logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

सोमनाथ मंदिर के 1000 वर्ष पूर्ण होने के उपलक्ष में वाणावर पहाड़ में कार्यक्रम आयोजित, मंत्री रहे मौजूद सोमनाथ मंदिर के एक हजार वर्ष पूर्ण होने के उपलक्ष्य में जहानाबाद जिले के प्रसिद्ध वाणावर पहाड़ स्थित सतघरवा गुफा के पास विशेष राष्ट्रीय कार्यक्रम का सीधा प्रसारण किया गया। इस अवसर पर श्रद्धालुओं के लिए लाइव वेबकास्टिंग की व्यवस्था की गई, जिसमें बड़ी संख्या में लोगों ने भाग लिया। कार्यक्रम में बिहार सरकार के कला एवं संस्कृति विभाग-सह-खान एवं भूतत्व विभाग मंत्री डॉ. प्रमोद कुमार चंद्रवंशी शामिल हुए। उन्होंने वाणावर को धार्मिक एवं पर्यटन दृष्टि से महत्वपूर्ण बताते हुए इसे प्रमुख पर्यटन केंद्र के रूप में विकसित करने का आश्वासन दिया। मंत्री ने कहा कि श्रद्धालुओं की सुविधा के लिए रोपवे परियोजना पर तेजी से कार्य चल रहा है, जिससे पर्यटन को बढ़ावा मिलेगा और स्थानीय लोगों को रोजगार के अवसर प्राप्त होंगे। इस दौरान सांस्कृतिक कार्यक्रमों की प्रस्तुति भी की गई। कार्यक्रम में जनप्रतिनिधि, प्रशासनिक अधिकारी, पुजारीगण एवं बड़ी संख्या में श्रद्धालु उपस्थित रहे।

1 hr ago
user_वाणावर न्यूज़
वाणावर न्यूज़
पत्रकार Aquqhnaqua•
1 hr ago

सोमनाथ मंदिर के 1000 वर्ष पूर्ण होने के उपलक्ष में वाणावर पहाड़ में कार्यक्रम आयोजित, मंत्री रहे मौजूद सोमनाथ मंदिर के एक हजार वर्ष पूर्ण होने के उपलक्ष्य में जहानाबाद जिले के प्रसिद्ध वाणावर पहाड़ स्थित सतघरवा गुफा के पास विशेष राष्ट्रीय कार्यक्रम का सीधा प्रसारण किया गया। इस अवसर पर श्रद्धालुओं के लिए लाइव वेबकास्टिंग की व्यवस्था की गई, जिसमें बड़ी संख्या में लोगों ने भाग लिया। कार्यक्रम में बिहार सरकार के कला एवं संस्कृति विभाग-सह-खान एवं भूतत्व विभाग मंत्री डॉ. प्रमोद कुमार चंद्रवंशी शामिल हुए। उन्होंने वाणावर को धार्मिक एवं पर्यटन दृष्टि से महत्वपूर्ण बताते हुए इसे प्रमुख पर्यटन केंद्र के रूप में विकसित करने का आश्वासन दिया। मंत्री ने कहा कि श्रद्धालुओं की सुविधा के लिए रोपवे परियोजना पर तेजी से कार्य चल रहा है, जिससे पर्यटन को बढ़ावा मिलेगा और स्थानीय लोगों को रोजगार के अवसर प्राप्त होंगे। इस दौरान सांस्कृतिक कार्यक्रमों की प्रस्तुति भी की गई। कार्यक्रम में जनप्रतिनिधि, प्रशासनिक अधिकारी, पुजारीगण एवं बड़ी संख्या में श्रद्धालु उपस्थित रहे।

More news from অসম and nearby areas
  • নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
    1
    নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • অসমৰ টংলাৰ বটাবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰেও দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে।
    1
    অসমৰ টংলাৰ বটাবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰেও দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    13 hrs ago
  • বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ! বাৰেৰহনীয়া সাংস্কৃতিৰে উজ্বলিল বিশ্বনাথ জিলাৰ টঙনা গাওঁৰ ৰাজ পথ ! পাঞ্চজন্য যুৱ সংঘৰ সৌজন্যত ২৮ তম টঙনাগাওঁ ৰঙালী বিহু সন্মিলৰন সাংস্কৃতিক শোভা যাত্ৰাই মোহছন্ন কৰিলে টঙনা গাওঁৰ ৰাজ পথ ৷ বাৰেৰহণীয়া কলা-কৃষ্টিৰ এক বৰ্ণিল প্ৰদৰ্শনৰে জনগোষ্ঠীয় স্বকীয় লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ পৰা হেৰাই যাব খোজা প্ৰতীকীৰ উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । আজি বিহু সন্মিলন খনৰ পুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অভিনৱ শইকীয়াই , শ্বহীদ তৰ্পন কৰে বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয় সুৰজিত শইকীয়া আৰু বেদান্ত মহন্তই ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে সমাজ ৰত্ন গোপাল শইকীয়াই ! জ্যেষ্ঠ সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানকে আদি কৰি মঞ্চ উদ্ধোধন কৰে শিল্পী পেঞ্চন প্ৰাপক তিলক ফুকনে ৷ বিহু সন্মিলন খনিৰ প্ৰয়াত যোগেন বৰা সোঁৱৰণি মঞ্চ খন প্ৰদান কৰিছে কিৰণ বৰা আৰু তেখতৰ পৰিয়াল বৰ্গই ৷ মৌ কুঁৱৰী , সৰু বিহুৱতী , ঢোল বাদন আদি প্ৰতিযোগিতাৰে দিন যোৰা কাৰ্যসূচীৰে বিহু সন্মিলন খনি অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা কমিটিয়ে ৷ কাইলৈ অৰ্থাৎ ১২ মে তাৰিখে ২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পৱনজিৎ সিংৰ গীতৰ শৰাই ৷
    4
    বʼহাগ মাথোঁ এটি ঋতু নহয়
নহয় বʼহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ !
