logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্যমন্ত্ৰীক প্ৰদান নৱ আলোকৰ প্ৰয়াস দস্তাবেজ নৱ আলোকৰ প্ৰয়াস" সোণাৰি সমষ্টিৰ সামগ্ৰিক উন্নয়ন দস্তাবেজেৰে প্ৰস্তুত কৰা উন্নয়ন খতিয়ান পত্ৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকাৰত সমষ্টিৰ চলিত উন্নয়নমূলক কাম-কাজ, ভৱিষ্যৎ পৰিকল্পনা আৰু জনসাধাৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিশদভাৱে আলোচনা কৰে ।

11 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
11 hrs ago
69e2eb08-da3f-466b-a2f2-2d5f244b9705
4176516d-c6a7-48cd-bdb0-a63e8d34c84d

সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্যমন্ত্ৰীক প্ৰদান নৱ আলোকৰ প্ৰয়াস দস্তাবেজ নৱ আলোকৰ প্ৰয়াস" সোণাৰি সমষ্টিৰ সামগ্ৰিক উন্নয়ন দস্তাবেজেৰে প্ৰস্তুত কৰা উন্নয়ন খতিয়ান পত্ৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । এই সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎকাৰত সমষ্টিৰ চলিত উন্নয়নমূলক কাম-কাজ, ভৱিষ্যৎ পৰিকল্পনা আৰু জনসাধাৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বিশদভাৱে আলোচনা কৰে ।

More news from অসম and nearby areas
  • চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    1
    চলিত কাৰ্যকালৰে  অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত  অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে।
অধ্যক্ষ  পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • Post by Topon Tamuli Musical
    1
    Post by Topon Tamuli Musical
    user_Topon Tamuli Musical
    Topon Tamuli Musical
    Singer Sibsagar, Sivasagar•
    8 hrs ago
  • গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    4
    গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    9 hrs ago
  • ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷
    2
    ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে  অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    23 hrs ago
  • Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    1
    Tinsukia Problems PC
শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷
তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷
অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে ।
সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা।
লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।
গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । 
ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    13 hrs ago
  • তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ
    1
    তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই!
লুৰিণ জ্যোতি গগৈ
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    17 hrs ago
  • লখিমপুৰত ৫৩  সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্‌যাপন
    5
    লখিমপুৰত ৫৩  সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্‌যাপন
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    9 hrs ago
  • আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত মিচিং জনগোষ্ঠীয় অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক তপন গগৈয়ে
    1
    আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত  মিচিং জনগোষ্ঠীয়  অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো  উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক তপন গগৈয়ে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.