Shuru
Apke Nagar Ki App…
ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
Daily Time
ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
More news from অসম and nearby areas
- ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে1
- নগাঁও চহৰৰ নেহেৰুবালী খেলপথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰৰ পৰা দেওবাৰে বিয়লি নিৰুদ্দেশ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আইতাকৰ সৈতে বজাৰত পাচলি বিক্ৰী কৰিবলৈ আহি নিৰুদ্দেশ ১৩ বছৰীয়া কিশোৰ জন কিশোৰ জনক যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 763585932 নম্বৰ অথবা নগাঁও সদৰ থানাত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ প্ৰতি দেওবাৰৰ দৰে আইতাকৰ সৈতে পাচলি বিক্ৰী কৰিবলৈ বিৰহ বেবেজীয়াৰ প্ৰদীপ দাস আহিছিল নগাঁও চহৰৰ নেহেৰুবালি খেল পথাৰৰ সমীপৰ অস্হায়ী দৈনিক বজাৰলৈ। কিন্তু দেওবাৰে সন্ধিয়া বাদাম কিনিবলৈ আইতাকৰ পৰা পঞ্চাশ টকা লৈ যোৱা প্ৰদীপ দাস সোমবাৰৰ পুৱাৰ লৈকে ওভতি অহা নাই। সপ্তমমান শ্ৰেণীত অধ্যয়নত প্ৰদীপ দাসক বিচাৰি এতিয়া হাঁহাকাৰ পৰিয়ালৰ লোকৰ। ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত এজেহাৰ দিছে ভুক্তভোগী পৰিয়ালটোৱে ।যদিহে কিশোৰ জনক কোনোবা ব্যক্তিয়ে প্ৰত্যক্ষ্য কৰে তেন্তে 7635858932 নম্বৰত অথবা নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।1
- হোজাই জিলাৰ চিতলমাৰি ME স্কুলত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ লাইব্ৰেৰীৰ ভিতৰত মাৰপিট কৰাৰ অভিযোগ উঠিছে। পৰিয়ালৰ লোকে দুজন শিক্ষকৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।1
- নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।1
- মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।1
- মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ* *সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আছুৰ সভাপতি উৎপল শৰ্মাই, গীত পৰিৱেশন কৰিব প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্ৰবীণ বৰাই ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে* মৰিগাঁৱৰ সাংবাদিক আৰু সংবাদ কৰ্মীসকলৰ অন্যতম উমৈহতীয়া সংগঠন মৰিগাঁও সাংবাদিক সমাজৰ উদ্যোগত আগন্তুক ১৪ মে'ত মৰিগাঁও চহৰত দিনজোৰা কাৰ্যসূচীৰে বসন্ত উৎসৱ অনুষ্ঠিত কৰা হ'ব। মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত হ'বলগা এই বসন্ত উৎসৱটো সৰ্বাংগসুন্দৰ আৰু সফল কৰি তুলিবলৈ মানবেন্দ্ৰ দেৱনাথক সভাপতি, ভৰত কুমাৰ নাথ আৰু ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, বিকাশ ডেকাক সম্পাদক, মৃগাংক মেধি আৰু দিগন্ত ডেকাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। বসন্ত উৎসৱৰ প্ৰকাশিত কাৰ্যসূচী অনুসৰি পুৱা ১০.৩০ বজাত পতাকা উত্তোলন, ১১ বজাত স্মৃতি তৰ্পণ, ১১.৩০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ, ৫.৩০ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত এদল আমন্ত্রিত বিহুৱা দলৰ বিহু নৃত্য প্ৰদৰ্শন। নিশা ৮.৩০ বজাত এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটো উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আমন্ত্রিত অতিথি আৰু মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সাংস্কৃতিক অনুষ্ঠানটোত জনপ্ৰিয় কন্ঠশিল্পী প্ৰবীণ বৰাই গীত পৰিৱেশন কৰিব। বসন্ত উৎসৱৰ সমূহ কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজক অকুন্ঠ ভাবে অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়া সকলে বিনম্ৰ ভাবে আহ্বান জানিবলৈ দিছে।1
- চাওকচোন কেনেকৈ এজন মানুহে স্প্লেণ্ডাৰ প্লাছ বাইক চলাই আছে আৰু হঠাতে কুকুৰে আক্ৰমণ কৰি কামোৰে। মানুহজনে "মোক বচাওক, মোক বচাওক" বুলি চিঞৰিছে আৰু স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰিছে। অঘৰী কুকুৰৰ ওপৰত চৰকাৰে কিয় কোনো লিছ লগোৱা নাই..? এই সন্দৰ্ভত আপোনাৰ মতামত কি?1
- নগাঁও আৰক্ষীয়ে চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰ লগে লগে মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ৬ টালৈ বৃদ্ধি পালে। আৰক্ষীয়ে অভিযান চলাই ডকাইতিৰ বাবে ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু বলেৰো গাড়ী জব্দ কৰাৰ লগতে ডকাইতৰ মোবাইলত নকল সোণৰ গহনাৰ ফটোও উদ্ধাৰ কৰিছে। এই কাণ্ডৰ গভীৰ তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে।1