বাৰেৰহনীয়া সাংস্কৃতিৰে উজ্বলিল বিশ্বনাথ জিলাৰ টঙনা গাওঁৰ ৰাজ পথ ! পাঞ্চজন্য যুৱ সংঘৰ সৌজন্যত ২৮ তম টঙনাগাওঁ ৰঙালী বিহু সন্মিলৰন সাংস্কৃতিক শোভা যাত্ৰাই মোহছন্ন কৰিলে টঙনা গাওঁৰ ৰাজ পথ ৷
বাৰেৰহণীয়া কলা-কৃষ্টিৰ এক বৰ্ণিল প্ৰদৰ্শনৰে জনগোষ্ঠীয় স্বকীয় লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ পৰা হেৰাই যাব খোজা  প্ৰতীকীৰ উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । আজি বিহু সন্মিলন খনৰ পুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অভিনৱ শইকীয়াই , শ্বহীদ তৰ্পন কৰে বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয়  সুৰজিত শইকীয়া আৰু বেদান্ত মহন্তই ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে সমাজ ৰত্ন গোপাল শইকীয়াই ! জ্যেষ্ঠ সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানকে আদি কৰি মঞ্চ উদ্ধোধন কৰে শিল্পী পেঞ্চন প্ৰাপক তিলক ফুকনে ৷ বিহু সন্মিলন খনিৰ প্ৰয়াত যোগেন বৰা সোঁৱৰণি মঞ্চ খন প্ৰদান কৰিছে কিৰণ বৰা আৰু তেখতৰ পৰিয়াল বৰ্গই ৷ মৌ কুঁৱৰী , সৰু বিহুৱতী , ঢোল বাদন আদি প্ৰতিযোগিতাৰে দিন যোৰা কাৰ্যসূচীৰে বিহু সন্মিলন খনি অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা কমিটিয়ে ৷ কাইলৈ অৰ্থাৎ ১২ মে তাৰিখে ২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পৱনজিৎ সিংৰ গীতৰ শৰাই ৷
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    1 hr ago
  • হিমন্ত বিশ্ব শর্মাই কালি মোৰ সুৰক্ষা প্রসংগত কোৱা কথাবোৰৰ পাছত নিজৰ সন্মানৰ স্বাৰ্থত ডিজিপি হৰমিত সিং, এডিজিপি হীৰেন নাথকে ধৰি উচ্চ পদবীধাৰী আৰক্ষী বিষয়াসকলে পদত্যাগ কৰিব লাগে: akhil gogoi
    1
    হিমন্ত বিশ্ব শর্মাই কালি মোৰ সুৰক্ষা প্রসংগত কোৱা কথাবোৰৰ পাছত নিজৰ সন্মানৰ স্বাৰ্থত ডিজিপি হৰমিত সিং, এডিজিপি হীৰেন নাথকে ধৰি উচ্চ পদবীধাৰী আৰক্ষী বিষয়াসকলে পদত্যাগ কৰিব লাগে: akhil gogoi
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    1 hr ago
  • মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
    1
    মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ* *সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আছুৰ সভাপতি উৎপল শৰ্মাই, গীত পৰিৱেশন কৰিব প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্ৰবীণ বৰাই ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে* মৰিগাঁৱৰ সাংবাদিক আৰু সংবাদ কৰ্মীসকলৰ অন্যতম উমৈহতীয়া সংগঠন মৰিগাঁও সাংবাদিক সমাজৰ উদ্যোগত আগন্তুক ১৪ মে'ত মৰিগাঁও চহৰত দিনজোৰা কাৰ্যসূচীৰে বসন্ত উৎসৱ অনুষ্ঠিত কৰা হ'ব। মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত হ'বলগা এই বসন্ত উৎসৱটো সৰ্বাংগসুন্দৰ আৰু সফল কৰি তুলিবলৈ মানবেন্দ্ৰ দেৱনাথক সভাপতি, ভৰত কুমাৰ নাথ আৰু ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, বিকাশ ডেকাক সম্পাদক, মৃগাংক মেধি আৰু দিগন্ত ডেকাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। বসন্ত উৎসৱৰ প্ৰকাশিত কাৰ্যসূচী অনুসৰি পুৱা ১০.