logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিজেপিৰ প্ৰাৰ্থীত্ব লাভৰ পাছতেই সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰৰ মন্তব্য প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ

5 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
5 hrs ago

বিজেপিৰ প্ৰাৰ্থীত্ব লাভৰ পাছতেই সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰৰ মন্তব্য প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ ধৰ্মেশ্বৰ কোঁৱৰৰ

More news from অসম and nearby areas
  • বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
    1
    বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • naharkatiya sasoni park 🏞️
    1
    naharkatiya sasoni park 🏞️
    user_Gouliath barwa
    Gouliath barwa
    Video Creator Sapekhati, Charaideo•
    4 hrs ago
  • ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
    1
    ছয় মাহ ওকলি যোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় নোপোৱা আৰু জুবিন ক্ষেত্ৰ বিশ্বৰ মানদণ্ডত প্ৰতিষ্ঠা কৰাৰ দাবী মৌন শিখা সমদল কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।
    1
    নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    11 hrs ago
  • তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হৈছে এক অঘটন। মাকুম পথত দুৰ্ভাগ্যজনকভাৱে এখন বাহনে ৰে’ল লাইন পাৰ হোৱাৰ সময়ত সোমাই পৰে ৰে’ল লাইনৰ ভিতৰত । সেই সময়তে কাষেৰে ৰে’ল পাৰ হৈ যায় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীৰ লগতে বাহনখন। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহন আহি বাহনখন উদ্ধাৰ কৰে ৰে’ল লাইনৰ পৰা । উল্লেখযোগ্য যে কিছুদিনৰ পুৰ্বে তিনিচুকীয়াৰ লাইপুলিত এখন বাহনক মহতিয়াই নিছিল চলন্ত ৰে’লে ।
    1
    তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হৈছে এক অঘটন।
মাকুম পথত দুৰ্ভাগ্যজনকভাৱে এখন বাহনে ৰে’ল লাইন পাৰ হোৱাৰ সময়ত  সোমাই পৰে ৰে’ল লাইনৰ ভিতৰত । 
সেই সময়তে কাষেৰে ৰে’ল পাৰ হৈ যায় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীৰ লগতে বাহনখন। 
পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহন আহি বাহনখন উদ্ধাৰ কৰে ৰে’ল লাইনৰ পৰা । 
উল্লেখযোগ্য যে কিছুদিনৰ পুৰ্বে তিনিচুকীয়াৰ লাইপুলিত এখন বাহনক মহতিয়াই নিছিল চলন্ত ৰে’লে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    13 hrs ago
  • সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    1
    সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
  • লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।
    1
    লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান
বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই
প্রতি খন বাহনত চলাইছে  পৰীক্ষা।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    19 hrs ago
  • প্ৰাৰ্থীত্ব লাভৰ পাছতেই মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
    1
    প্ৰাৰ্থীত্ব লাভৰ পাছতেই মাহমৰা বিধানসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.