Shuru
Apke Nagar Ki App…
ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।
MR ABDUL MOTIN
ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।
More news from অসম and nearby areas
- ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়। ৰক্তদান আৰু মানৱ সেৱাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়াই অহা মঙলদৈৰ ৰক্তমিত্ৰ শেখৰ মজুমদাৰক অযোধ্যা ধামত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰক্তদান মহোৎসৱ আৰু ৰাষ্ট্ৰীয় সেৱা ৰত্ন সন্মান সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয়।1
- দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত।1
- মহাপুৰুষ মাধৱদেৱ অধ্যয়ন গৱেষণা আৰু বৌদ্ধিক জাগৰণ পৰিষদৰ পৰৱৰ্তী পদক্ষেপ বৰগীত বিহপুৰীয়া মহাবিদ্যালয়ত উপস্হিত হোৱা বিহপুৰীয়াৰ বিধায়ক ভূপেন কুমাৰ বৰাই আজি মহাপুৰুষ গৰাকীৰ সৃষ্টি ৰাজীক নৱ প্ৰজন্মৰ বাবে কঢ়িয়াই নিবলৈ গঠন কৰা জাগৰণ পৰিষদৰ ওপৰত কৰা মন্তব্য আৰু পৰিষদৰ দুগৰাকীকৈ যুটীয়া সম্পাদকে কৰা মন্তব্য৷ নৱজ্যোতি। শৰ্মা বিহকুৰীয়া৷2
- কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' 'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। কফিনত আবদ্ধ হৈ ঘৰলৈ উভতিল মাজুলী জামুৱনি গাৱঁৰ দিগন্ত দত্ত। জামুৱনি গাৱঁত কান্দোনৰ ৰোল, চকু চলচলীয়া প্ৰতিজনৰ। সপোন খেদি যোৱা দিগন্ত উভতিল কফিনত!' 'অনাথ হ'ল ৪ বছৰীয়া সন্তান, জামুৱনিত হিয়াভঙা কান্দোন'। দেউতা আহিব ফ্লাইতত ঘৰলৈ, বিশ্বকৰ্মা পূজাত দেউতাৰ লগত একেলগে গাৱঁৰ নামঘৰত ভাওঁনা চাম। কিন্তু দেউতাক আহিল ঘৰলৈ কফিনত। দেউতাকৰ লগত একেলগে নহল ভাওঁনা চোৱাৰ। সুস্থ শৰীৰেৰে হাতত এটা বেগ লৈ যিজন যুৱকে মাথোঁ দুমাহ পূৰ্বে সপোন খেদি হায়দাবাদলৈ ঢাপলি মেলিছিল... আজি তেওঁ উভতি আহিল। কিন্তু কোনো হাঁহি লৈ নহয়, এটা কাঠৰ কফিনত আবদ্ধ হৈ, নিথৰ হৈ। স্ব-গৃহত পালেহি বহিঃৰাজ্যত অকাল মৃত্যুক সাবটি লোৱা মাজুলীৰ জামুৱনি গাঁৱৰ ৩৩ বছৰীয়া যুৱক দিগন্ত দত্তৰ নশ্বৰ দেহ। দিগন্তৰ নিথৰ দেহ চোতালত ভৰি পৰাৰ লগে লগেই এক কৰুণ ক্ৰন্দনে সেমেকাই তুলিলে বহু জনৰ বুকু। হায়ডাবাদৰ কৰ্ম স্থলীতে অসুস্থ হৈ পৰা জামুৱনি গাৱঁৰ দিগন্ত দত্ত স্ব-গৃহলৈ আহি থাকোতে কলিকতাত মৃত্যুক সাবতি লগা হয়। পত্নী, অবোধ সন্তান আৰু আত্মীয়ৰ হিয়াভঙা কান্দোনে স্তব্ধ কৰি তুলিলে সমগ্ৰ জামুৱনি গাঁৱৰ পৰিৱেশ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দিগন্ত। সৰু হৈ থকা লৰাতোৰ এটা সুন্দৰ ভৱিষ্যত দিয়াৰ বাবেই, পৰিয়ালটোক পোহপাল দিয়াৰ তাড়নাতেই তেওঁ বুকুত মৰসাহ বান্ধি বহিঃৰাজ্যলৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। কামলৈ যোৱাৰ মাত্ৰ দুমাহৰ পাছতেই, হঠাতে নিয়তিৰ ওচৰত হাৰ মানিলে দিগন্তই। কোনে কাক বুজাব? যাৰ ওপৰত ভৰসা কৰি সমগ্ৰ পৰিয়ালটো জীয়াই আছিল, সেই মূৰব্বীজনেই আজি চিৰদিনৰ বাবে বিদায় ল’লে। দিগন্তৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ‘শ্ৰদ্ধাঞ্জলি আঁচনি’ৰ অধীনত