logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী, গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ এজন যুৱক নিৰুদ্দেশ গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও ( চাৰিআলিৰ) গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। বিৰাট নগৰ চাৰিআলিৰ নৃপেন গোস্বামীৰ পুত্ৰ গোপাল গোস্বামী ব‌য়স ৩৬ বছৰীয়া ব্যক্তি যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। উত্তৰ ৰায়পুৰ ৩য় খণ্ড নিজ বাসগৃহৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোক আত্মীয় স্বজনৰ ঘৰত খা খবৰ লোৱাৰ পিছত কোনো সন্ধান ওলাব পৰা নাই। গতিকে কোনো সদাসয় ব্যক্তি গোপাল গোস্বামীৰ দেখা পায় তেনেহলে তলত দিয়া নম্বৰত 6000470575/, যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনায়।

on 12 March
user_Subal Biswas
Subal Biswas
Guwahati, Kamrup Metro•
on 12 March

ধুবুৰী, গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ এজন যুৱক নিৰুদ্দেশ গোলকগঞ্জ বিৰাট নগৰ চাৰিআলিৰ গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও ( চাৰিআলিৰ) গোপাল গোস্বামী এজন দিব্যাংঙ্গ্য যুৱক নিৰুদ্দেশ। বিৰাট নগৰ চাৰিআলিৰ নৃপেন গোস্বামীৰ পুত্ৰ গোপাল গোস্বামী ব‌য়স ৩৬ বছৰীয়া ব্যক্তি যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে। উত্তৰ ৰায়পুৰ ৩য় খণ্ড নিজ বাসগৃহৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়। পৰিয়ালৰ লোক আত্মীয় স্বজনৰ ঘৰত খা খবৰ লোৱাৰ পিছত কোনো সন্ধান ওলাব পৰা নাই। গতিকে কোনো সদাসয় ব্যক্তি গোপাল গোস্বামীৰ দেখা পায় তেনেহলে তলত দিয়া নম্বৰত 6000470575/, যোগাযোগ কৰিবলৈ পৰিয়াল বৰ্গই অনুৰোধ জনায়।

More news from অসম and nearby areas
  • শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    1
    শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    3
    🚨 Morigaiu big banking 
মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা
টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা
দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই
মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে 
বাইট:::::::::::::::::::::::::::
মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    15 hrs ago
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    18 hrs ago
  • জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি কিছু একটা এর সমাধান করো
    1
    জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি 
কিছু একটা এর সমাধান করো
    user_Sk Rahul
    Sk Rahul
    Mairang, Eastern West Khasi Hills•
    20 hrs ago
  • Post by Foridul lslam
    4
    Post by Foridul lslam
    user_Foridul lslam
    Foridul lslam
    মাওথাড্ৰাইছান, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    4 hrs ago
  • दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र
    1
    दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • ​তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি পৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ জিলা গোটৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ অন্তৰ্গত তামুলপুৰ, নাগ্ৰীজুলি আৰু গোৰেশ্বৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ​এই মেলাত তিনিওটা উন্নয়ন খণ্ডৰ গোটসমূহে তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী, হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰে মেলাথলী জীপাল কৰি তোলে। বিশেষকৈ বিহু আৰু বৈসাগুক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সাংস্কৃতিক মিলনভূমিত স্থানীয় শিপিনী আৰু উদ্যমী মহিলাসকলৰ উৎপাদনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হয়। ​আজি সামৰণি অনুষ্ঠানত তিনিওটা খণ্ডৰ পৰা অহা শিল্পীসকলৰ বিহু আৰু বৈসাগু নৃত্যৰ নান্দনিক পৰিৱেশনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাই জিলাখনৰ গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰিছে। বাইট-- জয়ন্ত বড়ো (খণ্ড প্ৰকল্প প্ৰবন্ধক)
    1
    ​তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি পৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ জিলা গোটৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ অন্তৰ্গত তামুলপুৰ, নাগ্ৰীজুলি আৰু গোৰেশ্বৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ​এই মেলাত তিনিওটা উন্নয়ন খণ্ডৰ গোটসমূহে তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী, হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰে মেলাথলী জীপাল কৰি তোলে। বিশেষকৈ বিহু আৰু বৈসাগুক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সাংস্কৃতিক মিলনভূমিত স্থানীয় শিপিনী আৰু উদ্যমী মহিলাসকলৰ উৎপাদনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হয়। ​আজি সামৰণি অনুষ্ঠানত তিনিওটা খণ্ডৰ পৰা অহা শিল্পীসকলৰ বিহু আৰু বৈসাগু নৃত্যৰ নান্দনিক পৰিৱেশনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাই জিলাখনৰ গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰিছে।
বাইট-- জয়ন্ত বড়ো (খণ্ড প্ৰকল্প প্ৰবন্ধক)
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    21 hrs ago
  • নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাবলিক হাই স্কুলত উত্তপ্ত পৰিস্থিতি। সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষাৰ-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।
    1
    নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাবলিক হাই স্কুলত উত্তপ্ত পৰিস্থিতি।
সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষাৰ-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.