logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

on 24 January
user_Asma Khatun
Asma Khatun
গেংটক, গেংটক, চিকিম•
on 24 January

More news from অসম and nearby areas
  • ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান আৰু মেলা বাসন্তী পূজা অনুষ্ঠিত কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে। ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১২ মাৰ্চ ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান অহা ২৫ মাৰ্চ তাৰিখৰ পৰা উৎসাহ উদ্দীপনা ৰ মাজেৰে শুভাৰম্ভ হ'ব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ সম্পূৰ্ণ কৰি তোলা হৈছে। মন্তব্য "_ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ সাধাৰণ সম্পাদক গণেশ সেন ৰ। আজি সাংবাদিকৰ আগত তেওঁ কয়,অহা ২৫ মার্চ বিয়লি ৫ বজাত এই অশোকাষ্টমী স্নান ৰ‌শুভাৰম্ভ কৰিব জিলা আয়ুক্ত নবদ্বীপ পাঠক‌‌‌। স্নান উপলক্ষে ধুবুৰী পৌৰসভা ৰ সহযোগীতা ত ধুবুৰী ৰ বিভিন্ন পাৰঘাট সজাই পৰাই ৰখাৰ কাম আৰম্ভ হৈছে। স্নান কৰিবলৈ অহা জিলা ৰ বিভিন্ন ঠাইৰ পৰা আৰু চুবুৰীয়া পশ্চিমবংগ মেঘালয় পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে থকাৰ আৰু খোৱাৰ বাবে বিভিন্ন মঠ মন্দিৰ, স্কুল, আৰু ওপেন থিয়েটাৰ হলত ব্যাবস্থা করা হৈছে। ২৬ মার্চ ৰ পৰা ৯ এপ্রিল লৈকে অশোকাষ্টমী মেলা অনুষ্ঠিত হ'ব। এইবাৰ মেলাত বিভিন্ন অঞ্চলৰ পৰা ৫০০ ৰ অধিক দোকানী,ৰ লগত,নাগৰদোলা, চাৰ্কাছ,জলপৰী, বিভিন্ন প্ৰদৰ্শন কৰাৰ বাবে আহিব।মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আৰক্ষী, বেটেলিয়ন কেম্প, চিকিৎসা ৰ বাবে অস্হায়ী স্বাস্থ্য কেন্দ্ৰ স্হাপন কৰা হ'ব। তেওঁ কয়, অশোকাষ্টমী মেলা ৰ লগত সংগতি ৰাখি পৰাম্পৰাগত বাবে চাৰিদিন ব্যাপি বাসন্তী পূজা আৰু অন্নপূৰ্ণা পূজা অনুষ্ঠিত হ'ব।যি কোনো অভাব অভিযোগ ৰ বাবে মেলা স্থলীত মেলা কমিটিৰ কাৰ্যালয় স্থাপন কৰা হ'ব। প্ৰনৱাশীষ ৰয় ধুবুৰী   
    1
    ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান আৰু মেলা বাসন্তী পূজা অনুষ্ঠিত কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে।
ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:১২ মাৰ্চ 
ধুবুৰী ৰ ঐতিহ্যমণ্ডিত অশোকাষ্টমী স্নান অহা ২৫ মাৰ্চ তাৰিখৰ পৰা উৎসাহ উদ্দীপনা ৰ মাজেৰে শুভাৰম্ভ হ'ব। ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ সম্পূৰ্ণ কৰি তোলা হৈছে। মন্তব্য "_ধুবুৰী অশোকাষ্টমী মেলা কমিটিৰ সাধাৰণ সম্পাদক গণেশ সেন ৰ।
আজি সাংবাদিকৰ আগত তেওঁ কয়,অহা ২৫ মার্চ বিয়লি ৫ বজাত এই অশোকাষ্টমী স্নান ৰ‌শুভাৰম্ভ কৰিব জিলা আয়ুক্ত নবদ্বীপ পাঠক‌‌‌। স্নান উপলক্ষে ধুবুৰী পৌৰসভা ৰ সহযোগীতা ত ধুবুৰী ৰ বিভিন্ন পাৰঘাট সজাই পৰাই ৰখাৰ কাম আৰম্ভ হৈছে। স্নান কৰিবলৈ অহা জিলা ৰ বিভিন্ন ঠাইৰ পৰা আৰু চুবুৰীয়া পশ্চিমবংগ মেঘালয় পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ বাবে থকাৰ আৰু খোৱাৰ বাবে বিভিন্ন মঠ মন্দিৰ, স্কুল, আৰু ওপেন থিয়েটাৰ হলত ব্যাবস্থা করা হৈছে। ২৬ মার্চ ৰ পৰা ৯ এপ্রিল লৈকে অশোকাষ্টমী মেলা অনুষ্ঠিত হ'ব।
এইবাৰ মেলাত বিভিন্ন অঞ্চলৰ পৰা ৫০০ ৰ অধিক দোকানী,ৰ লগত,নাগৰদোলা, চাৰ্কাছ,জলপৰী, বিভিন্ন প্ৰদৰ্শন কৰাৰ বাবে আহিব।মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আৰক্ষী, বেটেলিয়ন কেম্প, চিকিৎসা ৰ বাবে অস্হায়ী স্বাস্থ্য কেন্দ্ৰ স্হাপন কৰা হ'ব।
তেওঁ কয়, অশোকাষ্টমী মেলা ৰ লগত সংগতি ৰাখি পৰাম্পৰাগত বাবে চাৰিদিন ব্যাপি বাসন্তী পূজা আৰু অন্নপূৰ্ণা পূজা অনুষ্ঠিত হ'ব।যি কোনো অভাব অভিযোগ ৰ বাবে মেলা স্থলীত মেলা কমিটিৰ কাৰ্যালয় স্থাপন কৰা হ'ব।
প্ৰনৱাশীষ ৰয় ধুবুৰী 


