logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

# জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা। Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।

1 hr ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
1 hr ago

# জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা। Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।

More news from অসম and nearby areas
  • # জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা। Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।
    4
    # জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা।

Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত  বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ  দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • অসমৰ টংলাৰ বটাবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰেও দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে।
    1
    অসমৰ টংলাৰ বটাবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰেও দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    10 hrs ago
  • ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
    1
    ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি
ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ।
প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ 
ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ 
উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় 
ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।
চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও জিলাৰ কুৰিখন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন। আজি কুৰি খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছে হয়বৰগাঁও প্ৰেছ ক্লাবে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ২০২৬ চনৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা এনে বৃহৎ সংখ্যক শিক্ষাৰ্থীক একেলগে বিশেষ ভাৱে সম্বৰ্ধনা জনাইছে। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱাৰ সঞ্চালনাত সোণাই একাডেমীত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই ভাষণত কয়, হয়বৰগাঁও প্ৰেছ ক্লাবে আয়োজন কৰা অনুষ্ঠানত ইমান খিনি কৃতি শিক্ষাৰ্থীক একেলগে দেখি মোৰ মনটো উৎফুল্লিত হৈ পৰিছে। উপস্থিত সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক অভিনন্দন জনাই জিলা আয়ুক্তই কয়, এনেধৰণৰ সুকীয়া অনুষ্ঠান বোৰ সমাজৰ নেতৃস্থানীয় সমাজ সেৱা মূলক দল সংগঠনে অনুষ্ঠিত কৰি আমাৰ উঠি অহা শৈক্ষিক প্ৰজন্মক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব লাগে। তাৰোপৰি পৰীক্ষাত অৱতীৰ্ণ হৈ নম্বৰ কম পোৱা নাইবা অধিক নম্বৰ লাভে জীৱনত সফলতাৰ মানদণ্ড নিৰূপণ নকৰে বুলি দৃঢ়তাৰে মতপোষণ কৰে। নিজৰ চমু ভাষণৰ অন্তত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰি নগাওঁ জিলাৰ আয়ুক্ত জনে সকলো শিক্ষাৰ্থী আৰু অভিভাৱকক আবেগিক কৰি তোলা পৰিলক্ষিত হয়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক মোস্তাফা কামালে আঁত ধৰা গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ নুৰুল আমিন, নগাঁও জিলা প্ৰিন্ট মেডিয়া এচ'চিয়েছনৰ সভাপতি সাংবাদিক কনক হাজৰিকা, চিকিৎসক ডাঃ কামাল হাছান, অধ্যক্ষ হাৰুনাল ৰশ্বিদ, অৱসৰপ্ৰাপ্ত এচিএচ বিষয়া কল্লোল দত্ত, জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাসমত আলীয়ে তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে।কৃতি ছাত্ৰ ছাত্ৰীৰ উপৰিও জিলাখনৰ কুৰিখন বিদ্যালয়ৰ অধ্যক্ষকো বিশেষ ভাৱে সন্মানিত কৰে হয়বৰগাঁও প্ৰেছ ক্লাবে। হয়বৰগাঁও প্ৰেছ ক্লাবৰ জন সম্পৰ্কৰক্ষী সম্পাদক প্ৰাঞ্জল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ এনে যোগাত্মক পদক্ষেপক সকলোৱে একমুখে প্ৰশংসা কৰিছে।
    1
    হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও জিলাৰ কুৰিখন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন।
আজি কুৰি খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছে হয়বৰগাঁও প্ৰেছ ক্লাবে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা ২০২৬ চনৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংছন লাভ কৰা এনে বৃহৎ সংখ্যক শিক্ষাৰ্থীক একেলগে বিশেষ ভাৱে সম্বৰ্ধনা জনাইছে। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি দিব্যজ্যোতি বৰুৱাৰ সঞ্চালনাত সোণাই একাডেমীত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাই ভাষণত কয়, হয়বৰগাঁও প্ৰেছ ক্লাবে আয়োজন কৰা অনুষ্ঠানত ইমান খিনি কৃতি শিক্ষাৰ্থীক একেলগে দেখি মোৰ মনটো উৎফুল্লিত হৈ পৰিছে। উপস্থিত সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলক অভিনন্দন জনাই জিলা আয়ুক্তই কয়, এনেধৰণৰ সুকীয়া অনুষ্ঠান বোৰ সমাজৰ নেতৃস্থানীয় সমাজ সেৱা মূলক দল সংগঠনে অনুষ্ঠিত কৰি আমাৰ উঠি অহা শৈক্ষিক প্ৰজন্মক অনুপ্ৰাণিত আৰু উৎসাহিত কৰিব লাগে। তাৰোপৰি পৰীক্ষাত অৱতীৰ্ণ হৈ নম্বৰ কম পোৱা নাইবা অধিক নম্বৰ লাভে জীৱনত সফলতাৰ মানদণ্ড নিৰূপণ নকৰে বুলি দৃঢ়তাৰে মতপোষণ কৰে। নিজৰ চমু ভাষণৰ অন্তত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰি নগাওঁ জিলাৰ আয়ুক্ত জনে সকলো শিক্ষাৰ্থী আৰু অভিভাৱকক আবেগিক কৰি তোলা পৰিলক্ষিত হয়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ সম্পাদক মোস্তাফা কামালে আঁত ধৰা গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ নুৰুল আমিন, নগাঁও জিলা প্ৰিন্ট মেডিয়া এচ'চিয়েছনৰ সভাপতি সাংবাদিক কনক হাজৰিকা, চিকিৎসক ডাঃ কামাল হাছান, অধ্যক্ষ হাৰুনাল ৰশ্বিদ, অৱসৰপ্ৰাপ্ত এচিএচ বিষয়া কল্লোল দত্ত, জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাসমত আলীয়ে তত্ত্ব গধুৰ বক্তব্য প্ৰদান কৰে।কৃতি ছাত্ৰ ছাত্ৰীৰ উপৰিও জিলাখনৰ কুৰিখন বিদ্যালয়ৰ অধ্যক্ষকো বিশেষ ভাৱে সন্মানিত কৰে হয়বৰগাঁও প্ৰেছ ক্লাবে। হয়বৰগাঁও প্ৰেছ ক্লাবৰ জন সম্পৰ্কৰক্ষী সম্পাদক প্ৰাঞ্জল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। হয়বৰগাঁও প্ৰেছ ক্লাৱৰ এনে যোগাত্মক পদক্ষেপক সকলোৱে একমুখে প্ৰশংসা কৰিছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • শোণিতপুৰ জিলাৰ ছিঙৰী আৰক্ষী চকী এলেকাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
    1
    শোণিতপুৰ জিলাৰ ছিঙৰী আৰক্ষী চকী এলেকাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    9 hrs ago
  • ঢেকীয়াজুলিত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত সৌৰভ আলীৰ থিতাতে মৃত্যু হয়। অঞ্চলটোত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো চৰকাৰী বিষয়াসকল জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি উদাসীন হৈ আছে।
    1
    ঢেকীয়াজুলিত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত সৌৰভ আলীৰ থিতাতে মৃত্যু হয়। অঞ্চলটোত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো চৰকাৰী বিষয়াসকল জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি উদাসীন হৈ আছে।
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    21 hrs ago
  • নগাঁও চহৰৰ নেহেৰুবালী খেলপথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰৰ পৰা দেওবাৰে বিয়লি নিৰুদ্দেশ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আইতাকৰ সৈতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ আহি নিৰুদ্দেশ ১৩ বছৰীয়া কিশোৰ জন কিশোৰ জনক যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 763585932 নম্বৰ অথবা নগাঁও সদৰ থানাত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ প্ৰতি দেওবাৰৰ দৰে আইতাকৰ সৈতে পাচলি বিক্ৰী কৰিবলৈ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আহিছিল নগাঁও চহৰৰ নেহেৰুবালি খেল পথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰলৈ। কিন্তু দেওবাৰে সন্ধিয়া বাদাম কিনিবলৈ আইতাকৰ পৰা পঞ্চাশ টকা লৈ যোৱা প্ৰদীপ দাস সোমবাৰৰ পুৱাৰ লৈকে ওভতি অহা নাই। সপ্তমমান শ্ৰেণীত অধ্যয়নত প্ৰদীপ দাসক বিচাৰি এতিয়া হাঁহাকাৰ পৰিয়ালৰ লোকৰ। ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এজেহাৰ দিছে ভুক্তভোগী পৰিয়ালটোৱে ।যদিহে কিশোৰ জনক কোনোবা ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 7635858932 নম্বৰত অথবা নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
    1
    নগাঁও চহৰৰ নেহেৰুবালী খেলপথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰৰ পৰা দেওবাৰে বিয়লি নিৰুদ্দেশ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস

