Shuru
Apke Nagar Ki App…
তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হয় এক অঘটন, বাহন আৱদ্ধ হয় ৰে’ল লাইনত তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হৈছে এক অঘটন। মাকুম পথত দুৰ্ভাগ্যজনকভাৱে এখন বাহনে ৰে’ল লাইন পাৰ হোৱাৰ সময়ত সোমাই পৰে ৰে’ল লাইনৰ ভিতৰত । সেই সময়তে কাষেৰে ৰে’ল পাৰ হৈ যায় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীৰ লগতে বাহনখন। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহন আহি বাহনখন উদ্ধাৰ কৰে ৰে’ল লাইনৰ পৰা । উল্লেখযোগ্য যে কিছুদিনৰ পুৰ্বে তিনিচুকীয়াৰ লাইপুলিত এখন বাহনক মহতিয়াই নিছিল চলন্ত ৰে’লে ।
Tinsukia TIME

More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা । আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়1
- প্ৰাৰ্থীত্ব লাভৰ পাছতেই মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাই এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এজন 'ৰাজনৈতিক আৰ্কিটেক্ট' বুলি অভিহিত কৰি তেওঁৰ দূৰদৰ্শিতাৰ প্ৰশংসা কৰে। টিকট নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাজৰিকাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্ৰজোঁটৰ বিজয়ক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।1
- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ1
- Post by KHABAR 24 BISWANATH1
- তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।1
- প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ1
- ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।1