logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

BJP murdabad Congress zindabaad,ai bjp aru AIUDF party babe axomor pora kerela

2 hrs ago
user_SAIDUR ALI
SAIDUR ALI
শিপাঝাৰ, দৰং, অসম•
2 hrs ago

BJP murdabad Congress zindabaad,ai bjp aru AIUDF party babe axomor pora kerela

More news from অসম and nearby areas
  • Post by SAIDUR ALI
    1
    Post by SAIDUR ALI
    user_SAIDUR ALI
    SAIDUR ALI
    শিপাঝাৰ, দৰং, অসম•
    2 hrs ago
  • 📌২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য 📌 কংগ্ৰেছক লৈ ডাঙৰ মন্তব্য! ‘২০৩০ৰ ভিতৰত হিন্দু নেতা নাথাকিব’ — হিমন্ত বিশ্ব শৰ্মা #HimantaBiswaSarma #AssamPolitics #Congress #AssamNews #BreakingNews #NewsUpdate #PoliticalNews #AssamElection2026 #ViralNews #NewsToday
    1
    📌২০৩০ চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকিব’ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য
📌 কংগ্ৰেছক লৈ ডাঙৰ মন্তব্য! ‘২০৩০ৰ ভিতৰত হিন্দু নেতা নাথাকিব’ — হিমন্ত বিশ্ব শৰ্মা
#HimantaBiswaSarma
#AssamPolitics
#Congress
#AssamNews
#BreakingNews
#NewsUpdate
#PoliticalNews
#AssamElection2026
#ViralNews
#NewsToday
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    1 hr ago
  • ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে। খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
    1
    ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে।  খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    22 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • Post by U song my videos
    1
    Post by U song my videos
    user_U song my videos
    U song my videos
    Artist Baksa, Assam•
    2 hrs ago
  • প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    3
    প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    5 hrs ago
  • তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন তামুলপুৰ, ১৫ মাৰ্চ: যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
    4
    তামুলপুৰত প্ৰকৃতিৰ সংহাৰ: ধাৰাসাৰ বৰষুণৰ মাজতে বৰখোপাত বজ্ৰপাত পৰি এটা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন
তামুলপুৰ, ১৫ মাৰ্চ:
যোৱা তিনিদিন ধৰি সমগ্ৰ তামুলপুৰ জিলাতে অব্যাহত থকা মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ মাজতে আজি বৰখোপা গাঁৱত এক আকস্মিক বজ্ৰপাতে এক ত্ৰাসৰ সৃষ্টি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে তামুলপুৰতো সতৰ্কতা জাৰি কৰাৰ সময়তে গাঁওখনৰ নিবাসী দীপক কলিতাৰ বাসগৃহত এক প্ৰচণ্ড বিজুলী-ঢেৰেকনীৰ সৈতে বজ্ৰপাত পৰে, যাৰ ফলত পৰিয়ালটোৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন হয়। এই শক্তিশালী বজ্ৰপাতৰ ফলত ঘৰটোৰ বৈদ্যুতিক মিটাৰ বক্সৰ পৰা আৰম্ভ কৰি চুইচ বোৰ্ড, ইনভাৰ্টাৰ, ফ্ৰীজ আদিৰ দৰে সকলো মূল্যবান বৈদ্যুতিক সামগ্ৰী চৰ্ট চাৰ্কিট হৈ জ্বলি উঠে আৰু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। ঘটনাৰ সময়ত পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল যদিও কোনো লোক বৈদ্যুতিক সংযোগৰ সংস্পৰ্শত নথকাৰ বাবে কপালৰ জোৰত কথমপি এক ডাঙৰ বিপদৰ পৰা প্ৰাণৰক্ষা পৰে। সম্প্ৰতি এই হঠাতে অহা বিজুলী-ঢেৰেকনী আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে দীপক কলিতাৰ পৰিয়ালটো এক সমস্যাৰ সম্মুখীন হৈছে।###
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    11 hrs ago
  • 📌 ১৮ মাৰ্চৰ বিয়লি আহিব বিজেপিৰ প্ৰাৰ্থী তালিকা! ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 📌 বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ডাঙৰ আপডেট — ১৮ মাৰ্চত প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা 📌 Assam Election 2026: ১৮ মাৰ্চত প্ৰকাশ পাব BJP প্ৰাৰ্থী তালিকা
    1
    📌 ১৮ মাৰ্চৰ বিয়লি আহিব বিজেপিৰ প্ৰাৰ্থী তালিকা! ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
📌 বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ডাঙৰ আপডেট — ১৮ মাৰ্চত প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
📌 Assam Election 2026: ১৮ মাৰ্চত প্ৰকাশ পাব BJP প্ৰাৰ্থী তালিকা
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.