৩০ বজাত পতাকা উত্তোলন, ১১ বজাত স্মৃতি তৰ্পণ, ১১.৩০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ, ৫.৩০ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত এদল আমন্ত্রিত বিহুৱা দলৰ বিহু নৃত্য প্ৰদৰ্শন। নিশা ৮.৩০ বজাত এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটো উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আমন্ত্রিত অতিথি আৰু মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সাংস্কৃতিক অনুষ্ঠানটোত জনপ্ৰিয় কন্ঠশিল্পী প্ৰবীণ বৰাই গীত পৰিৱেশন কৰিব। বসন্ত উৎসৱৰ সমূহ কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজক অকুন্ঠ ভাবে অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়া সকলে বিনম্ৰ ভাবে আহ্বান জানিবলৈ দিছে।
    1
    মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ*

*সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আছুৰ সভাপতি উৎপল শৰ্মাই, গীত পৰিৱেশন কৰিব প্ৰতিষ্ঠিত কণ্ঠশিল্পী প্ৰবীণ বৰাই
ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে*
মৰিগাঁৱৰ সাংবাদিক আৰু সংবাদ কৰ্মীসকলৰ অন্যতম উমৈহতীয়া সংগঠন মৰিগাঁও সাংবাদিক সমাজৰ উদ্যোগত আগন্তুক ১৪ মে'ত মৰিগাঁও চহৰত দিনজোৰা কাৰ্যসূচীৰে বসন্ত উৎসৱ অনুষ্ঠিত কৰা হ'ব। মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত হ'বলগা এই বসন্ত উৎসৱটো সৰ্বাংগসুন্দৰ আৰু সফল কৰি তুলিবলৈ মানবেন্দ্ৰ দেৱনাথক সভাপতি, ভৰত কুমাৰ নাথ আৰু ৰঞ্জন দাসক কাৰ্যকৰী সভাপতি, বিকাশ ডেকাক সম্পাদক, মৃগাংক মেধি আৰু দিগন্ত ডেকাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। বসন্ত উৎসৱৰ প্ৰকাশিত কাৰ্যসূচী অনুসৰি পুৱা ১০.৩০ বজাত পতাকা উত্তোলন, ১১ বজাত স্মৃতি তৰ্পণ, ১১.৩০ বজাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ, ৫.৩০ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত এদল আমন্ত্রিত বিহুৱা দলৰ বিহু নৃত্য প্ৰদৰ্শন। নিশা ৮.৩০ বজাত এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটো উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অনুষ্ঠানত মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী আমন্ত্রিত অতিথি আৰু মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সাংস্কৃতিক অনুষ্ঠানটোত জনপ্ৰিয় কন্ঠশিল্পী প্ৰবীণ বৰাই গীত পৰিৱেশন কৰিব। বসন্ত উৎসৱৰ সমূহ কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজক অকুন্ঠ ভাবে অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়া সকলে বিনম্ৰ ভাবে আহ্বান জানিবলৈ দিছে।
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • দিমাপুৰৰ চাঢ় গাঁৱত মাটি খান্দোতে এটা পুৰণি দেৱতাৰ মূৰ্তিৰ অৱশিষ্ট পোৱা গৈছে। দুটা খণ্ডত বিভক্ত মূৰ্তিটোৰ কেৱল ওপৰৰ অংশহে বৰ্তমানলৈকে পোৱা গৈছে আৰু ইয়াৰ খবৰ বিয়পি পৰাত গাঁৱবাসীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে চৰকাৰক স্থানটো সংৰক্ষণ কৰি অধিক খনন কৰিলে আন বহুমূলীয়া প্ৰাচীন অৱশেষ আৰু মূৰ্তিটোৰ আন অংশও উদ্ধাৰ হ'ব পাৰে বুলি আশা কৰিছে।
    1
