Shuru
Apke Nagar Ki App…
ছমৰীয়াৰ ৯ নং মাহতলী গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় পুঁজিৰ ধনেৰে একাধিক কামৰ শুভ উদ্বোধন। প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে কৰিবলগীয়া কামৰ শুভ উদ্বোধন কৰে সভাপতি আকতাৰ হুছেইনে । ছমৰীয়াৰ ৯ নং মাহতলী গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় পুঁজিৰ ধনেৰে একাধিক কামৰ শুভ উদ্বোধন। প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে কৰিবলগীয়া কামৰ শুভ উদ্বোধন কৰে সভাপতি আকতাৰ হুছেইনে ।
Assam Local News
ছমৰীয়াৰ ৯ নং মাহতলী গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় পুঁজিৰ ধনেৰে একাধিক কামৰ শুভ উদ্বোধন। প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে কৰিবলগীয়া কামৰ শুভ উদ্বোধন কৰে সভাপতি আকতাৰ হুছেইনে । ছমৰীয়াৰ ৯ নং মাহতলী গাওঁ পঞ্চায়তৰ পঞ্চদশ বিত্তীয় পুঁজিৰ ধনেৰে একাধিক কামৰ শুভ উদ্বোধন। প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে কৰিবলগীয়া কামৰ শুভ উদ্বোধন কৰে সভাপতি আকতাৰ হুছেইনে ।
More news from Kamrup Metro and nearby areas
- 📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ! 📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য 📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী #HagramaMohilary #DipenBoro #ABSU #BPF #BodolandPolitics #AssamPolitics #UPPL #Congress #BJPAssam #NewsAssam #AssamNews #ViralNews1
- ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰা সন্দৰ্ভত অধিবক্তা নুৰজামালৰ মন্তব্যঃ #Barpetakhabar #বৰপেটাখবৰ #NewsUpdate1
- Post by Rabinrda Gour9
- ৰঙিয়াত ৪০ কোটি টকা ব্যয়সাপেক্ষে ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত চেপ্তি চ 'কৰ পৰা কুলহাটী পথ নিৰ্মাণৰ শিলান্যাস। দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অসম মালা ৩.০ অধীনত অসমৰ ৭০ টাকৈ বৃহৎ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনী কৰাৰ অংশস্বৰূপে ৰঙিয়াৰ চেপ্তি চ'ক-কুলহাটী পথ সংযোগী পথ চোৱা সৱলীকৰণ আৰু বহলীকৰণ জৰিয়তে ৪০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ পথটি নিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে । তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভবেশ কলিতাই পথটিৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।1
- Bazar Video News Live2
- মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।3
- 📌বৰপেটা মেডিকেল কলেজৰ নাম বিতৰ্ক! ফখৰুদ্দিন আলী আহমেদৰ নাম বাদত শ্বেৰমান আলীৰ নাতিশীতোষ্ণ প্ৰতিক্ৰিয়া 📌 ফখৰুদ্দিন আলী আহমেদৰ নাম বাদ! কি ক’লে বিধায়ক শ্বেৰমান আলীয়ে? 📌 বৰপেটা মেডিকেল কলেজৰ নামক লৈ নতুন বিতৰ্ক, শ্বেৰমান আলীৰ গুৰুত্বপূৰ্ণ মন্তব্য #BarpetaMedicalCollege #ShermanAli #AssamPolitics #AssamNews #FakhruddinAliAhmed #HimantaBiswaSarma #BreakingNewsAssam #NewsAssam #ViralNews #Assam1
- তামুলপুৰৰ পশ্চিম বগাজুলিৰ চেগুনবাৰীত বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি উন্মোচন। আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। প্ৰায় ৭ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি এক মাংগলিক পৰিৱেশত উন্মোচন কৰাৰ পিছতে দল সংগঠনৰ লোক সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে একতাৰ বান্ধোনেৰে সকলোয়ে এক গোট হোৱা দেখা যায়।অনুষ্ঠানত মুণ্ডাৰী সাহিত্য সভা,আদিবাসী ছাত্ৰ সন্থা, চাউতাল ছাত্ৰ সন্থা, আছু,আটছাৰ কর্মী বৃন্দই উপস্থিত থাকি বিৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৰ্বাত্মক বিপ্লৱেৰে ব্ৰিটিছৰ সবল ভেটি কঁপাই তোলা মহান সেনানি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মানৰ দ্বাৰা তেখেতৰ জীৱনগাঁথাৰে অঞ্চলটোলৈ এক নতুন উৎসাহ প্ৰদান কৰিব বুলি উল্লেখ স্থানীয় বিধায়কৰ।ইপিনে, ৰঙিয়া-ভূটান পথৰ কাষতে নিৰ্মান কৰি উলিওৱা এই প্ৰতিমূৰ্তিয়ে জনজাতি গৌৰৱৰ এক প্ৰতীক হৈ ৰব বুলিও উপস্থিত লোকে মন্ত্যৱ আগবঢ়াই।4
- -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান* -মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত CSS_ ATMA আচনিৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক মেলাৰ আজি দ্বিতীয় দিন।* কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।* *জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়1