logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।

on 15 March
user_TIME OF ASSAM
TIME OF ASSAM
ছয়গাঁও, কামৰূপ, অসম•
on 15 March

ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক আদৰণি কংগ্ৰেছ কৰ্মীৰ। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচন লৈ মাজত মাত্ৰ দুটামান দিন বাকী। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলে প্ৰকাশ কৰা দ্বিতীয় প্ৰাৰ্থী তালিকাত ছমৰীয়া সমষ্টিৰ বাবে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম প্ৰকাশ।

More news from মেঘালয় and nearby areas
  • Post by Eakupall
    1
    Post by Eakupall
    user_Eakupall
    Eakupall
    মাইৰাং, ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ, মেঘালয়•
    18 hrs ago
  • জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি কিছু একটা এর সমাধান করো
    1
    জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি 
কিছু একটা এর সমাধান করো
    user_Sk Rahul
    Sk Rahul
    Mairang, Eastern West Khasi Hills•
    20 hrs ago
  • বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক‌ ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ‌্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
    1
    বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক‌ ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ‌্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    21 hrs ago
  • আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--
    1
    আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন।
তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 
'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে।
গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে  হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া  নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। 
বাইট--
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    1
    📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 
📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 
📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    16 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र
    1
    दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    1
    শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
  • 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    3
    🚨 Morigaiu big banking 
মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা
টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা
দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই
মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে 
বাইট:::::::::::::::::::::::::::
মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.