দিগন্তৰ নশ্বৰ দেহ বহিঃ ৰাজ্যৰ পৰা বিমানেৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ আৰু তাৰ পিছত এম্বুলেন্সযোগে মাজুলীৰ বাসগৃহলৈ অনা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত মাজুলী জিলা আৰক্ষী-প্ৰশাসন, স্থানীয় বিধায়ক, জিলা প্ৰশাসন ললে বিশেষ দায়িত্ব। শেষত হিন্দু পৰম্পৰা আৰু ৰীতি-নীতিৰে জন্মস্থান জামুৱনি গাৱঁতে সম্পন্ন কৰা হয় দিগন্তৰ শেষকৃত্য। ইয়াৰ লগতে, চকুৰ সন্মুখতে আন্ধাৰ দেখা অনাথ সৰু সন্তান আৰু অসহায় পৰিয়ালটোক চৰকাৰে যাতে উপযুক্ত আৰ্থিক সহায় প্ৰদান কৰে, তাৰ বাবেও চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। 1
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত ভাৰতীয় সাংবাদিক মহাসংঘ(IJF) শিৱসাগৰ জিলা সমিতি আৰু সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতানুষ্ঠান/সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান৷ ভাৰতীয় সাংবাদিক মহাসংঘ (IJF), শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান "সমন্বয় সাংস্কৃতিক গোষ্ঠী"ৰ সৌজন্যত অহা ১৯ ছেপ্তেম্বৰ, শনিবাৰে শিৱসাগৰ চিনিয়ৰ চেকেণ্ডৰী স্কুলত প্ৰাণৰ শিল্পী, সূৰ্য্যকণ্ঠ #জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে “অসমীয়াৰ হিয়াৰ আমঠু, সূৰ্য্যকণ্ঠ জুবিন গাৰ্গৰ গীত আৰু বৃহত্তৰ অসমীয়া সমাজ” শীৰ্ষক এক *বক্তৃতানুষ্ঠান* ৰ লগতে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ জুবিনদাৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা অনুষ্ঠানভাগিলৈ সমূহ ৰাইজক আয়োজক সমিতিৰ হৈ শিৱসাগৰ জিলা আইজেএফৰ কাৰ্য্যকৰী সভাপতি দিগন্ত বৰাই সাদৰ আমন্ত্ৰণ জনাইছে৷4
- Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City Sri Sri Ganesh chaturthi puja celebration at J P R Road Jorhat City.1
- উজনি অসমৰ টীয়কত বলৰাম জয়ন্তী তথা কৃষক দিৱস উদযাপন |"সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন | ভাৰতীয় কিষাণ সংঘৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়ক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত "সুস্থ জীৱন, জৈৱিক কৃষি, স্বাৱলম্বী গাঁও" বাৰ্তাৰে বলৰাম জয়ন্তী উদযাপন কৰা হয়। জিলা সম্পাদক বিৰেণ দত্তই আঁত ধৰা এই অনুষ্ঠানত বিষয়াসকলে কৃষকসকলক জৈৱিক কৃষি আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়ে দিকদৰ্শন দিয়ে। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সফল ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।2
- এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। এজাক নেৰানেপেৰা বৰষুণতে জলমগ্ন হৈ পৰিল লখিমপুৰ জিলাৰ বৃহত্তৰ চাউলধোৱা অঞ্চল।আজি দিনৰ ভাগত অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি, ঘাগৰ আৰু কণানদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাত সমগ্ৰ অঞ্চলটোতে এই কৃত্ৰিম বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। #newsfeed #NewsUpdate1