logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লাকুৱা গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত একবিংশতিতম লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন। জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে লাকুৱাবাসীৰ সহযোগত একবিংশতিতম লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন। লাকুৱা গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত 30 এপ্ৰিল আৰু 1 মেত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা বিহু সন্মিলনৰ প্ৰথম দিনা মৌ-কুঁৱৰী, চেমনীয়া হুঁচৰি, চেমনীয়া জেং বিহুৰ প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা আমন্ত্ৰিত হুঁচৰি , আমন্ত্ৰিত জেং বিহুৰ প্ৰদৰ্শনৰ লগতে নিশালৈ আমন্ত্ৰিত শিল্পী দিপান্দিতা ডেকাৰ গীতৰ শৰাই ।

4 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
4 hrs ago
f1cf5f4a-1767-48ac-b580-152a8f5e4c4c

লাকুৱা গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত একবিংশতিতম লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন। জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে লাকুৱাবাসীৰ সহযোগত একবিংশতিতম লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন। লাকুৱা গমধৰ কোঁৱৰ ৰাজহুৱা খেলপথাৰত 30 এপ্ৰিল আৰু 1 মেত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা বিহু সন্মিলনৰ প্ৰথম দিনা মৌ-কুঁৱৰী, চেমনীয়া হুঁচৰি, চেমনীয়া জেং বিহুৰ প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা আমন্ত্ৰিত হুঁচৰি , আমন্ত্ৰিত জেং বিহুৰ প্ৰদৰ্শনৰ লগতে নিশালৈ আমন্ত্ৰিত শিল্পী দিপান্দিতা ডেকাৰ গীতৰ শৰাই ।

More news from অসম and nearby areas
  • সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
    1
    সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    19 hrs ago
  • ​শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।
    1
    ​শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
  • তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ত হঠাৎ উপস্থিত শিক্ষা বিভাগৰ দ’ল ৷ বিদ্যালয়খনৰ শিক্ষক তথ কৰ্মচাৰী যথেষ্ট পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাক লৈ সৰৱ বিভাগীয় বিষয়া। সমান্তৰালভাৱে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম হোৱাৰ আছে অভিযোগ। তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো শিক্ষকক নিজা কৰ্তব্য দায়িত্বসহকাৰে পালন কৰিবলৈ আহ্বান জনাই শিক্ষা বিভাগে ৷
    1
    তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ত হঠাৎ উপস্থিত শিক্ষা বিভাগৰ দ’ল ৷
বিদ্যালয়খনৰ শিক্ষক তথ কৰ্মচাৰী যথেষ্ট পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাক লৈ সৰৱ বিভাগীয় বিষয়া। 
সমান্তৰালভাৱে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম হোৱাৰ আছে অভিযোগ।
তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো শিক্ষকক নিজা কৰ্তব্য দায়িত্বসহকাৰে পালন কৰিবলৈ আহ্বান জনাই শিক্ষা বিভাগে ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    23 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • দুস্কৃতিকাৰীয়ে ঔগুৰিজান বাগিচাৰ চাহ গছ কটাক লৈ এই উত্তেজনা*
    2
    দুস্কৃতিকাৰীয়ে ঔগুৰিজান বাগিচাৰ চাহ গছ কটাক লৈ এই উত্তেজনা*
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    9 hrs ago
  • হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    2
    হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    7 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    9 hrs ago
  • বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷ বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।
    1
    বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷
বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.