Shuru
Apke Nagar Ki App…
4 বছৰ বয়সৰ লৰাজনে চাওক কেনেকৈ ক খ গ ঘ আৰু A B C D আখৰ কেইটা লিখি দিছে সম্পূৰ্ণ এইজনে এই ABCD আখৰ কেইটা আপুনি মাজৰ পৰা যিকোনো এটা আখৰ লিখি দিলেই ৩বছৰ ৪ মাহতেই কবলৈ জানিছিল এই লৰাজনৰ স্মৃতি শক্তি বেলৱগতকৈ বহুত বেলেগ।
U song my videos
4 বছৰ বয়সৰ লৰাজনে চাওক কেনেকৈ ক খ গ ঘ আৰু A B C D আখৰ কেইটা লিখি দিছে সম্পূৰ্ণ এইজনে এই ABCD আখৰ কেইটা আপুনি মাজৰ পৰা যিকোনো এটা আখৰ লিখি দিলেই ৩বছৰ ৪ মাহতেই কবলৈ জানিছিল এই লৰাজনৰ স্মৃতি শক্তি বেলৱগতকৈ বহুত বেলেগ।
More news from Assam and nearby areas
- Post by U song my videos4
- তামুলপুৰত বিপিএফৰ শক্তি প্ৰদৰ্শন: পাঁচ শতাধিকৰ যোগদান সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰত বিপিএফ দলে এক বৃহৎ শক্তি প্ৰদৰ্শন কৰি আজি পাঁচ শতাধিক ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ কৰ্মীক দলত অন্তৰ্ভুক্ত কৰে। বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী আৰু কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ উপস্থিতিত তামুলপুৰ ব্লক বিপিএফৰ কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়। যোগদানৰ অন্তত সংবাদ মাধ্যমৰ আগত ইমানুৱেল মোছাহাৰীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা কৰি তেওঁক এগৰাকী ‘চালানী মানুহ’ আখ্যা দিয়ে আৰু ফুটবল খেলুৱৈৰ দৰে সমষ্টি সলাই ফুৰা কাৰ্যক গৰিহণা দিয়ে। তামুলপুৰ, গোৰেশ্বৰ, টংলা আৰু বিজনীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিব বিচৰা চৰ্চাৰ মাজতে মুছাহাৰীয়ে স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটে প্ৰাৰ্থী দিলেও সেয়া বিপিএফৰ পছন্দৰ হ’ব লাগিব আৰু কোনো বিশেষ ব্যক্তিক সংস্থাপন দিয়াৰ স্বাৰ্থত সমষ্টি সলাই অহা প্ৰাৰ্থীক গ্ৰহণ কৰা নহ’ব। বিশ্বজিৎ দৈমাৰীয়ে চলোৱা জনসম্পৰ্ক অভিযানক প্ৰত্যাহ্বান জনাই মুছাহাৰীয়ে লগতে কয় যে এই ৰাজনৈতিক অংকৰ চূড়ান্ত সিদ্ধান্ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েহে গ্ৰহণ কৰিব। আজিৰ যোগদান কাৰ্যসূচীত তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰী, সম্পাদক দিপক ডেকা, গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰী, সম্পাদক দেৰহাছাৰ বড়ো, টিচিএলচিচিৰ অধ্যক্ষ জিতেন মুছাহাৰী, পৌৰপতি দীপক বড়ো, উপ পৌৰপতি অৰবিন্দ নাৰ্জাৰী, প্ৰমুখ্যে বলেন বড়ো যোগেশ্বৰ তালুকদাৰ দিপালী ডেকা, ৰাজেন বড়ো, জিলা যুৱ বিপিএফৰ নেতা মনোজ ৰাভা সহ দলীয় নেলা কৰ্মী সকল উপস্থিত থাকে।###1
