কচুৱাৰ বৰপানী নদীৰ ৰমনিপথাৰত অবৈধভাৱে বালি খনন ৷ থানাত গোচৰ বিগত কিছুদিন ধৰি কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীৰ পমিলা জাৰনি আৰু ৰমনিপথাৰত এটা অসাধু চক্ৰই শক্তিশালী মেছিনেৰে নদীৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে । অবৈধ বালি আনন্দ ফলত নদীখনৰ দুয়ো পাৰৰ মথাউৰিত চৰম ভাবুকি আহি পৰাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ৷বিগত বৰ্ষত হোৱা ভয়াৱহ বানপানীৰ ফলত নদীখনৰ বহু ঠাইত মাথাউৰি চিগি নিয়াত চৰকাৰৰ অৱহেলা লক্ষ্য কৰি ৰাইজেই ভঙা পাৰসমূহ মেৰামতি কৰি আহিছিল ৷ সম্প্ৰতি অসাধু চক্ৰটোয়ে অবৈধভাৱে বালি খনন কৰাত এইবাৰৰ বাৰিষাত গৰাখহনীয়া হোৱাৰ সম্ভাৱনা আছে বুলি বন বিভাগক বাৰে বাৰে জনায়ো ৰাইজে কোনো সুফল পোৱা নাই।বালি খননত আতংকিত হৈ পৰা ৰাইজে আজি পমিলা জাৰনীৰ ছৈদুৰ ৰহমান, মতিউৰ ৰহমান, জাকিৰ হুছেইন, আনাৰ হুছেইন, হাবিজ উদ্দিন, জয়নাল আবদিন, ইক্ৰামূল হুছেইন আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে আজি কচুৱা থানাত গোচৰ তৰা বুলি জনা গৈছে ৷ বন বিভাগ আৰু আৰক্ষীয়ে কোনো পদক্ষেপ নললে সচেতন ৰাইজ অচিৰেই জিলা আয়ুক্তৰ কাষ চাপিব বুলি নৈ পৰীয়া ৰাইজে জানিবলৈ দিয়ে।
কচুৱাৰ বৰপানী নদীৰ ৰমনিপথাৰত অবৈধভাৱে বালি খনন ৷ থানাত গোচৰ বিগত কিছুদিন ধৰি কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী নদীৰ পমিলা জাৰনি আৰু ৰমনিপথাৰত এটা অসাধু চক্ৰই শক্তিশালী মেছিনেৰে নদীৰ পৰা বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে । অবৈধ বালি আনন্দ
ফলত নদীখনৰ দুয়ো পাৰৰ মথাউৰিত চৰম ভাবুকি আহি পৰাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ৷বিগত বৰ্ষত হোৱা ভয়াৱহ বানপানীৰ ফলত নদীখনৰ বহু ঠাইত মাথাউৰি চিগি নিয়াত চৰকাৰৰ অৱহেলা লক্ষ্য কৰি ৰাইজেই ভঙা পাৰসমূহ মেৰামতি কৰি আহিছিল ৷ সম্প্ৰতি অসাধু
চক্ৰটোয়ে অবৈধভাৱে বালি খনন কৰাত এইবাৰৰ বাৰিষাত গৰাখহনীয়া হোৱাৰ সম্ভাৱনা আছে বুলি বন বিভাগক বাৰে বাৰে জনায়ো ৰাইজে কোনো সুফল পোৱা নাই।বালি খননত আতংকিত হৈ পৰা ৰাইজে আজি পমিলা জাৰনীৰ ছৈদুৰ ৰহমান, মতিউৰ ৰহমান, জাকিৰ হুছেইন, আনাৰ হুছেইন, হাবিজ
উদ্দিন, জয়নাল আবদিন, ইক্ৰামূল হুছেইন আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে আজি কচুৱা থানাত গোচৰ তৰা বুলি জনা গৈছে ৷ বন বিভাগ আৰু আৰক্ষীয়ে কোনো পদক্ষেপ নললে সচেতন ৰাইজ অচিৰেই জিলা আয়ুক্তৰ কাষ চাপিব বুলি নৈ পৰীয়া ৰাইজে জানিবলৈ দিয়ে।
- সোনাইঘাট চলচলিত চৰকাৰী পঞ্জীয়নভুক্ত ট্ৰেভেল এজেন্সীৰ কাউন্টাৰৰ পৰা টিকত সংগ্ৰহ কৰক আৰু নিচিন্ত মনেৰে যাত্ৰা কৰক। এই কাউন্টাৰৰ পৰা AC যুক্ত চুপাৰ বাছৰো সুবিধা আছে। আপুনি বহিঃৰাজ্যলৈ যাত্ৰা কৰাৰ পুৰ্বে এশবাৰ ভাৱক আৰু যাত্ৰা সুনিশ্চিত কৰক! ঠায়ে ঠায়ে কাঠফুলাৰ দৰে গঢ়ি উঠা কাউন্টাৰৰ পৰা টিকট সংগ্ৰহ কৰি ইতিমধ্যে বহু যাত্ৰী বিপদত পৰিছে। অনলাইন যোগে বাছৰ টিকট বিক্ৰী কৰি এচাম অসাধু চক্ৰই বিপদত পেলাইছে বহু যাত্ৰীক। সেয়ে বিভাগীয় লাইচেন্স প্ৰাপ্ত ট্ৰেভেল এজেন্সিৰ গাড়ীৰে যাত্ৰা সুনিশ্চিত কৰক! আৰু মহা আৰামেৰে বহিঃ ৰাজ্যলৈ যাত্ৰা কৰক।1
- পূব মৰিগাঁও নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সোণালী জয়ন্তীৰ শুভ আৰম্ভণি: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে সকলোকে1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ ময়দানত ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণী1
- Post by অঞ্জন শইকীয়া1
- Beharbari Accident* মহানগৰীৰ বেহৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ আৰু চাৰিচকীয়া ৱেগনাৰ বাহনৰ মাজত। দাম্পৰৰ নামৰ AS 01 NC 4712 ৱেগনাৰৰ নম্বৰ AS 01 EH 3089 মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ অহা সময়ত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত লোকেল কংফুৰ দুই অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী। লখৰা দিশৰ পৰা অহা দাম্পৰ আৰু চাৰিচকীয়া বাহন ৱেগনাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুয়োকে বেহৰবাৰীৰ প্ৰাৰ্থনা হস্পিতাললৈ প্ৰেৰণ। সাংবাদিকক মদৰ বটল খুলি চাবলৈ হেঁচা অভিনেতা বনি দেউৰীৰ। নিশা কৰ্তব্যৰত সাংবাদিকৰে তৰ্ক বিতৰ্কতো লিপ্ত হৈ অভিনেতা গৰাকী।1
- ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ডিব্ৰুদৰং চাহ বাগিছাত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী দণ্ড পূজাৰ মেৰু ভঙা অনুষ্ঠান1
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।1