Shuru
Apke Nagar Ki App…
খোৱাঙৰ নাহৰণিত বিদ্যালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ । ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম
Direct Khabar
খোৱাঙৰ নাহৰণিত বিদ্যালয় নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ । ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম
More news from অসম and nearby areas
- ১ কোটি ৮০ লাখ টকা পানীত পৰিবলৈ নিদিয়ে ৰাইজে । নিৰ্মাণ কাৰ্য উন্নত মানদণ্ড নকৰা পৰ্যন্ত বন্ধ কৰি দিছে কাম1
- Oceania (Samoa)ত অনুষ্ঠিত Commonwealth Youth Championship 2026ত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়াই ৫৬ কেজি শ্ৰেণীত অসাধাৰণ প্ৰদৰ্শনেৰে ৫টা নতুন ৰেকৰ্ড গঢ়ি উজ্বল সাফল্য অৰ্জন কৰিছে। তেওঁৰ দৰ্শনীয় ফলাফল— Snatch: ৯৭ কেজি (২টা ৰেকৰ্ড) Clean & Jerk: ১২৭ কেজি (২টা ৰেকৰ্ড) Total: ২২৪ কেজি (১টা ৰেকৰ্ড)1
- Slug: Moran– Irregularities in school construction —--------------------------------------------1
- mat panshing korisu1
- Post by Mustak ali1
- ভনীয়েকৰ ন/ৰ কং#কাল লৈ ককায়েক হাজিৰ হ'ল বেংকত । সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা এই ঘটনাই সকলোকে ভৱাই তুলিছে। উল্লেখ যে, উৰিষ্যাৰ এজন ব্যক্তিয়ে নিজৰ মৃ#ত ভনীয়েকৰ কবৰ খান্দি তাইৰ কংকালটো লৈ আহিছিল প্ৰমাণ কৰিবলৈ যে তাইৰ মৃ*ত্যু হৈছে। জানিব পৰা মতে তেওঁৰ ভণ্টীৰ একাউণ্টত জমা থকা টকাৰ পৰা ২০ হাজাৰ উলিয়াবলৈ চেষ্টা কৰিছিল যদিও বেংকৰ বিষয়াসকলে ব্যক্তিজনক একাউণ্টধাৰীজনক ব্যক্তিগতভাৱে আনিবলৈ কয়। কিন্তু বাৰে বাৰে তাইৰ মৃ*ত্যু হোৱা বুলি কোৱাৰ পিছতো সিহঁতে নুশুনিলে। হতাশ হৈ আৰু আইনী প্ৰক্ৰিয়াৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁ এই চৰম পদক্ষেপ গ্ৰহণ কৰিলে। এই ঘটনাই কেৱল সজাগতাৰ অভাৱেই নহয়, ব্যৱস্থাটোত মানৱীয় মৌলিক বুজাবুজিৰ বিফলতাও দেখুৱাইছে বুলি দেশজুৰি আলোচিত হৈছে।1
- *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।1