logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

এগৰাকী শিল্পীৰ হেৰুওৱাৰ মনৰ দুখ এনেকৈ য়ে প্ৰকাশ কৰিছে মৰাণ শিল্পী শিখাশ্ৰী দিহিঙীয়াই

2 hrs ago
user_Moran Dorpon
Moran Dorpon
মৰাণ, ডিব্ৰুগড়, অসম•
2 hrs ago

এগৰাকী শিল্পীৰ হেৰুওৱাৰ মনৰ দুখ এনেকৈ য়ে প্ৰকাশ কৰিছে মৰাণ শিল্পী শিখাশ্ৰী দিহিঙীয়াই

More news from অসম and nearby areas
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম
    1
    ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • Oceania (Samoa)ত অনুষ্ঠিত Commonwealth Youth Championship 2026ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজি শ্ৰেণীত অসাধাৰণ প্ৰদৰ্শনেৰে ৫টা নতুন ৰেকৰ্ড গঢ়ি উজ্বল সাফল্য অৰ্জন কৰিছে। তেওঁৰ দৰ্শনীয় ফলাফল— Snatch: ৯৭ কেজি (২টা ৰেকৰ্ড) Clean & Jerk: ১২৭ কেজি (২টা ৰেকৰ্ড) Total: ২২৪ কেজি (১টা ৰেকৰ্ড)
    1
    Oceania (Samoa)ত অনুষ্ঠিত Commonwealth Youth Championship 2026ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজি শ্ৰেণীত অসাধাৰণ প্ৰদৰ্শনেৰে ৫টা নতুন ৰেকৰ্ড গঢ়ি উজ্বল সাফল্য অৰ্জন কৰিছে। 
তেওঁৰ দৰ্শনীয় ফলাফল—
Snatch: ৯৭ কেজি (২টা ৰেকৰ্ড)
Clean & Jerk: ১২৭ কেজি (২টা ৰেকৰ্ড)
Total: ২২৪ কেজি (১টা ৰেকৰ্ড)
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • Post by Mustak ali
    1
    Post by Mustak ali
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
  • ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    1
    ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    22 hrs ago
  • *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন*
...........................…............
*যোৰহাট, ২৮ এপ্ৰিলঃ*
যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে।
অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    14 hrs ago
  • ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ। ⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। ⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ। ⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন। ⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।
    1
    ⭕যোৱা ইংৰাজী ১৭ এপ্ৰিল তাৰিখে অকাল মৃত্যু হোৱা আহোম জনগোষ্ঠীৰ অন্যতম যোদ্ধা তথা অসমীয়াৰ জাতিৰ প্ৰধান সেৱক হিচাপে পৰিচিত প্ৰাঞ্জল ৰাজকোঁৱৰ।
⭕আজি তিনিচুকীয়াত আটাছু নেতা প্ৰাঞ্জল ৰাজকোঁৱৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে।
⭕সদৌ তাই আহোম ছাত্র সন্থা,সদৌ অসম আহোম সভা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ যৌথ উদ্যোগত তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা এই আদ্যশ্ৰাদ্ধ।
⭕আহোম জনগোষ্ঠীৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
⭕প্ৰাঞ্জল ৰাজকোঁৱৰৰ সোঁৱৰণীত অক্লান্ত সৈনিক নামৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন।
⭕উক্ত ৰাজহুৱা আদ্যশ্ৰাদ্ধ খনিত তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী পুলক গোহাঁই প্ৰমুখ্যে কৰি যথেষ্ট সংখ্যক গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    6 hrs ago
  • ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    1
    ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.