    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    41 min ago
  • গাহৰি পালনেৰে স্বাৱলম্বী ধুবুৰী জিলাৰ কাচৰখানা গাঁৱৰ এজন যুৱক
    1
    গাহৰি পালনেৰে স্বাৱলম্বী ধুবুৰী জিলাৰ কাচৰখানা গাঁৱৰ এজন যুৱক
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    18 hrs ago
  • Post by A H KHANDAKAR
    1
    Post by A H  KHANDAKAR
    user_A H  KHANDAKAR
    A H KHANDAKAR
    Social worker Jhagrarpar, Dhubri•
    19 hrs ago
  • Dhubri district Assam Tamarhat News
    1
    Dhubri district Assam Tamarhat News
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    23 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    6 hrs ago
  • বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং সোণাপুৰ ৰুভী গাওঁ পঞ্চায়তত একাংশ বিষয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হিতাধীকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত পঞ্চায়ত খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
    1
    বৰপেটা জিলাৰ কলগাছিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং সোণাপুৰ ৰুভী গাওঁ পঞ্চায়তত একাংশ বিষয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হিতাধীকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত পঞ্চায়ত খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
  • বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    1
    বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা কাৰ্যৰকলৈ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যজুৰি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে পুনৰ বিবেচনা কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ । সদৌ অসম গৰীয়া জাতীয় পৰিষদে এই দাবী জনায় চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । অসম চৰকাৰে বৰপেটা মেডিকেল কলেজৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম আঁতৰাই দিয়া কাৰ্যক আমি গৰিহনা দিছো । 
চৰকাৰৰ এই কাৰ্য অসমৰ প্ৰাচীন জনগোষ্ঠী গৰীয়া সকলৰ প্ৰতি চুড়ান্ত অপমান । যদি চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতি সদভাৱ আছে, অনতিপলমে অসমৰ পৰা দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ তথা স্বনামধন্য গৰীয়া ব্যক্তিজনৰ নামত চৰকাৰে ঘোষনা কৰাৰ দৰে আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নামাকৰণ কৰিবলৈ দাবী জনাঁলো ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    31 min ago
  • কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    1
    কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং
বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.