Shuru
Apke Nagar Ki App…
বঢ়মপুৰ সমষ্টিৰ ননৈ দেউৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ৰাজেন গোঁহাইক পহুখেদা বঢ়মপুৰ সমষ্টিৰ ননৈ দেউৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ৰাজেন গোঁহাইক পহুখেদা বিজেপি সমৰ্থকৰ ৷ বিৰুদ্ধি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজেন গোঁহাইৰ সন্মখত বিজেপিৰ সমৰ্থক সকলে ৰাজেন গোঁহাই গ'বেক, নাৰী কেলংকাৰী নায়ক মূৰ্দাবাদ ধ্বনি দিয়াৰ লগতে প্ৰাৰ্থী গৰাকীৰ কনভয় ৰাখি জবাবদিহি কৰে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷
News 16 Northeast
বঢ়মপুৰ সমষ্টিৰ ননৈ দেউৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ৰাজেন গোঁহাইক পহুখেদা বঢ়মপুৰ সমষ্টিৰ ননৈ দেউৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ৰাজেন গোঁহাইক পহুখেদা বিজেপি সমৰ্থকৰ ৷ বিৰুদ্ধি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজেন গোঁহাইৰ সন্মখত বিজেপিৰ সমৰ্থক সকলে ৰাজেন গোঁহাই গ'বেক, নাৰী কেলংকাৰী নায়ক মূৰ্দাবাদ ধ্বনি দিয়াৰ লগতে প্ৰাৰ্থী গৰাকীৰ কনভয় ৰাখি জবাবদিহি কৰে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷
More news from অসম and nearby areas
- *চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল* চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়। আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়। আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে। অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে। প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব।1
- চামগুৰি সমষ্টিত শক্তি প্ৰদৰ্শন আব্দুল আজিজৰ প্ৰায় ৪০ হাজাৰ লোকৰ সমাগম আব্দুল আজিজৰ নিৰ্বাচনী প্ৰচাৰ সভাত চামগুৰি সমষ্টিৰ কাৱৈমাৰীত বিশাল নিৰ্বাচনী সভা1
- বঢ়মপুৰ সমষ্টিৰ ননৈ দেউৰী গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ৰাজেন গোঁহাইক পহুখেদা বিজেপি সমৰ্থকৰ ৷ বিৰুদ্ধি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজেন গোঁহাইৰ সন্মখত বিজেপিৰ সমৰ্থক সকলে ৰাজেন গোঁহাই গ'বেক, নাৰী কেলংকাৰী নায়ক মূৰ্দাবাদ ধ্বনি দিয়াৰ লগতে প্ৰাৰ্থী গৰাকীৰ কনভয় ৰাখি জবাবদিহি কৰে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷1
- mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd1
- Post by HOJAI JUGIJAN NEWS1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰীৰ ভোটিয়া আলীৰ পৰা ৪ বছৰীয়া সন্তান সহিতে এগৰাকী মহিলা নিৰুদ্দেশ ৷ মহিলা আৰু নিৰুদ্দেশ সন্তানক বিছাৰি এতিয়া স্বামীগৃহৰ পৰিয়ালৰ মাজত হাহাকাৰ1
- এ আই ইউ ডি এফ দলৰ প্ৰাক্তন বিধায়কৰ দল ত্যাগ। মানকাচাৰৰ বিধায়ক আমিনুল ইছলামে আজি কংগ্ৰেছ দলত যোগদান কৰে। চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কৰোৱাই।1
- Post by KHABAR 24 BISWANATH1
- ⚡️ “জুবিন গাৰ্গক ভোটৰ বাবে ব্যৱহাৰ!” – মুখ্যমন্ত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া 🚨 “এইটো দুখৰ কথা” – জুবিনক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য 💥 নিৰ্বাচনৰ মাজতে জুবিন গাৰ্গক লৈ ৰাজনৈতিক তাণ্ডৱ1