logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া জিলাৰ জাগুনত সামগ্ৰী কঢ়িওৱা বাহনত চাহ শ্ৰমিকক কঢ়িয়াই নিয়া কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা (এটিএছএছএ) সৰৱ হৈ উঠিছে। এটিএছএছএৰ টিৰাপ-জাগুন আঞ্চলিকৰ কৰ্মীৰ লগতে জিলা পৰ্যায়ৰ নেতা পালিনেতাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত সংগঠনটোৰ সদস্যসকলে টিৰাপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাখনো সামগ্ৰী কঢ়িওৱা বাহনত অসংখ্য শ্ৰমিকক আন আস্থানত কেঁচা চাহপাত চিঙিবলৈ কঢ়িয়াই নিয়াৰ পথত বাধা আৰোপ কৰে। ইয়াৰ পিছত জাগুনৰ পাটকাই গেটৰ সমীপৰ পৰা এই চাহ শ্ৰমিকসকলক পুনৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকৰ ঘৰলৈ উভতাই পঠিওৱা হয়। সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ মইমতালিৰে চাহ শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে। চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ ওপৰত চলি থকা এনে অমানৱীয় কাৰ্য্যক এটিএছএছএই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে যাতে পুনৰাই এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। নিম্নতম মজুৰিৰ বিপৰীতে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলৰ ওপৰত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে গৰজি উঠিছে। বিশেষকৈ চাহ শ্ৰমিকসকলক জীৱ-জন্তুৰ দৰে এঠাইৰ পৰা আনঠাইলৈ কাম কৰাবলৈ সামগ্ৰী কঢ়িওৱা বাহনত অনা-নিয়া কৰা বিষয়টোক কেন্দ্ৰ কৰি আজি সংগঠনটোৰ নেত্ৰীবৰ্গই নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভৱিষ্যতে এনে অমানৱীয় কাৰ্য্যত লিপ্ত নহ'বলৈ সকীয়নি প্ৰদান কৰিছে।

10 hrs ago
user_Shyam Jadhav
Shyam Jadhav
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
10 hrs ago

তিনিচুকীয়া জিলাৰ জাগুনত সামগ্ৰী কঢ়িওৱা বাহনত চাহ শ্ৰমিকক কঢ়িয়াই নিয়া কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা (এটিএছএছএ) সৰৱ হৈ উঠিছে। এটিএছএছএৰ টিৰাপ-জাগুন আঞ্চলিকৰ কৰ্মীৰ লগতে জিলা পৰ্যায়ৰ নেতা পালিনেতাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত সংগঠনটোৰ সদস্যসকলে টিৰাপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাখনো সামগ্ৰী কঢ়িওৱা বাহনত অসংখ্য শ্ৰমিকক আন আস্থানত কেঁচা চাহপাত চিঙিবলৈ কঢ়িয়াই নিয়াৰ পথত বাধা আৰোপ কৰে। ইয়াৰ পিছত জাগুনৰ পাটকাই গেটৰ সমীপৰ পৰা এই চাহ শ্ৰমিকসকলক পুনৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকৰ ঘৰলৈ উভতাই পঠিওৱা হয়। সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ মইমতালিৰে চাহ শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে। চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ ওপৰত চলি থকা এনে অমানৱীয় কাৰ্য্যক এটিএছএছএই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে যাতে পুনৰাই এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। নিম্নতম মজুৰিৰ বিপৰীতে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলৰ ওপৰত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে গৰজি উঠিছে। বিশেষকৈ চাহ শ্ৰমিকসকলক জীৱ-জন্তুৰ দৰে এঠাইৰ পৰা আনঠাইলৈ কাম কৰাবলৈ সামগ্ৰী কঢ়িওৱা বাহনত অনা-নিয়া কৰা বিষয়টোক কেন্দ্ৰ কৰি আজি সংগঠনটোৰ নেত্ৰীবৰ্গই নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভৱিষ্যতে এনে অমানৱীয় কাৰ্য্যত লিপ্ত নহ'বলৈ সকীয়নি প্ৰদান কৰিছে।

