Shuru
Apke Nagar Ki App…
ৰঞ্জু হাজৰিকাক অসম সমন্বয় বঁটা প্ৰদান শিৱসাগৰৰ বকতা নঙলামৰা গড়মূৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক বকতা সমন্বয় গ্ৰন্থ উৎসৱ৷ ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক অসম সমন্বয় ২০২৬বঁটা প্ৰদান৷ বকতা নঙলামৰা গড়মূৰ ৰাজহুৱা খেলপথাৰত যোৱা ২০ জানুৱাৰী পৰা অনুষ্ঠিত হৈ আহিছে পঞ্চম বাৰ্ষিক বকতা সমন্বয় গ্ৰন্থ উৎসৱ৷ এই গ্ৰন্থ উৎসৱৰ সৈতে সংগতি গ্ৰন্থ উৎসৱৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী৷ গ্ৰন্থ উৎসৱত উপস্থিত থাকে ৰহস্য সম্ৰাট, সাহিত্যিক,লেখক ৰঞ্জু হাজৰিকা৷ তেখেতলৈ প্ৰদান কৰা হয় অসম সমন্বয় ২০২৬বঁটা৷ ৰঞ্জু হাজৰিকাৰ জীৱনৰ বহু অভিজ্ঞতা তথা তেওঁৰ লেখনিৰ সন্দৰ্ভত নিজৰ বক্তব্য দাঙি ধৰে ৰাইজৰ আগত। গ্ৰন্থ উৎসৱত উপস্থিত থাকে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই৷
Charaideo news

- Sukindor OrungBajali (Pt), Assam😤on 30 January
- Sukindor OrungBajali (Pt), Assam😤on 30 January
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা । আজি চৰাইদেউৰ চ্যূকাফা নগৰৰ নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে উস্ম আদৰণি জনোৱা হয় । এক বিশাল ৰেলীৰে আগুৱাই আনে । ইয়াৰ পাছত ধৰ্মেশ্বৰ কোঁৱৰ -চৰাইদেউ মৈদামক্ষেত্ৰত উপস্থিত হয় । পুৰ্বপুৰুষ তথা আৰাধ্য দেৱতাক স্মৰণ কৰি সেৱা লয়1
- বিজেপিৰ নেতা সুৰুয দিহিঙ্গীয়াই মাহমৰা বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব লাভৰ পাছতেই উৎফুল্লিত সমৰ্থক সকল। বিহুনাম জুৰিলে সমৰ্থকে। পিতৃয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ আনন্দত এপাক নাচিলে জিয়ৰীয়ে।1
- naharkatiya sasoni park 🏞️1
- নিৰ্বাচনী বতাহে গৰম কৰি তোলা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইবাৰ বিশেষ চৰ্চালৈ আহিছে ডিমৌ বিধানসভা সমষ্টি। ডিমৌত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে ৰাইজৰ দলক। আজি সমষ্টিটোত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে এক উষ্ম পৰিৱেশৰ সৃষ্টি হয়। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে আজিৰ পৰাই নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ তীব্ৰতৰ কৰি তুলিছে।1
- তিনিচুকীয়াৰ ৰে’ল লাইনত পুনৰ সংঘটিত হৈছে এক অঘটন। মাকুম পথত দুৰ্ভাগ্যজনকভাৱে এখন বাহনে ৰে’ল লাইন পাৰ হোৱাৰ সময়ত সোমাই পৰে ৰে’ল লাইনৰ ভিতৰত । সেই সময়তে কাষেৰে ৰে’ল পাৰ হৈ যায় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীৰ লগতে বাহনখন। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহন আহি বাহনখন উদ্ধাৰ কৰে ৰে’ল লাইনৰ পৰা । উল্লেখযোগ্য যে কিছুদিনৰ পুৰ্বে তিনিচুকীয়াৰ লাইপুলিত এখন বাহনক মহতিয়াই নিছিল চলন্ত ৰে’লে ।1
- সংকটজনক অৱস্থাত ২ জনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ1
- লালুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত SFT টিমৰ অভিযান বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছতেই প্রতি খন বাহনত চলাইছে পৰীক্ষা।1
- চৰাইদেউ জিলাৰ ৯৪ নং সোণাৰি বিধানসভা সমষ্টিৰ বাবে বিজেপি মিত্ৰযুটৰ প্ৰাৰ্থী হিছাবে দ্বিতীয় বাৰৰ বাবে টিকট লাভ কৰিলে ধৰ্মেশ্বৰ কোঁৱৰে । নিশা বিধায়ক আৱাসত শুভাকাংশী, সমৰ্থকে জনালে শুভেচ্ছা ।1