বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ! বাৰেৰহনীয়া সাংস্কৃতিৰে উজ্বলিল বিশ্বনাথ জিলাৰ টঙনা গাওঁৰ ৰাজ পথ ! পাঞ্চজন্য যুৱ সংঘৰ সৌজন্যত ২৮ তম টঙনাগাওঁ ৰঙালী বিহু সন্মিলৰন সাংস্কৃতিক শোভা যাত্ৰাই মোহছন্ন কৰিলে টঙনা গাওঁৰ ৰাজ পথ ৷ বাৰেৰহণীয়া কলা-কৃষ্টিৰ এক বৰ্ণিল প্ৰদৰ্শনৰে জনগোষ্ঠীয় স্বকীয় লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ পৰা হেৰাই যাব খোজা প্ৰতীকীৰ উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । আজি বিহু সন্মিলন খনৰ পুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অভিনৱ শইকীয়াই , শ্বহীদ তৰ্পন কৰে বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয় সুৰজিত শইকীয়া আৰু বেদান্ত মহন্তই ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে সমাজ ৰত্ন গোপাল শইকীয়াই ! জ্যেষ্ঠ সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানকে আদি কৰি মঞ্চ উদ্ধোধন কৰে শিল্পী পেঞ্চন প্ৰাপক তিলক ফুকনে ৷ বিহু সন্মিলন খনিৰ প্ৰয়াত যোগেন বৰা সোঁৱৰণি মঞ্চ খন প্ৰদান কৰিছে কিৰণ বৰা আৰু তেখতৰ পৰিয়াল বৰ্গই ৷ মৌ কুঁৱৰী , সৰু বিহুৱতী , ঢোল বাদন আদি প্ৰতিযোগিতাৰে দিন যোৰা কাৰ্যসূচীৰে বিহু সন্মিলন খনি অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা কমিটিয়ে ৷ কাইলৈ অৰ্থাৎ ১২ মে তাৰিখে ২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পৱনজিৎ সিংৰ গীতৰ শৰাই ৷
বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ! বাৰেৰহনীয়া সাংস্কৃতিৰে উজ্বলিল বিশ্বনাথ জিলাৰ টঙনা গাওঁৰ ৰাজ পথ ! পাঞ্চজন্য যুৱ সংঘৰ সৌজন্যত ২৮ তম টঙনাগাওঁ ৰঙালী বিহু সন্মিলৰন সাংস্কৃতিক শোভা যাত্ৰাই মোহছন্ন কৰিলে টঙনা গাওঁৰ ৰাজ পথ ৷ বাৰেৰহণীয়া কলা-কৃষ্টিৰ এক বৰ্ণিল প্ৰদৰ্শনৰে জনগোষ্ঠীয় স্বকীয়
লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ পৰা হেৰাই যাব খোজা প্ৰতীকীৰ উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । আজি বিহু সন্মিলন খনৰ পুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অভিনৱ শইকীয়াই , শ্বহীদ তৰ্পন কৰে বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয় সুৰজিত শইকীয়া আৰু বেদান্ত মহন্তই ৷ অসমীয়াৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে সমাজ ৰত্ন গোপাল শইকীয়াই ! জ্যেষ্ঠ সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানকে আদি কৰি মঞ্চ উদ্ধোধন কৰে শিল্পী পেঞ্চন প্ৰাপক তিলক ফুকনে ৷ বিহু সন্মিলন খনিৰ প্ৰয়াত যোগেন বৰা সোঁৱৰণি মঞ্চ খন প্ৰদান কৰিছে কিৰণ বৰা আৰু তেখতৰ পৰিয়াল বৰ্গই ৷ মৌ
কুঁৱৰী , সৰু বিহুৱতী , ঢোল বাদন আদি প্ৰতিযোগিতাৰে দিন যোৰা কাৰ্যসূচীৰে বিহু সন্মিলন খনি অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা কমিটিয়ে ৷ কাইলৈ অৰ্থাৎ ১২ মে তাৰিখে ২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পৱনজিৎ সিংৰ গীতৰ শৰাই ৷
