logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷

1 hr ago
user_নৱজ্যোতি শৰ্মা
নৱজ্যোতি শৰ্মা
Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
1 hr ago

বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷

More news from অসম and nearby areas
  • বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া লালুক সংযোগী ৰাজ্যিক ঘাইপথৰ শোচনীয় অৱস্হা কাণসাৰ নাই লোকনিৰ্মাণ বিভাগৰ
বিহপুৰীয়াঃ অসম চৰকাৰে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাৰায়নপুৰৰ পৰা বিহপুৰীয়া বঙালমৰা হৈ লালুকলৈকে মুঠ ২৫ কিমি পথ মেৰামতিৰ বাবে ২৬ কোটি আৱন্টন দিয়া বুলি চৰকাৰী ঢাক ঢোল বজাই প্ৰচাৰ চলাই ৰাইজৰ পৰা ভোট আদায় কৰিলে৷প্ৰতিশ্ৰুতি মৰ্মে অৱশ্যে। নাৰায়নপুৰৰ পৰা বিহপুৰীয়ালৈ কে মুঠ দহ কিমি পথো মেৰামতি কৰিলে৷বাকী থাকিল বিহপুৰীয়াৰ পৰা লালুক সংযোগী ১৫ কিমি পথ৷ কি কাৰণত আৰু কিয় এই অঞ্চলৰ ৰাইজক একমাত্ৰ পথ টো যাতায়তৰ সূচল নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিল৷ এতিয়া ৰাইজে ভোগ কৰি থকা চৰম যান্ত্ৰনাৰ মাজত নিতৌ একোটাকৈ দূৰ্ঘটনা সংঘটিত হৈ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়া এই অৱস্হাৰ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City Sri Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City
    2
    Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City 
Sri Sri Ganesh chaturthi puja visarjan Rally at Gar Ali Jorhat City
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    1 hr ago
  • শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন #lakhimpur
    1
    শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন 


আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। শ্ৰীশ্ৰীপদুমণি আইথানত অগনন মোদী অনুৰাগীৰ বন্তি প্রজ্বলন 
#lakhimpur
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    37 min ago
  • বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া 🔴 বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া বাকী ধন বিচৰাক কেন্দ্ৰ কৰি এগৰাকী মাংস ব্যৱসায়ীক অশ্লীল ভাষাৰে গালি-গালাজ, দোকান বন্ধ আৰু জেলৰ ভাবুকি দিয়াৰ অভিযোগ। ঘটনাক লৈ বোকাজান বজাৰ সমিতি আৰু স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে। 📍 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট #বোকাজান #অসমবাতৰি #BreakingNews #বোকাজানবজাৰ #FocusAxom24
    1
    বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া
🔴 বোকাজানত মাংস ব্যৱসায়ীক গালি-গালাজ আৰু ভাবুকিৰ অভিযোগ, তীব্ৰ প্ৰতিক্ৰিয়া
বাকী ধন বিচৰাক কেন্দ্ৰ কৰি এগৰাকী মাংস ব্যৱসায়ীক অশ্লীল ভাষাৰে গালি-গালাজ, দোকান বন্ধ আৰু জেলৰ ভাবুকি দিয়াৰ অভিযোগ। ঘটনাক লৈ বোকাজান বজাৰ সমিতি আৰু স্থানীয় ৰাইজে আৰক্ষীৰ কাষ চাপিছে।
📍 বোকাজানৰ পৰা অজয় চন্দ্ৰ দাসৰ ৰিপৰ্ট
#বোকাজান #অসমবাতৰি #BreakingNews #বোকাজানবজাৰ #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি বিভিন্ন দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    1
    নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ উদ্দেশ্যে বন্তি প্ৰজ্বলনৰ  বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে  আৰক্ষীৰ উপস্থিতিতে হাতত কলা পতকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। 
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে চৰকাৰে বন্তি প্ৰজ্বলনৰ আহ্বানৰ বিৰোধিতা কৰি  বিভিন্ন  দল সংগঠনে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। নুমলীগড়ৰ পোৰাবাংলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পিন্টু গগৈয়ে হাতত কলা পতাকা লৈ  সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাস্থলীত নুমলীগড় আৰক্ষীৰ এটা বৃহত দল উপস্থিত হৈ পিন্টু গগৈৰ হাতৰ পৰা পতাকা কাঢ়ি লয়।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    5 hrs ago
  • 📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী। 📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।
    1
    📌এখন পুৰণি চাইকেল লৈ জুবিন ক্ষেত্ৰলৈ এজন জুবিন অনুৰাগী।

📌চাইকেল লৈ যাত্ৰা লখিমপুৰ জিলাৰ নাওবৈচাৰ ছাইফুল ইছলামৰ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    12 hrs ago
  • বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ| ​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    1
    বানবিধ্বস্ত অসমলৈ নহাৰ ক্ষোভ: প্ৰধানমন্ত্ৰীৰ জন্মদিনতে আমগুৰিত মোদীৰ প্ৰতিকৃতি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ|

​শেহতীয়া প্ৰলয়ংকাৰী বানত বিধ্বস্ত উজনি অসমৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নহাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS)। আমগুৰি নগৰৰ ব্যস্ত চাৰিআলিতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে একত্ৰিত হৈ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত‌।
    1
    দুখনকৈ কাঠভৰ্তি বাহন জব্দ লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ
লখিমপুৰ জিলাৰ পথালিপাম বনৰক্ষীৰ বৃহৎ সফলতা। জব্দ কৰে দুখনকৈ কাঠভৰ্তি বাহন। তদন্ত অব্যাহত‌।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.