'ত ঘোষণা হ'ব বিধান সভা নিৰ্বাচনৰ ফলাফল।
EXIT POOL  ৰ মতে অসমত এইবাৰ গঠন হ'ব বি    জেপি মিত্ৰজোটৰ চৰকাৰ।
কিন্তু কালি প্ৰকাশ পোৱা EXIT POOL ক প্ৰত্যাখ্যান কৰিছে ৯৮ নং মাজুলী বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডঃ ইন্দ্ৰনীল পেগুৱে।
ইন্দ্ৰনীল পেগুৰ মতে সংস্থা সমূহে যি EXIT POOL দিছে সেইয়া চৰকাৰ সপক্ষে দিছে।
EXIT POOL সঠিক নহয়
মাজুলীত এইবাৰ কংগ্ৰেছ জয় হব আৰু অসমত কংগ্ৰেছ চৰকাৰ গঠন হব।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    5 hrs ago
  • জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ। CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ। ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয় যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    জুয়ে পোৰা সোণ হৈ বাণিজ্যিক শাখাত যোৰহাটৰ ব্ৰিলীয়েঞ্চ একাডেমিৰ পৰা উজ্বলিল দক্ষিণ যোৰহাটৰ নাম জামুগুৰি অঞ্চলৰ জিণ্টু গগৈ
উল্লেখযোগ্য যে নৱম শ্ৰেণীত দেউতাকক হেৰুৱাই মাকে কঠোৰ সংগ্ৰাম কৰি ব্ৰিলিয়েঞ্চ একাডেমি নামৰ ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰি বাণিজ্যিক শাখাৰ পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ মুঠ 86 শতাংশ নম্বৰ লৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে জিণ্টু গগৈয়ে
আৰ্থিক অনাটনৰ হাজাৰ বাধা নেউচি ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি মাতৃযে কঠোৰ সংগ্ৰামৰ মাজেৰে ঘৰৰ এক মাত্ৰ সন্তান জিন্টু গগৈৰ সাফল্যত উৎফুল্লিত ঘৰখনৰ লগতে স্থানীয় ৰাইজ।
CBSE বৰ্ডৰ পৰা 75 শতাংশ নম্বৰ লৈ দুবছৰৰ আগতে উত্তীৰ্ণ হৈছিল জিণ্টু গগৈ।
ভৱিষ্যতে এজন চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ সপোন বুকুত বান্ধি সপোন দেখিছে জিণ্টু গগৈ হয়
যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ সহযোগত ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    13 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.