logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মথুৰাপুৰ কৈলাশ ধাম লোকে-লোকাৰণ্য চৰাইদেউ জিলাৰ মথুৰাপুৰত অৱস্থিত কৈলাশ ধামত শিৱৰাত্ৰীৰ উপলক্ষে তৃতীয় দিনাও অগণণ ভক্তপ্ৰাণ লোকৰ আগমণ ঘটিছে । বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো মহাশিৱৰাত্ৰী তিনিদিনীয়া আয়োজন কৰা হয় ।

on 17 February
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
on 17 February

মথুৰাপুৰ কৈলাশ ধাম লোকে-লোকাৰণ্য চৰাইদেউ জিলাৰ মথুৰাপুৰত অৱস্থিত কৈলাশ ধামত শিৱৰাত্ৰীৰ উপলক্ষে তৃতীয় দিনাও অগণণ ভক্তপ্ৰাণ লোকৰ আগমণ ঘটিছে । বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো মহাশিৱৰাত্ৰী তিনিদিনীয়া আয়োজন কৰা হয় ।

More news from অসম and nearby areas
  • ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    2
    ​আমগুৰি হীৰা গাঁৱৰ আজিজুৰ ৰহমান আৰু চাহিদা বেগমৰ একমাত্ৰ কন্যা চাহিন আফতাৰ ৰহমানে শাৰীৰিক অসুস্থতাক নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। আমগুৰিৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ এই গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ আগমুহূৰ্তলৈকে চিকিৎসা গ্ৰহণ কৰি আছিল যদিও নিজৰ দৃঢ় মনোবলৰ জোৰত মাত্ৰ ১৫ দিন অধ্যয়ন কৰিয়েই ইলেক্টিভ হোম ছায়েন্স বিষয়ত লেটাৰ মাৰ্কসহ এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। অসুস্থতাৰ বাবে ছাত্ৰীগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব নে নাই তাক লৈ পৰিয়াল আৰু শিক্ষকসকল চিন্তিত আছিল যদিও চাহিনৰ একাগ্ৰতাই সকলোকে আচৰিত কৰি তুলিছে। ছাত্ৰীগৰাকীৰ এনে গৌৰৱোজ্জ্বল ফলাফলে বৰ্তমান হীৰা গাঁও অঞ্চলৰ লগতে বিদ্যালয়খনলৈও আনন্দৰ জোৱাৰ আনিছে। চাহিনৰ এই অসাধ্য সাধনত এতিয়া অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলেও অত্যন্ত গৌৰৱ আৰু সুখ অনুভৱ কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    21 hrs ago
  • আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    1
    আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    1
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    7 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    20 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    49 min ago
  • ​টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।
    1
    ​টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত অহা ২১ আৰু ২২ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৬ সংখ্যক নামতি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নামতি ধেপৰ গাঁৱৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ষেত্ৰত আয়োজন কৰিবলগীয়া এই বিহু উৎসৱৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা সমিতিয়ে ইতিমধ্যে যাৱতীয় কাৰ্যপন্থা হাতত লৈছে। এই সমগ্ৰ কাৰ্যসূচীৰ সবিশেষ ৰাইজৰ আগত ডাঙি ধৰাৰ উদ্দেশ্যে আজি টাইপা নামতি আঞ্চলিক সমিতিয়ে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অঞ্চলৰ ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰি সংবাদমেলৰ জৰিয়তে এই বিহু উৎসৱক এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনোৱা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • 🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    1 hr ago
  • মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ । আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই । ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত ২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে । লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত। মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে। উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।
    1
    মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৱিত্ৰ বুখাৰী পাঠ কৰে অল আচাম তালীমি তৰক্কী বৰ্ডৰ পৰীক্ষা সচীব মৌলানা আহমেদ হুছেইন কাছিমীয়ে
আজি পৱিত্ৰ বুখাৰী পাঠৰ জৰিয়তে পাঠদান কাৰ্যসূচী আৰম্ভ কৰে মাদ্ৰাছা খনে
উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ ভাল খবৰৰ লগতে এক সুনালী সুযোগ ।
আপুনি আপোনাৰ কন্যা সন্তানটি স্কুলীয়া শিক্ষাৰ লগতে দ্বীনি শিক্ষা দিব বিচাৰে নেকি ? 
তেনেহলে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই ।
ৰূপহী হাটৰ কাৱৈমাৰী স্থিত সুখ্যাতি অৰ্জন কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান খনৰ নাম হৈছে দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাত
২০০৯ চনত স্হাপিত হোৱা অনুষ্ঠান খনৰ পৰা প্ৰতি বছৰেই শিক্ষাৰ্থী সকলে সুখ্যাতিৰে আলিমা ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়।
উক্ত মাদ্ৰাছাৰ শিক্ষাৰ্থী সকলে অতি কম দিনৰ ভিতৰতে স্পষ্টতাৰে ইংৰাজী, উৰ্দু , আৰবী, অসমীয়া আদি বিভিন্ন ভাষাত বক্তৃতাৰ লগতে বাৰ্তালাপ কৰিব পাৰে ।
লক্ষ্যণীয় যে উক্ত মাদ্ৰাছাখনত ২০২৬/২৭ বৰ্ষৰ নামভৰ্তি অতি শীঘ্ৰেই সমাপ্ত হ'ব বুলি মাদ্ৰাছা কতৃপক্ষই জানিব দিয়ে 
গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক মাদ্ৰাছা কতৃপক্ষৰ সৈতে কিয়নো আসনৰ সংখ্যা সীমিত।
মাদ্ৰাছাখনত শিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ নিৰাপত্তাত থকা খোৱাৰ সু-ব্যৱস্থা উপলব্ধ আছে বুলি জানিব পৰা গৈছে।
উক্ত মাদ্ৰাছা খনত শিক্ষাৰ্থীৰ হাৰ অধিক হোৱাৰ বাবে নতুনকৈ এখন বিল্ডিংৰ কাম চলি থকা পৰিলক্ষিত হৈছে 
গতিকে উক্ত বিল্ডিংৰ কাম সম্পূৰ্ণ কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজলৈ আৰ্থিক সহায়ৰ আহ্বান জনায় মাদ্ৰাছা কতৃপক্ষই 
নামভৰ্তিৰ বাবে সবিশেষ জানিবলৈ 6397644743 নম্বৰত যোগাযোগ কৰিব পাৰে ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.