২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। ২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা (Self Enumeration) কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত বঙাইগাঁও জিলাৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াই স্ব-গণনা ব্যৱস্থাৰ উদ্দেশ্য, ইয়াৰ প্ৰয়োজনীয়তা আৰু এই প্ৰক্ৰিয়াত নাগৰিকৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে বাখ্যা কৰে। জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, ২০২৭ বৰ্ষৰ লোকপিয়লৰ অধীনত এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে অনলাইনযোগে নিজৰ পৰিয়ালৰ তথ্য নিজেই সঠিকভাৱে জমা দিব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থাৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক স্বচ্ছ, দ্ৰুত আৰু তথ্যসমৃদ্ধ হ'ব। সংবাদমেলযোগে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো নাগৰিককে এই স্ব-গণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয়। ইয়াৰ সমান্তৰালভাৱে, এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত ৰাইজৰ মাজত জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমকো ব্যাপক প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হয়।

- তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ তামুলপুৰত অমৃত বৃক্ষ আন্দোলন আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ ৷ "এক পেৰ মা কে নাম শীৰ্ষক" শ্ল' গানেৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা তামুলপুৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে ৷আজি শুভাৰম্ভ কৰা হয় । তামুলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত তামুলপুৰ আৰু কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অনুস্থতি অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰন কাৰ্যসূচী বিটিচিৰ ই এম লক্ষ্মী দাস, তামুলপুৰ জিলা আয়ুক্ত চিমি কৰন,জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি গছপুলি বিতৰন কৰে ।1
- জীৱনত প্ৰথমবাৰ পাইছোঁ যে,বহুত ভয় খালো”। 📌বানৰ বিভীষিকাৰ এক অকল্পনীয় পৰিৱেশৰ বিষয়ে উল্লেখ কৰি উচুপি উঠিল গোলাঘাটৰ এগৰাকী মহিলা। জীৱনত প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, বহুত ভয় লাগিল।" — বানৰ বিভীষিকাময় অভিজ্ঞতা বৰ্ণনা কৰি এনেদৰে উচুপি উঠে গোলাঘাটৰ এগৰাকী মহিলা। তেওঁ কয়, হঠাতে বাঢ়ি অহা বানে মুহূৰ্ততে ঘৰ-বাৰী, সা-সম্পত্তি পানীত ডুবাই পেলায়। প্ৰাণ বচাবলৈ পৰিয়ালসহ নিৰাপদ স্থানলৈ আশ্ৰয় ল’বলগীয়া হয়। ভয়, অনিশ্চয়তা আৰু দুৰ্দশাৰ মাজতে এতিয়া সহায়ৰ আশাত দিন কটাইছে বহু বানাক্ৰান্ত পৰিয়ালে।1
- ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য1
- সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক সহায্যৰ নামত এইজনাৰ নমুনা চাওঁক যি সময়ত মানুহে দুৰ্ভোগ ভূগিব লগা হৈছে সেই সময়ত এইজনক কাৰ্য চাওঁক #nonfollowers #assam #Nagaon #upperassam1
- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কলিয়াবৰ অন্তৰ্গত লাওখোৱাত শাখা গঠন। দুদিনীয়াকৈ আয়োজন গীত আৰু কবিতা আবৃত্তিৰ দ্বাৰা কৰ্মশালা আয়োজন। লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰাংগণত অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গুণদা দাস হাজৰিকাৰ নেতৃত্ব কলিয়াবৰ সমষ্টিৰ লাওখোৱাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নতুন শাখা আনুষ্ঠানিকভাৱে গঠন কৰা হয়। এই উপলক্ষে ৩০ আৰু ৩১ জুলাইত দুদিনীয়াকৈ গীত আৰু কবিতা আবৃত্তিৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাত অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সংস্কৃতিপ্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অভিজ্ঞ প্ৰশিক্ষকসকলে আবৃত্তি, কবিতা পাঠ, উচ্চাৰণ, কণ্ঠচৰ্চা আৰু গীত পৰিবেশনৰ বিভিন্ন দিশত হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰে।1
- বানাক্ৰান্তৰ কাষত গুৱাহাটী প্ৰেছ ক্লাৱ || সাহাৰ্য্য আৰু চিকিৎসা শিবিৰৰ হ'ব আয়োজন1
- বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে বানাক্ৰান্তৰ বাবে কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰীকা আৰু সুশান্ত বৰগোঁহায়ে উজনি অসমৰ ভয়াবহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলৰ কাষত থিয় দিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে বানত ক্ষতিগ্ৰস্ত কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ বাবে কৃষকসকলক উৎসাহিত কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী সুশান্ত বৰগোঁহায়ে কৃষিভূমিত উপস্থিত হৈ প্ৰতীকীভাৱে কঠিয়া সিঁচে। এই কাৰ্যসূচীৰ জৰিয়তে বানৰ পিছত কৃষি উৎপাদন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীদ্বয়ে কৃষকসকলৰ সৈতে মতবিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু চৰকাৰৰ পৰা প্ৰদান কৰা সহায়-সাহায্য, বীজ, সাৰ আৰু অন্যান্য কৃষি সামগ্ৰী সময়মতে যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁলোকে কয় যে কৃষকসকল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড। সেয়েহে বানৰ ফলত হোৱা ক্ষতিৰ পৰা কৃষকসকলক উদ্ধাৰ কৰি পুনৰ স্বাভাৱিক কৃষিকাৰ্য আৰম্ভ কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। ৰাজ্য চৰকাৰে কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু কৃষি খণ্ডক পুনৰ শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি যাব বুলিও তেওঁলোকে উল্লেখ কৰে।1
- কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ1
- Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration Service to humanity is the greatest religion of all. Hussain Mansuri shows us that true kindness doesn't need labels or slogans. Feeding the hungry is a pure act of love. What does humanity mean to you? #HumanityFirst #SocialService #Kindness #Inspiration1