logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়াত জিলা আছুৰ প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।

17 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
17 hrs ago

তিনিচুকীয়াত জিলা আছুৰ প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।

More news from অসম and nearby areas
  • চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা । আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়
    1
    চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে  দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা ।
আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    22 hrs ago
  • প্ৰাৰ্থীত্ব লাভৰ পাছতেই মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
    1
    প্ৰাৰ্থীত্ব লাভৰ পাছতেই মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    5 hrs ago
  • শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাই এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এজন 'ৰাজনৈতিক আৰ্কিটেক্ট' বুলি অভিহিত কৰি তেওঁৰ দূৰদৰ্শিতাৰ প্ৰশংসা কৰে। টিকট নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাজৰিকাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্ৰজোঁটৰ বিজয়ক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
    1
    শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আমগুৰিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকাই এক বিশেষ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এজন 'ৰাজনৈতিক আৰ্কিটেক্ট' বুলি অভিহিত কৰি তেওঁৰ দূৰদৰ্শিতাৰ প্ৰশংসা কৰে। টিকট নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত হাজৰিকাই সমষ্টিটোৰ উন্নয়ন আৰু মিত্ৰজোঁটৰ বিজয়ক লৈ যথেষ্ট আশাবাদী বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অগপ-বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    13 hrs ago
  • ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।
    1
    ৰঙানদীৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিশেষ পণ ল'লে যুৱনেতা ঋষিৰাজ হাজৰিকাই।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    19 hrs ago
  • গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম প্ৰতিক্ৰিয়া। উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ
    1
    গোলাঘাট সমষ্টি বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰ প্ৰথম  প্ৰতিক্ৰিয়া।
উন্নয়ন বি জে পি চৰকাৰৰ প্ৰথম চিন্তা,যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি এখন সুন্দৰ গোলাঘাট গঢ় দিয়া এইবাৰ নিৰ্বাচনৰ মূল লক্ষ্য হব বুলি বৃহস্পতি বাৰে মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    14 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    13 hrs ago
  • তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷ প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।
    1
    তিনিচুকীয়াত জিলা আছুৰ উদ্যোগত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । 
প্ৰাণৰ শিল্পীগৰাকী ছয় মাহ হোৱাৰ হেতুকে আয়োজন কৰে শ্ৰদ্ধাঞ্জলিৰ ৷
প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰে তিনিচুকীয়া আছুৱে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    17 hrs ago
  • প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ
    1
    প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    5 hrs ago
  • লখিমপুৰ জিলাৰ ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ: লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱে জ্বলাকলা খুৱাইছে ৰাইজক। বন বিভাগৰ নাই গুৰুত্ব।যোৱা পুৱতি নিশা নৱগঠিত ৰঙানদী সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱৰ পাপু ভূঞাৰ ঘৰত বন্য হস্তীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে।স্থানীয় ৰাইজে জানিব দিয়া মতে এদিন পূৰ্বে গাঁওখনৰ তীৰ্থ শইকীয়াৰ গৃহত বন্য হস্তী প্ৰবেশ কৰি ঘৰ ভাঙি ধান খাই নষ্ট কৰে ।ইয়াৰ উপৰিও গাঁওখনৰ বহুজনৰ বাৰীত গছ গছনি নষ্ট কৰে।ৰাইজে জানিব দিয়া মতে অৰুণাচলী ব্যক্তিয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ গছ গছনি কাটি এফালৰ পৰা নষ্ট কৰি গৈছে।সেয়ে পাহাৰৰ পৰা বন্য হস্তী ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভঙাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু গছ গছনি নষ্ট কৰি গৈছে।ৰাইজে বাৰম্বাৰ বন বিভাগক বিষয়টো অৱগত কৰি আহিছে যদিওঁ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰা মতে এজনীয়া বন্য হস্তীয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ কাছজুলি,শান্তিপুৰ,শান্তিপুৰ মাজগাঁও,বৈঞ্চৱপুৰ,২ন বামুণ গাঁৱ,ধোৱাপাৰা আদি গাঁও সমূহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই বহু ক্ষতি কৰিছে।ৰাইজৰ অভিযোগ বন বিভাগ আহি একপি ফটো মাৰি নি দায়িত্ব সামৰি গৈছে।ৰাইজে দাবী জনাই যে চৰকাৰ তথা বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন্য হস্তীয়ে অনিষ্ট কৰা ৰাইজক ক্ষতিপুৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে।
    1
    লখিমপুৰ জিলাৰ ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱত বন্য হস্তীৰ উপদ্ৰৱ:
লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিগত কিছু দিন ধৰি বন্য হস্তীৰ উপদ্ৰৱে জ্বলাকলা খুৱাইছে ৰাইজক। বন বিভাগৰ নাই গুৰুত্ব।যোৱা পুৱতি নিশা নৱগঠিত ৰঙানদী সমষ্টিৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং ঢেকীয়াজুলিৰ বামুণ গাঁৱৰ পাপু ভূঞাৰ ঘৰত বন্য হস্তীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে বিভিন্ন সা-সামগ্ৰী নষ্ট কৰে।স্থানীয় ৰাইজে জানিব দিয়া মতে এদিন পূৰ্বে গাঁওখনৰ তীৰ্থ শইকীয়াৰ গৃহত বন্য হস্তী প্ৰবেশ কৰি ঘৰ ভাঙি ধান খাই নষ্ট কৰে ।ইয়াৰ উপৰিও গাঁওখনৰ বহুজনৰ বাৰীত গছ গছনি নষ্ট কৰে।ৰাইজে জানিব দিয়া মতে অৰুণাচলী ব্যক্তিয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ গছ গছনি কাটি এফালৰ পৰা নষ্ট কৰি গৈছে।সেয়ে পাহাৰৰ পৰা বন্য হস্তী ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভঙাৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু গছ গছনি নষ্ট কৰি গৈছে।ৰাইজে বাৰম্বাৰ বন বিভাগক বিষয়টো অৱগত কৰি আহিছে যদিওঁ বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।জানিব পৰা মতে এজনীয়া বন্য হস্তীয়ে ৰঙা বন সংৰক্ষিত এলেকাৰ কাছজুলি,শান্তিপুৰ,শান্তিপুৰ মাজগাঁও,বৈঞ্চৱপুৰ,২ন বামুণ গাঁৱ,ধোৱাপাৰা আদি গাঁও সমূহত বন্য হস্তীয়ে উপদ্ৰৱ চলাই বহু ক্ষতি কৰিছে।ৰাইজৰ অভিযোগ বন বিভাগ আহি একপি ফটো মাৰি নি দায়িত্ব সামৰি গৈছে।ৰাইজে দাবী জনাই যে চৰকাৰ তথা বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বন্য হস্তীয়ে অনিষ্ট কৰা ৰাইজক ক্ষতিপুৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    19 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.