Shuru
Apke Nagar Ki App…
Gouliath barwa
More news from অসম and nearby areas
- চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।1
- Post by Topon Tamuli Musical1
- গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।4
- Post by Namsai update news1
- লখিমপুৰত ৫৩ সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আ:আয়ে লৃগাং উদ্যাপন5
- তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ1
- আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত মিচিং জনগোষ্ঠীয় অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক তপন গগৈয়ে1