Shuru
Apke Nagar Ki App…
বগীবিল মায়া বজাৰৰ পৰা মাজুলী যোৱা পথৰ কাষৰ এক্সনীয়া ছবিঘা মাটি বিক্ৰী কৰা হ'ব , ৰাজ্যিক পথ ঘোষণা কৰা হৈছে , বগীবিল মায়া বজাৰ হৈ মাজুলী পৰা যোৰহাট যোৱা চাৰি লাইন যুক্ত পথ হ'বলৈ গৈ আছে । টকা বিশেষ কাৰণত তৎকালীন বিক্ৰী কৰা হ'ব , ইচ্ছুক ব্যক্তিয়ে যোগাযোগ কৰিব 8918710781 ব্যৱসায় উপযোগী মাটি , অতি কম মূল্যত বিক্ৰী কৰা হ'ব , এক মাত্ৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰণত টকা প্ৰয়োজন
Mridul Bor patra
বগীবিল মায়া বজাৰৰ পৰা মাজুলী যোৱা পথৰ কাষৰ এক্সনীয়া ছবিঘা মাটি বিক্ৰী কৰা হ'ব , ৰাজ্যিক পথ ঘোষণা কৰা হৈছে , বগীবিল মায়া বজাৰ হৈ মাজুলী পৰা যোৰহাট যোৱা চাৰি লাইন যুক্ত পথ হ'বলৈ গৈ আছে । টকা বিশেষ কাৰণত তৎকালীন বিক্ৰী কৰা হ'ব , ইচ্ছুক ব্যক্তিয়ে যোগাযোগ কৰিব 8918710781 ব্যৱসায় উপযোগী মাটি , অতি কম মূল্যত বিক্ৰী কৰা হ'ব , এক মাত্ৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰণত টকা প্ৰয়োজন
More news from অসম and nearby areas
- 🔴 'বিহু গিফ্ট হিচাপে জুবিন দাৰ ন্যায় লাগে' 🔴 'আজিৰ দিনত জুবিন দাদাক বহুত Miss কৰিছোঁ' 🔴 'Miss You' জুবিন দা 🔴 'তেওঁৰ গান অবিহনে ৰঙালী বিহু উকা' 🔴 'ৰঙালী বিহুত জুবিন দাৰ গানে ৰং উপচাই তোলে' 🔴 মাজুলীত বহাগৰ প্ৰথম দিনটোত মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মাজুলীৰ যুৱতীসকলে1
- মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।1
- সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। 4
- আজি অসমীয়া নতুন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈডামত সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ছ্যুকাফা আঞ্চলিক সমিতিয়ে বন্তি এগছ জ্বলাই ফুৰা তাৰা ওচৰত সেৱা ললে।1
- জুবিন গাৰ্গ বিহীন প্ৰথমটো ব’হাগ বিহু । এই বিহুৰ বতৰত আপোন শিল্পীজনক পাহৰে কেনেকৈ ? সাত বিহু প্ৰথম গৰু বিহুৰ দিনটোত যেন কিবা এটা হেৰুৱাৰ অনুভৱ অসমবাসীৰ । মৰাণৰ কোশল নগৰত ৰাইজে নিৰ্মাণ কৰা জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত সন্ধিয়া বন্তি প্ৰজ্বলন কৰি এটি প্ৰাৰ্থনাৰে ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধা নিবেদিলে বহুজনে । ৰাইজৰ আশা প্ৰাণৰ শিল্পীজনে যাতে চিৰশান্তি লাভ কৰে ।1
- হেঁপাহৰ ব'হাগক আদৰাৰ প্ৰস্তুতি। চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলেও আজিৰ পৰা আৰম্ভ কৰিছে অনুষ্ঠান। বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাইজৰ আশীষ শিৰত লৈ আগবাঢ়িছে মঞ্চৰ বাবে।1
- Post by অঞ্জন শইকীয়া1
- Post by Assam Update1