logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ

9 hrs ago
user_Bokajan TV
Bokajan TV
ডিফু, কাৰ্বি আংলং, অসম•
9 hrs ago

লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ

More news from অসম and nearby areas
  • লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ
    1
    লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ

লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    9 hrs ago
  • হোজাইত অবৈধ দৰৱ দোকানীৰ বিৰুদ্ধে অভিযান।ঔষধ পৰিদৰ্শক বনৰাই ৰংমাইৰ নেতৃত্বত অভিযান।
    1
    হোজাইত অবৈধ দৰৱ দোকানীৰ বিৰুদ্ধে অভিযান।ঔষধ পৰিদৰ্শক বনৰাই ৰংমাইৰ নেতৃত্বত অভিযান।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    12 hrs ago
  • ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল প্ৰতিযোগিতাত ঘিলাধাৰী চাহ বাগিচা ফুটবল দলে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা তুমুল প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলত ঘিলাধাৰী দলে মেৰাপানী টাওন ক্লাবক একমাত্ৰ গ'লত পৰাজিত কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে ঘিলাধাৰী চাহ বাগিচা দলৰ জানটু কৰ্মকাৰে। চুড়ান্ত খেলখন শুভ উদ্বোধন কৰে গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে। শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ড° নৃপেন বৰুৱা, সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, শিক্ষাবিদ চফিউল ৰহমান, জ্যেষ্ঠ সাংবাদিক দুগ্ধ দত্ত, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক সঞ্জীৱ ভৰালী,প্ৰদীপ চাংমাই, আমজাদ খান আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ফৰকাটিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ নাথে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায় ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক যতীন বৰাই।‌ গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট . . . .
    1
    ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল
ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল প্ৰতিযোগিতাত ঘিলাধাৰী চাহ বাগিচা ফুটবল দলে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা তুমুল প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলত ঘিলাধাৰী দলে মেৰাপানী টাওন ক্লাবক একমাত্ৰ গ'লত পৰাজিত কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে ঘিলাধাৰী চাহ বাগিচা দলৰ জানটু কৰ্মকাৰে। চুড়ান্ত খেলখন শুভ উদ্বোধন কৰে গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে। শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ড° নৃপেন বৰুৱা, সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, শিক্ষাবিদ চফিউল ৰহমান, জ্যেষ্ঠ সাংবাদিক দুগ্ধ দত্ত, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক সঞ্জীৱ ভৰালী,প্ৰদীপ চাংমাই, আমজাদ খান আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ফৰকাটিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ নাথে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায় ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক যতীন বৰাই।‌
গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট
.
.
.
.
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
  • দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    1
    দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী  উদ্যোগ  উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
  • অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    15 hrs ago
  • 📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে। ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।
    1
    📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।
চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা।
বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে।
ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।
    1
    নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/

নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা
নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/
কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। নুমলীগড়ত বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা গঠন নুমলীগড়, ১৫ ছেপ্টেম্বৰ: নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। সন্থাটোৰ মূল লক্ষ্য হৈছে চালকসকলৰ কল্যাণ, অধিকাৰ সুৰক্ষা, চৰকাৰী আঁচনিৰ সুবিধা লাভত সহায় আৰু চালকসকলৰ মাজত একতা বৃদ্ধি কৰা। লগতে প্ৰশিক্ষণ, স্বাস্থ্য আৰু দুৰ্ঘটনা বীমা, চাৰ্জিং সুবিধা, পৰিৱেশ সুৰক্ষা আৰু অসুস্থ-দুৰ্ঘটনাগ্ৰস্ত চালকক সহায়ৰ বাবেও পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। সন্থাৰ সভাপতি ৰুবুল আহমেদ আৰু সাধাৰণ সম্পাদক বিকাশ তাঁতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। News desk report focus axom 24 . . . . #facebookpost #nonfollowers #FocusAxom24 #highlightseveryone #everyonefollowers
    1
    নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়।
নুমলীগড়ত বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা গঠন
নুমলীগড়, ১৫ ছেপ্টেম্বৰ: নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়।
সন্থাটোৰ মূল লক্ষ্য হৈছে চালকসকলৰ কল্যাণ, অধিকাৰ সুৰক্ষা, চৰকাৰী আঁচনিৰ সুবিধা লাভত সহায় আৰু চালকসকলৰ মাজত একতা বৃদ্ধি কৰা। লগতে প্ৰশিক্ষণ, স্বাস্থ্য আৰু দুৰ্ঘটনা বীমা, চাৰ্জিং সুবিধা, পৰিৱেশ সুৰক্ষা আৰু অসুস্থ-দুৰ্ঘটনাগ্ৰস্ত চালকক সহায়ৰ বাবেও পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে।
সন্থাৰ সভাপতি ৰুবুল আহমেদ আৰু সাধাৰণ সম্পাদক বিকাশ তাঁতি হিচাপে দায়িত্ব গ্ৰহণ কৰে।
News desk report focus axom 24 
.
.
.
.
#facebookpost #nonfollowers #FocusAxom24 
#highlightseveryone #everyonefollowers
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.