Shuru
Apke Nagar Ki App…
"Exit Polls" এ যি কয় কৈ থাকক। চৰকাৰ বিৰোধীৰ হ'ব। স্ট্রং কমসমূহ সঠিকভাৱে পহৰা দি ৰাখক : অখিল গগৈ।
Assam Update
"Exit Polls" এ যি কয় কৈ থাকক। চৰকাৰ বিৰোধীৰ হ'ব। স্ট্রং কমসমূহ সঠিকভাৱে পহৰা দি ৰাখক : অখিল গগৈ।
More news from অসম and nearby areas
- Post by Assam Update1
- আমাৰ চহকী সংস্কৃতিক শিশুসকলৰ মাজত প্ৰসাৰ কৰাৰ এক উত্তম উপায় প্ৰাথমিক বিদ্যালয় সমূহ।3
- Post by Mustak ali1
- ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।1
- mat panshing korisu1
- Post by Moran Dorpon1
- ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম1
- Post by Assam Update1