    দিমাপুৰৰ চাঢ় গাঁৱত মাটি খান্দোতে এটা পুৰণি দেৱতাৰ মূৰ্তিৰ অৱশিষ্ট পোৱা গৈছে। দুটা খণ্ডত বিভক্ত মূৰ্তিটোৰ কেৱল ওপৰৰ অংশহে বৰ্তমানলৈকে পোৱা গৈছে আৰু ইয়াৰ খবৰ বিয়পি পৰাত গাঁৱবাসীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে চৰকাৰক স্থানটো সংৰক্ষণ কৰি অধিক খনন কৰিলে আন বহুমূলীয়া প্ৰাচীন অৱশেষ আৰু মূৰ্তিটোৰ আন অংশও উদ্ধাৰ হ'ব পাৰে বুলি আশা কৰিছে।
    user_वाणावर न्यूज़
    वाणावर न्यूज़
    पत्रकार Aquqhnaqua•
    23 hrs ago
  • # জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা। Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।
    4
    # জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা।

Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত  বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ  দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    3 hrs ago
  • মাত্ৰ ১১ টকাৰ ৰিচাৰ্জত এতিয়া পাব আনলিমিটেড ডাটাৰ সুবিধা। Airtel গ্ৰাহকৰ বাবে আহিল বাম্পাৰ অফাৰ!মাত্র ১১ টকাৰ ৰিচাৰ্জত এতিয়া পাব আনলিমিটেড ডাটাৰ সুবিধা। হয়, ঠিকেই শুনিছে! Airtel এ নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে ১০০ টকাৰ তলত একেবাৰে ধামাকা তিনিটাকৈ নতুন প্লেন। কম টকাত অধিক ডাটা আৰু সুবিধা লাভ কৰি এতিয়া ইণ্টাৰনেট ব্যৱহাৰ হ'ব আৰু সহজ। বিশেষকৈ যিসকল দৈনিক YouTube, Facebook, Instagram বা online class ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে এই অফাৰ হ'ব পাৰে একেবাৰে লাভজনক। ১১ টকাৰ প্লেনৰ উপৰিও Airteএ আনিছে আৰু দুটা সস্তীয়া প্লেন, য'ত পাব ডাটা সুবি সুবিধা আৰু সুবিধা অতিরিক্ত বেনিফিট। ইতিমধ্যে বহু গ্রাহকে এই অফাৰৰ লাভ লৈছে। কিন্তু মনত ৰাখিব, এই অফাৰ সীমিত সময়ৰ বাবেহে উপলব্ধ থাকিব পাৰে। সেয়ে আপোনাৰ Airtel ছিম থাকিলে এতিয়াই চেক কৰক এই নতুন Recharge Plansı
    1
    মাত্ৰ ১১ টকাৰ ৰিচাৰ্জত এতিয়া পাব আনলিমিটেড ডাটাৰ সুবিধা।
Airtel গ্ৰাহকৰ বাবে আহিল বাম্পাৰ অফাৰ!মাত্র ১১ টকাৰ ৰিচাৰ্জত এতিয়া পাব আনলিমিটেড ডাটাৰ সুবিধা।                                      হয়, ঠিকেই শুনিছে!  Airtel এ নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে ১০০ টকাৰ তলত একেবাৰে ধামাকা তিনিটাকৈ নতুন প্লেন। কম টকাত অধিক ডাটা আৰু সুবিধা লাভ কৰি এতিয়া ইণ্টাৰনেট ব্যৱহাৰ হ'ব আৰু সহজ।                                       বিশেষকৈ যিসকল দৈনিক YouTube, Facebook, Instagram বা online class ব্যৱহাৰ কৰে, তেওঁলোকৰ বাবে এই অফাৰ হ'ব পাৰে একেবাৰে লাভজনক।                               ১১ টকাৰ প্লেনৰ উপৰিও Airteএ আনিছে আৰু দুটা সস্তীয়া প্লেন,
য'ত পাব ডাটা সুবি সুবিধা আৰু সুবিধা অতিরিক্ত বেনিফিট।       ইতিমধ্যে বহু গ্রাহকে এই অফাৰৰ লাভ লৈছে।
কিন্তু মনত ৰাখিব, এই অফাৰ সীমিত সময়ৰ বাবেহে উপলব্ধ থাকিব পাৰে।                             সেয়ে আপোনাৰ Airtel
ছিম থাকিলে এতিয়াই চেক কৰক এই নতুন
Recharge Plansı
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.