Shuru
Apke Nagar Ki App…
লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ 🚨 BREAKING NEWS লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ বোকাজান মহকুমাৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীত জ/ব্দ/ কৰা হয় ১৫টা পোহনীয়া কুকুৰ। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই স/ৰব/ৰাহ/কা/ৰীক আ/ট/ক কৰিছে আৰক্ষীয়ে। AS 09 L 7201 নম্বৰৰ বাহনখনে ডিমাপুৰ অভিমুখে গৈ থকা সময়তে পুৰণা লাহৰীজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত কুকুৰকেইটা উদ্ধাৰ কৰা হয়। কুকুৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিফুৰ Sans Ronghang আৰু Prity Ronghangpiক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট। . . . . #BreakingNews #Lahorijan #Bokajan #KarbiAnglong #FocusAxom24
ভাস্কৰ জ্যোতি দত্ত
লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ 🚨 BREAKING NEWS লাহৰীজানত জ/ব্দ/ চো/ৰাং/ভা/ৱে সৰ/বৰা/হ কৰা ১৫টা পোহনীয়া কুকুৰ বোকাজান মহকুমাৰ পুৰণা লাহৰীজানত আৰক্ষীৰ নাকা তালাচীত জ/ব্দ/ কৰা হয় ১৫টা পোহনীয়া কুকুৰ। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুই স/ৰব/ৰাহ/কা/ৰীক আ/ট/ক কৰিছে আৰক্ষীয়ে। AS 09 L 7201 নম্বৰৰ বাহনখনে ডিমাপুৰ অভিমুখে গৈ থকা সময়তে পুৰণা লাহৰীজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত কুকুৰকেইটা উদ্ধাৰ কৰা হয়। কুকুৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিফুৰ Sans Ronghang আৰু Prity Ronghangpiক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট। . . . . #BreakingNews #Lahorijan #Bokajan #KarbiAnglong #FocusAxom24
More news from অসম and nearby areas
- ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল ফৰকাটিং ক্ৰীড়া সন্থাৰ উদ্যোগত, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত ফৰকাটিং বয়জ হাইস্কুল খেলপথাৰত আয়োজিত বি ডিভিজন ফুটবল প্ৰতিযোগিতাত ঘিলাধাৰী চাহ বাগিচা ফুটবল দলে চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আজি অনুষ্ঠিত হোৱা তুমুল প্ৰতিদ্বন্দ্বিতামূলক ফাইনেল খেলত ঘিলাধাৰী দলে মেৰাপানী টাওন ক্লাবক একমাত্ৰ গ'লত পৰাজিত কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে ঘিলাধাৰী চাহ বাগিচা দলৰ জানটু কৰ্মকাৰে। চুড়ান্ত খেলখন শুভ উদ্বোধন কৰে গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল গগৈয়ে। শুভাৰম্ভণি অনুষ্ঠানত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ড° নৃপেন বৰুৱা, সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, শিক্ষাবিদ চফিউল ৰহমান, জ্যেষ্ঠ সাংবাদিক দুগ্ধ দত্ত, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক সঞ্জীৱ ভৰালী,প্ৰদীপ চাংমাই, আমজাদ খান আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ফৰকাটিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ নাথে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায় ফৰকাটিং ক্ৰীড়া সন্থাৰ সভাপতি, বিশিষ্ট ক্ৰীড়া সংগঠক যতীন বৰাই। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট . . . .1
- দক্ষিণ মৰঙী সমবায় সমিতিয়ে ২০লিটাৰ পানী বটলৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কম মূল্যত যোগান ধৰিব ৰাইজক ।খোৱা পানীৰ পানী উদ্যোগ উদ্বোধন খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।1
- Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.1
- মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷2
- বিশ্বনাথত নৱম সংখ্যক পোষণ মাহ উদযাপন। বিশ্বনাথত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ "আমাৰ অংগনৱাড়ী আমাৰ দায়িত্ব" - এই মূলমন্ত্ৰৰে আজিৰে পৰা বিশ্বনাথ জিলাত ৯ম ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি ৯ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে এই মাহজোৰা কাৰ্যসূচী পালন কৰা হৈছে। এই উপলক্ষে বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত জিলা আয়ক্ত কৰবী শইকীয়া কৰনে এই কাৰ্যসূচীৰ উদ্বোধনী ভাষণৰে এক সজাগতা সভাৰ আয়োজন কৰা হয়। এইবাৰৰ পোষণ মাহৰ ৫টা মূল লক্ষ্য হৈছে - খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰ'টিন।অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ প্ৰদান। সমাজৰ অংশীদাৰিত্ব আৰু দায়বদ্ধতা। শিশুৰ প্ৰাৰম্ভিক বিকাশৰ বাবে পুষ্টি আৰু শিক্ষা। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ১০ বছৰীয়া সফলতা উদযাপন। অংগনৱাড়ী কেন্দ্ৰসমূহক সমাজৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা আৰু পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে।4
- কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' 'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' 'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। 1
- অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। নুমলীগড়ত বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা গঠন নুমলীগড়, ১৫ ছেপ্টেম্বৰ: নুমলীগড়ত স্থানীয় বৈদ্যুতিক অট’ৰিক্সা চালকসকলক লৈ অনুষ্ঠিত সভাত “নুমলীগড় বৈদ্যুতিক অট’ৰিক্সা চালক সন্থা” গঠন কৰা হয়। সন্থাটোৰ মূল লক্ষ্য হৈছে চালকসকলৰ কল্যাণ, অধিকাৰ সুৰক্ষা, চৰকাৰী আঁচনিৰ সুবিধা লাভত সহায় আৰু চালকসকলৰ মাজত একতা বৃদ্ধি কৰা। লগতে প্ৰশিক্ষণ, স্বাস্থ্য আৰু দুৰ্ঘটনা বীমা, চাৰ্জিং সুবিধা, পৰিৱেশ সুৰক্ষা আৰু অসুস্থ-দুৰ্ঘটনাগ্ৰস্ত চালকক সহায়ৰ বাবেও পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। সন্থাৰ সভাপতি ৰুবুল আহমেদ আৰু সাধাৰণ সম্পাদক বিকাশ তাঁতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। News desk report focus axom 24 . . . . #facebookpost #nonfollowers #FocusAxom24 #highlightseveryone #everyonefollowers1