আইতাকৰ সৈতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ আহি নিৰুদ্দেশ ১৩ বছৰীয়া কিশোৰ জন
কিশোৰ জনক যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 763585932 নম্বৰ অথবা নগাঁও সদৰ থানাত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ
প্ৰতি দেওবাৰৰ দৰে আইতাকৰ সৈতে পাচলি বিক্ৰী কৰিবলৈ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আহিছিল নগাঁও চহৰৰ  নেহেৰুবালি খেল পথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰলৈ।
কিন্তু দেওবাৰে সন্ধিয়া বাদাম কিনিবলৈ আইতাকৰ পৰা পঞ্চাশ টকা লৈ যোৱা প্ৰদীপ দাস সোমবাৰৰ পুৱাৰ লৈকে ওভতি অহা নাই। 
সপ্তমমান শ্ৰেণীত অধ্যয়নত প্ৰদীপ দাসক বিচাৰি এতিয়া হাঁহাকাৰ পৰিয়ালৰ লোকৰ।
ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এজেহাৰ দিছে ভুক্তভোগী পৰিয়ালটোৱে
।যদিহে কিশোৰ জনক কোনোবা ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 7635858932 নম্বৰত অথবা নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    4 hrs ago
  • জামুগুৰিহাটৰ ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা মাৰাত্মক আক্ৰমণত লীলা বৰুৱা নামৰ এজন যুৱকক হত্যা কৰা হয় আৰু ৰাকেশ শৰ্মা নামৰ আন এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে আক্ৰমণকাৰী জয়কান্ত বৰ্মনক আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    2
    জামুগুৰিহাটৰ ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা মাৰাত্মক আক্ৰমণত লীলা বৰুৱা নামৰ এজন যুৱকক হত্যা কৰা হয় আৰু ৰাকেশ শৰ্মা নামৰ আন এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে আক্ৰমণকাৰী জয়কান্ত বৰ্মনক আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.