তামুলপুৰ জিলাৰ দলংপাৰত যোৱা কালিৰে পৰা পুত্ৰ সহ মাতৃ নিৰুদ্দেশ। তামুলপুৰৰ দলংপাৰত পুত্ৰ সহ মাতৃ নিৰুদ্দেশ। তামুলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত দলংপাৰ গাঁৱৰ পৰা পুত্ৰ সহ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে অমৰজ্যোতি ৰাভাৰ পত্নী প্ৰণীতা ৰাভা (২৮) আৰু তেওঁৰ পুত্ৰ ট্ৰিষ্টান ৰাভা (১১) যোৱা কালি অৰ্থাৎ ৩ এপ্ৰিল তাৰিখে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে সন্ধিয়া প্ৰণীতা ৰাভা আৰু তেওঁৰ এঘাৰ বছৰীয়া পুত্ৰ ট্ৰিষ্টান ৰাভা ঘৰত কোনো নথকাত অৱস্থাত ঘৰৰ পৰা ওলাই যায় আৰু আজি বাতৰি লিখা পৰলৈকে পুত্ৰ আৰু মাতৃ কোনো সন্ধান লাভ কৰা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত দুয়োজনকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰাত তামুলপুৰ সদৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে। ইপিনে পৰিয়ালৰ লোকে কোনো লোকে প্ৰণীতা ৰাভা আৰু ট্ৰিষ্টান ৰাভাৰ সম্ভেদ লাভ কৰে তেনে হলে তামুলপুৰ সদৰ আৰক্ষী থানাত বা ৬০০১১৬৯৬৩৬ যোগাযোগ কৰিবলৈ আহ্বান জনায়।

- ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।1
- ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।1
- “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections20261
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। 📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ। 📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।1
- এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone1
- আগন্তুক দিনত বিজেপি মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ছাদ্দাম হুছেইন । সংখ্যালঘু ৰাইজে মুৰব্বী নোহোৱা দলৰ প্ৰাৰ্থীক ভোট দি লাভ নাই বিগত সময়ত কংগ্ৰেছে কেৱল মাত্ৰ ডিটেনশন কেম্প হে উপহাৰ দিছে সংখ্যালঘু ৰাইজৰ হৈ একো কাম নকৰিলে । AIUDF কংগ্ৰেছ মুৰব্বী নথকা দল কংগ্ৰেছ আৰু এ আই ইউ দি এফে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য ছাদ্দাম হুছেইনৰ । চেঙাত মিত্ৰজোটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ জোৰদাৰ প্ৰচাৰ অভিযান জনতাৰ অভূতপূৰ্ব সঁহাৰি । অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ২৩ নং চেঙা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিজেপি-অগপ মিত্ৰজোটৰ মনোনীত অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ চলাইছে তীব্ৰ প্ৰচাৰ অভিযান । সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰাৰ্থীগৰাকীক দেখিবলৈ পোৱা গ’ল এক উষ্ম পৰিৱেশ । চেঙা সমষ্টিৰ ৰাইজক চৰকাৰৰ অংশীদাৰ হ'বলৈ আহ্বান চেঙাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ছাদ্দাম হুছেইনৰ । কংগ্ৰেছ এই আই ইউ দি এফক কোঠৰ সমালোচনা কৰি কয় বিগত নিৰ্বাচনত চেঙাৰ ৰাইজে আছৰাফুলক কনী বিক্ৰী কৰা টকা দি জয় কৰিছিল কিন্তু বিধায়ক হৈ ৰাইজক সেৱা নকৰিলে বুলি মন্তব্য কৰে ছাদ্দাম হুছেইনে ।1
- Post by Musomi Akter4
- তামুলপুৰৰ দলংপাৰত পুত্ৰ সহ মাতৃ নিৰুদ্দেশ। তামুলপুৰৰ আৰক্ষী থানাৰ অন্তৰ্গত দলংপাৰ গাঁৱৰ পৰা পুত্ৰ সহ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে অমৰজ্যোতি ৰাভাৰ পত্নী প্ৰণীতা ৰাভা (২৮) আৰু তেওঁৰ পুত্ৰ ট্ৰিষ্টান ৰাভা (১১) যোৱা কালি অৰ্থাৎ ৩ এপ্ৰিল তাৰিখে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে সন্ধিয়া প্ৰণীতা ৰাভা আৰু তেওঁৰ এঘাৰ বছৰীয়া পুত্ৰ ট্ৰিষ্টান ৰাভা ঘৰত কোনো নথকাত অৱস্থাত ঘৰৰ পৰা ওলাই যায় আৰু আজি বাতৰি লিখা পৰলৈকে পুত্ৰ আৰু মাতৃ কোনো সন্ধান লাভ কৰা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত দুয়োজনকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ লাভ নকৰাত তামুলপুৰ সদৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে। ইপিনে পৰিয়ালৰ লোকে কোনো লোকে প্ৰণীতা ৰাভা আৰু ট্ৰিষ্টান ৰাভাৰ সম্ভেদ লাভ কৰে তেনে হলে তামুলপুৰ সদৰ আৰক্ষী থানাত বা ৬০০১১৬৯৬৩৬ যোগাযোগ কৰিবলৈ আহ্বান জনায়।1