logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।

1 hr ago
user_Arun kataria
Arun kataria
Barama Pt, Baksa•
1 hr ago

पश्चिम बंगाल सहित पांच राज्यों में विधानसभा चुनाव की तारीखों का एलान, 4 मई को आएगा परिणाम भारत निर्वाचन आयोग ने पश्चिम बंगाल, असम, केरल, तमिलनाडु और पुडुचेरी सहित पांच राज्यों के विधानसभा चुनावों की तारीखों की घोषणा कर दी है। इन सभी विधानसभा चुनावों का परिणाम 4 मई को घोषित होगा।

More news from অসম and nearby areas
  • তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷ তামুলপুৰৰ ঘগ্ৰা চ'কৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰ সংযোগী পথৰ ঘগ্ৰা চকৰ পৰা কালকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছিল। আজি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই পথছোৱাৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে ৷ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল। আজি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰা চকৰ পৰা কলকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰাত ৰাইজে আজি অধ্যক্ষ গৰিকীক ধন্যবাদ জনায় ৷
    1
    তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷
তামুলপুৰৰ ঘগ্ৰা চ'কৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰ  সংযোগী  পথৰ ঘগ্ৰা চকৰ পৰা কালকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছিল।
আজি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই পথছোৱাৰ   মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে ৷ 
এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল।
আজি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰা চকৰ পৰা কলকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰাত ৰাইজে আজি অধ্যক্ষ গৰিকীক ধন্যবাদ জনায় ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    16 hrs ago
  • Post by Shakil Ahmed- ABC News Digital
    1
    Post by Shakil Ahmed- ABC News Digital
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    14 hrs ago
  • ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।
    1
    ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    11 hrs ago
  • লাইক শেয়ার কমেন্ট করুন প্লিজ
    1
    লাইক শেয়ার কমেন্ট করুন প্লিজ
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    15 hrs ago
  • #PabitraMargherita #AssamElection #BJPAssam #AssamPolitics #HimantaBiswaSarma #AssamDevelopment #ElectionNews #AssamNews #NorthEastPolitics
    1
    #PabitraMargherita
#AssamElection
#BJPAssam
#AssamPolitics
#HimantaBiswaSarma
#AssamDevelopment
#ElectionNews
#AssamNews
#NorthEastPolitics
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    16 hrs ago
  • ৰঙিয়া নগৰৰ ৰাইজক বিশুদ্ধ পানী খুৱাব খোজা অমৰুত আঁচনিয়ে জ্বলাকলা খুৱাইছে ৰঙিয়াবাসীক।
    1
    ৰঙিয়া নগৰৰ ৰাইজক বিশুদ্ধ পানী খুৱাব খোজা অমৰুত আঁচনিয়ে জ্বলাকলা খুৱাইছে ৰঙিয়াবাসীক।
    user_Sangbad365
    Sangbad365
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    21 hrs ago
  • ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম ➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে। ➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প। #NewsUpdate #DigantaGayari #salbari #ABCNewsAssam
    1
    ➡️নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেই কাম
➡️একেদিনাই ৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰীয়ে।
➡️উন্নত পথেৰে গাঁৱক চহৰৰ সৈতে সংযোগ কৰাৰ সংকল্প।
#NewsUpdate #DigantaGayari #salbari #ABCNewsAssam
    user_Shakil Ahmed- ABC News Digital
    Shakil Ahmed- ABC News Digital
    News Anchor সৰুপেটা (পিটি), বজালী, অসম•
    17 hrs ago
  • কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।
    1
    কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    17 hrs ago
  • 📌অখিল গগৈয়ে অৰ্কিড পাৰ্কত টিকটৰ ফ্ৰেঞ্চাইজি খুলিছে!” – আশ্ৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্য 📌অখিল-লুৰীণে অবিজেপি ভোট ভাগ কৰে!” বিধায়ক আশ্ৰাফুল হুছেইনৰ তীব্ৰ সমালোচনা 📌বিজেপি চৰকাৰ অহাৰ বাবে দায়ী অখিল আৰু লুৰীণ!” – আশ্ৰাফুল হুছেইনৰ দাবী #AkhilGogoi #LurinjyotiGogoi #AshrafulHussain #AssamPolitics #AssamNews #BreakingNews #PoliticalWar #ViralNews #NewsAssam
    1
    📌অখিল গগৈয়ে অৰ্কিড পাৰ্কত টিকটৰ ফ্ৰেঞ্চাইজি খুলিছে!” – আশ্ৰাফুল হুছেইনৰ বিস্ফোৰক মন্তব্য
📌অখিল-লুৰীণে অবিজেপি ভোট ভাগ কৰে!” বিধায়ক আশ্ৰাফুল হুছেইনৰ তীব্ৰ সমালোচনা
📌বিজেপি চৰকাৰ অহাৰ বাবে দায়ী অখিল আৰু লুৰীণ!” – আশ্ৰাফুল হুছেইনৰ দাবী
#AkhilGogoi
#LurinjyotiGogoi
#AshrafulHussain
#AssamPolitics
#AssamNews
#BreakingNews
#PoliticalWar
#ViralNews
#NewsAssam
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.