ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল প্ৰতিযোগিতাত ঘিলাধাৰী চাহ বাগিচা ফুটবল দলে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা তুমুল প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলত ঘিলাধাৰী দলে মেৰাপানী টাওন ক্লাবক একমাত্ৰ গ'লত পৰাজিত কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে ঘিলাধাৰী চাহ বাগিচা দলৰ জানটু কৰ্মকাৰে। চুড়ান্ত খেলখন শুভ উদ্বোধন কৰে গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে। শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ড° নৃপেন বৰুৱা, সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, শিক্ষাবিদ চফিউল ৰহমান, জ্যেষ্ঠ সাংবাদিক দুগ্ধ দত্ত, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক সঞ্জীৱ ভৰালী,প্ৰদীপ চাংমাই, আমজাদ খান আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ফৰকাটিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ নাথে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায় ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক যতীন বৰাই। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট . . . .

- বিহপুৰীয়া মহাবিদ্যালয়ত নৱাগত আদৰণি সভাত শৈক্ষিক বটা বিতৰণ বিহপুৰীয়াঃআজি বিহপুৰীয়া মহাবিদ্যালয়ত অনুস্হিত কৰা নৱাগত আদৰণি সভা খনত মাধৱদেৱ গৱেষনা অধ্যয়ন আৰু বৌদ্ধিক জাগৰণ পৰিষদে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শংকৰদেৱ মহাবিদ্যালয় খেৰাজখাট মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত অনুস্হিত কৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতাত ১১০ গৰাকী ছাত্ৰছাত্ৰী ৰ ভিতৰত ১২ গৰাকীয়ে স্হান দখল কৰিছিল৷ ইয়াৰে প্ৰথম গৰাকী কাৱেৰী বৰাই বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰা প্ৰথম স্হান দখল কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ আজি শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোনাৰাম কলিতা খেৰাজখাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃমৃদুল বুঢ়াগোহাই মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য বিৰেন্দ্ৰনাথ ভাগৱতী বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰা উপস্হিত থাকি এই শৈক্ষিক বটা বিতৰণ কৰে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ অমূল্য হাজৰিকাই সঞ্চালনা কৰা সভা খনত এই অনুস্হানৰ আত ধৰে জাগৰণ পৰিষদৰ সম্পাদক মনোৰঞ্জন শৰ্মা আৰু বিনোদ কৃষ্ণ শৰ্মাই৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- 📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে। ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।1
- নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।1
- ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।1
- লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ লাহৰিজানত জব্দ চোৰাং ভাৱে সৰবৰাহকৰা ১৫ টা পোহনীয়া কুকুৰ1
- *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।1
- লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ 🚨 BREAKING NEWS লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ বোকাজান মহকুমাৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীত জ/ব্দ/ কৰা হয় ১৫টা পোহনীয়া কুকুৰ। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই স/ৰব/ৰাহ/কা/ৰীক আ/ট/ক কৰিছে আৰক্ষীয়ে। AS 09 L 7201 নম্বৰৰ বাহনখনে ডিমাপুৰ অভিমুখে গৈ থকা সময়তে পুৰণা লাহৰীজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত কুকুৰকেইটা উদ্ধাৰ কৰা হয়। কুকুৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিফুৰ Sans Ronghang আৰু Prity Ronghangpiক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট। . . . . #BreakingNews #Lahorijan #Bokajan #KarbiAnglong #FocusAxom241
- জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন। জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন।1
- নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। তেওঁৰ লগত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনে আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।1