- ৰঙিয়াত কলেজীয়া ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। ৰঙিয়াৰ গোপালপুৰৰ জয়ন্ত বেজবৰুৱা নামৰ ২০ বছৰীয়া ছাত্ৰজন আজি সোমবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পৰিয়ালৰ লোকৰ মনত । ৰঙিয়া মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ জয়ন্ত বেজবৰুৱাই পুৱা মাতৃক মহাবিদ্যালয়লৈ আহিব বুলি জানিবলৈ দি ঘৰৰ পৰা ওলাই আহে । কিন্তু অপ্ৰত্যাশিতভাবে সন্ধিয়াৰ ভাগলৈ ঘৰলৈ ওভটি নোযোৱাক লৈ উৎকণ্ঠিত হৈ পৰে পৰিয়ালৰ লোক। ইতিমধ্যে বিভিন্ন স্থানত যোগাযোগ কৰিও কোনো ধৰনৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল । উপায়ন্তৰ বিহীন হৈ ছাত্ৰ গৰাকীৰ মাতৃয়ে কাষ চাপিছে ৰঙিয়া আৰক্ষীৰ ।ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে মাতৃয়ে ।1
- पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।1
- Post by SAIDUR ALI1
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- 📌২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য 📌 কংগ্ৰেছক লৈ ডাঙৰ মন্তব্য! ‘২০৩০ৰ ভিতৰত হিন্দু নেতা নাথাকিব’ — হিমন্ত বিশ্ব শৰ্মা #HimantaBiswaSarma #AssamPolitics #Congress #AssamNews #BreakingNews #NewsUpdate #PoliticalNews #AssamElection2026 #ViralNews #NewsToday1
- সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰত বিপিএফ দলে এক বৃহৎ শক্তি প্ৰদৰ্শন কৰি আজি পাঁচ শতাধিক ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ কৰ্মীক দলত অন্তৰ্ভুক্ত কৰে। বিপিএফৰ কেন্দ্ৰীয় উপ-সভাপতি তথা তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী আৰু কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ উপস্থিতিত তামুলপুৰ ব্লক বিপিএফৰ কাৰ্যালয়ত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়। যোগদানৰ অন্তত সংবাদ মাধ্যমৰ আগত ইমানুৱেল মোছাহাৰীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা কৰি তেওঁক এগৰাকী ‘চালানী মানুহ’ আখ্যা দিয়ে আৰু ফুটবল খেলুৱৈৰ দৰে সমষ্টি সলাই ফুৰা কাৰ্যক গৰিহণা দিয়ে। তামুলপুৰ, গোৰেশ্বৰ, টংলা আৰু বিজনীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিব বিচৰা চৰ্চাৰ মাজতে মুছাহাৰীয়ে স্পষ্ট কৰি দিয়ে যে মিত্ৰজোঁটে প্ৰাৰ্থী দিলেও সেয়া বিপিএফৰ পছন্দৰ হ’ব লাগিব আৰু কোনো বিশেষ ব্যক্তিক সংস্থাপন দিয়াৰ স্বাৰ্থত সমষ্টি সলাই অহা প্ৰাৰ্থীক গ্ৰহণ কৰা নহ’ব। বিশ্বজিৎ দৈমাৰীয়ে চলোৱা জনসম্পৰ্ক অভিযানক প্ৰত্যাহ্বান জনাই মুছাহাৰীয়ে লগতে কয় যে এই ৰাজনৈতিক অংকৰ চূড়ান্ত সিদ্ধান্ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েহে গ্ৰহণ কৰিব। আজিৰ যোগদান কাৰ্যসূচীত তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰী, সম্পাদক দিপক ডেকা, গয়বাৰী ব্লক বিপিএফৰ সভাপতি যোগেন বসুমতাৰী, সম্পাদক দেৰহাছাৰ বড়ো, টিচিএলচিচিৰ অধ্যক্ষ জিতেন মুছাহাৰী, পৌৰপতি দীপক বড়ো, উপ পৌৰপতি অৰবিন্দ নাৰ্জাৰী, প্ৰমুখ্যে বলেন বড়ো যোগেশ্বৰ তালুকদাৰ দিপালী ডেকা, ৰাজেন বড়ো, জিলা যুৱ বিপিএফৰ নেতা মনোজ ৰাভা সহ দলীয় নেলা কৰ্মী সকল উপস্থিত থাকে।1