- বʼহাগ মাথোঁ এটি ঋতু নহয় নহয় বʼহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ ! বাৰেৰহনীয়া সাংস্কৃতিৰে উজ্বলিল বিশ্বনাথ জিলাৰ টঙনা গাওঁৰ ৰাজ পথ ! পাঞ্চজন্য যুৱ সংঘৰ সৌজন্যত ২৮ তম টঙনাগাওঁ ৰঙালী বিহু সন্মিলৰন সাংস্কৃতিক শোভা যাত্ৰাই মোহছন্ন কৰিলে টঙনা গাওঁৰ ৰাজ পথ ৷ বাৰেৰহণীয়া কলা-কৃষ্টিৰ এক বৰ্ণিল প্ৰদৰ্শনৰে জনগোষ্ঠীয় স্বকীয় লোক কৃষ্টি সংস্কৃতি , গ্ৰাম্য চহা জীৱনৰ পৰা হেৰাই যাব খোজা প্ৰতীকীৰ উপস্থাপনেৰে এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । আজি বিহু সন্মিলন খনৰ পুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অভিনৱ শইকীয়াই , শ্বহীদ তৰ্পন কৰে বিহু উদযাপন সমিতিৰ সম্পাদকদ্বয় সুৰজিত শইকীয়া আৰু বেদান্ত মহন্তই ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বৃক্ষ ৰোপণ কৰে সমাজ ৰত্ন গোপাল শইকীয়াই ! জ্যেষ্ঠ সকলৰ সম্বৰ্দ্ধনা অনুষ্ঠানকে আদি কৰি মঞ্চ উদ্ধোধন কৰে শিল্পী পেঞ্চন প্ৰাপক তিলক ফুকনে ৷ বিহু সন্মিলন খনিৰ প্ৰয়াত যোগেন বৰা সোঁৱৰণি মঞ্চ খন প্ৰদান কৰিছে কিৰণ বৰা আৰু তেখতৰ পৰিয়াল বৰ্গই ৷ মৌ কুঁৱৰী , সৰু বিহুৱতী , ঢোল বাদন আদি প্ৰতিযোগিতাৰে দিন যোৰা কাৰ্যসূচীৰে বিহু সন্মিলন খনি অনুষ্ঠিত হয় ৷ নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তা কমিটিয়ে ৷ কাইলৈ অৰ্থাৎ ১২ মে তাৰিখে ২ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু নিশালৈ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ পৱনজিৎ সিংৰ গীতৰ শৰাই ৷4
- অসমৰ টংলাৰ বটাবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। চাৰি বছৰেও দৰিদ্ৰ পৰিয়ালৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ সম্পূৰ্ণ নোহোৱাত আঁচনিখনৰ স্বচ্ছতাক লৈ প্ৰশ্ন উঠিছে।1
- ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে1
- নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।1
- শোণিতপুৰ জিলাৰ ছিঙৰী আৰক্ষী চকী এলেকাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।1
- ঢেকীয়াজুলিত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত সৌৰভ আলীৰ থিতাতে মৃত্যু হয়। অঞ্চলটোত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো চৰকাৰী বিষয়াসকল জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি উদাসীন হৈ আছে।1
- ১৩ বছৰীয়া প্ৰদীপ দাস আইতাকৰ সৈতে নগাঁও চহৰৰ বজাৰলৈ গৈ নিৰুদ্দেশ হৈছে। বাদাম কিনিবলৈ ৫০ টকা লৈ যোৱাৰ পিছৰে পৰা তেওঁ উভতি অহা নাই, যাৰ ফলত পৰিয়ালত হাহাকাৰ লাগিছে। পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু কিশোৰজনক বিচাৰি সহায়ৰ আহ্বান জনাইছে।1
- # জামুগুৰিহাটত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল আৰক্ষী থানা। Anchor- জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বিহু সন্মিলনত নিশা লীলা বৰুৱা নামৰ যুৱক জনক খুকুৰীৰে কাটি নৃশংসভাৱে হত্যা কৰা জয়কান্ত বৰ্মণ নামৰ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল হৈ পৰে জামুগুৰি আৰক্ষী থানা। জামুগুৰি আৰক্ষী থানাৰ সন্মুখত শ শ লোক উপস্থিত হৈ হত্যাকাৰীটোক ফাঁচীৰ দাবীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে।উল্লেখ্য যে কালি নিশা জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীক গেপ্তাৰ কৰে যদিও আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে উপস্থিত ৰাইজে।4