Shuru
Apke Nagar Ki App…
Commonwealth Youth Championship ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজিত স্বৰ্ণ পদক Oceania (Samoa)ত অনুষ্ঠিত Commonwealth Youth Championship 2026ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজি শ্ৰেণীত অসাধাৰণ প্ৰদৰ্শনেৰে ৫টা নতুন ৰেকৰ্ড গঢ়ি উজ্বল সাফল্য অৰ্জন কৰিছে। তেওঁৰ দৰ্শনীয় ফলাফল— Snatch: ৯৭ কেজি (২টা ৰেকৰ্ড) Clean & Jerk: ১২৭ কেজি (২টা ৰেকৰ্ড) Total: ২২৪ কেজি (১টা ৰেকৰ্ড)
Charaideo news
Commonwealth Youth Championship ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজিত স্বৰ্ণ পদক Oceania (Samoa)ত অনুষ্ঠিত Commonwealth Youth Championship 2026ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজি শ্ৰেণীত অসাধাৰণ প্ৰদৰ্শনেৰে ৫টা নতুন ৰেকৰ্ড গঢ়ি উজ্বল সাফল্য অৰ্জন কৰিছে। তেওঁৰ দৰ্শনীয় ফলাফল— Snatch: ৯৭ কেজি (২টা ৰেকৰ্ড) Clean & Jerk: ১২৭ কেজি (২টা ৰেকৰ্ড) Total: ২২৪ কেজি (১টা ৰেকৰ্ড)
More news from অসম and nearby areas
- Post by Moran Dorpon1
- Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️♂️ Snatch: ১২৯ কেজি 🏋️♂️ Clean & Jerk: ১৫৫ কেজি 🏋️♂️ Total: ২৮৪ কেজি1
- Post by Mustak ali1
- *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।1
- Post by Assam Update1
- ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ বিধায়ক, দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী আৰু শেষতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী যোগেন মহনক আজি মৰাণত এশৰো অধিক দল-সংগঠণ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনাই ।1
- Post by Moran Dorpon1
- Post by Assam Update1