Shuru
Apke Nagar Ki App…
Swapamaiar
More news from অসম and nearby areas
- কমাৰগাঁৱত ,কমাৰগাঁও ৰাভাপাৰাত নিৰ্মাণ হ'বলগীয়া এটি পথৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই1
- ঢেকীয়াজুলিৰ মিট্টী বাজাৰ উদ্যোগৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা1
- অহা ১৬,১৭ আৰু ১৮ জানুৱাৰীত বিশ্বনাথ চাৰিআলিৰ মঘাই ওজা বাকৰিত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশন।1
- বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।মৰঙিৰ "চেঁচামুখ গাঁৱত" ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।2
- ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা। ♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ। ♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ। ♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ। ♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।1
- ঐতিহাসিক বিশ্ব ঐতিহ্য স্থান চৰাইদেউ মৈদামক্ষেত্ৰত ৯, ১০,১১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ । আজি মহোৎসৱৰ দ্বিতীয় দিন । দ্বিতীয় দিনা কাৰ্যসূচী হিচাবে ঐতিহাসিক লাংকুৰি দেওশালৰ পৰা মৈদামক্ষেত্ৰলৈ হাতীত উঠি স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰতিকৃ এক শোভাযাত্ৰা কৰে । ইয়াৰ পাছতে বিভিন্ন থলুৱা খেলৰ আয়োজন কৰা হয়1
- ৰাইজৰ সৈতে মতবিনিময় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ1
- Post by Assam sangbad 241
- চৰাইদেউ মহোৎসৱ Slug:Charaideo Festival Date = 9/1/26 এক সমন্বয়ৰ বাৰ্তালৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ জিলাৰ আয়ুক্ত ড.নেহা যাদৱে মূলদ্বাৰ উন্মোচন কৰে , পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি স্থানীয় বাসিন্দা তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। সন্ধ্যালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।1