More news from অসম and nearby areas
  • আজি দিন দুপৰতে মাৰ্ঘেৰিটা নগৰৰ ভিনিয়াৰ মিল চৌহদৰ ভিতৰত বাঘে বিচৰণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। বনৰাজ হিচাপে জনাজাত বাঘটোৱে এটা ছাগলী মাৰি তাতোকৈ অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পিছত উধাও হয়। স্থানীয় লোকে প্ৰত্যক্ষ কৰা এই বাঘটোৱে এটা ছাগলী মাৰিছিল। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰজা জংঘলৰ মাজত সোমাই পৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা স্থিত ডেৰশ বছৰ পুৰণি A'R & T Company ভিনিয়াৰ মিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত ইয়াৰ চৌহদত ডাঙৰ ডাঙৰ হাবি-জংঘলৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা নগৰৰ জনবসতিপূৰ্ণ এলেকাত বাঘ ওলোৱাক লৈ স্থানীয় লোকে গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে। এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পূৱ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী দল আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    আজি দিন দুপৰতে মাৰ্ঘেৰিটা নগৰৰ ভিনিয়াৰ মিল চৌহদৰ ভিতৰত বাঘে বিচৰণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। বনৰাজ হিচাপে জনাজাত বাঘটোৱে এটা ছাগলী মাৰি তাতোকৈ অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু পিছত উধাও হয়।

স্থানীয় লোকে প্ৰত্যক্ষ কৰা এই বাঘটোৱে এটা ছাগলী মাৰিছিল। স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত বনৰজা জংঘলৰ মাজত সোমাই পৰে। উল্লেখযোগ্য যে, মাৰ্ঘেৰিটা স্থিত ডেৰশ বছৰ পুৰণি A'R & T Company ভিনিয়াৰ মিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত ইয়াৰ চৌহদত ডাঙৰ ডাঙৰ হাবি-জংঘলৰ সৃষ্টি হৈছে। মাৰ্ঘেৰিটা নগৰৰ জনবসতিপূৰ্ণ এলেকাত বাঘ ওলোৱাক লৈ স্থানীয় লোকে গভীৰ আশ্চৰ্য প্ৰকাশ কৰিছে।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ডিগবৈ সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা পূৱ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মী দল আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    8 hrs ago
  • ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই দুয়োটা সংগঠনে মিলি এই দিৱসটি পালন কৰিছে।
    1
    ডুমডুমা শতদল শাখা সাহিত্য সভা আৰু ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই দুয়োটা সংগঠনে মিলি এই দিৱসটি পালন কৰিছে।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    6 hrs ago
  • আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
    1
    আজি বাৰেকুৰি জাতীয় বিদ্যালয়ৰ প্ৰাংগনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যুটীয়া উদ্যোগত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। বাৰেকুৰি অঞ্চলটোৰ ২১ খন গাঁৱৰ চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো এনে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    10 hrs ago
  • দুলীয়াজানৰ জনসাধাৰণৰ বাবে এক ইতিবাচক খবৰ আহিছে, যিটোৱে অঞ্চলজুৰি আনন্দৰ সৃষ্টি কৰিছে। দেওবাৰে দুলীয়াজানৰ মাধপপুৰত নিৰ্মাণ কৰা নাহৰকটীয়া আৰু দুলীয়াজানক সংযোগ কৰা উৰণীয়া সেতুখন মুকলি কৰা হ'ব। এই গুৰুত্বপূৰ্ণ উৰণীয়া সেতুখন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
    1
    দুলীয়াজানৰ জনসাধাৰণৰ বাবে এক ইতিবাচক খবৰ আহিছে, যিটোৱে অঞ্চলজুৰি আনন্দৰ সৃষ্টি কৰিছে। দেওবাৰে দুলীয়াজানৰ মাধপপুৰত নিৰ্মাণ কৰা নাহৰকটীয়া আৰু দুলীয়াজানক সংযোগ কৰা উৰণীয়া সেতুখন মুকলি কৰা হ'ব। এই গুৰুত্বপূৰ্ণ উৰণীয়া সেতুখন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।
    user_RAJIB Gogoi
    RAJIB Gogoi
    Local News Reporter টেঙাখাট, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • চৰাইদেউ জিলাত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মাজতে সোনাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ ১০ নং লাইনৰ লক্ষ্মী তাতী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী হঠাৎ প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল। কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতে দুৰ্ভাগ্যজনকভাৱে তাইৰ মৃত্যু হয়। অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই দূৰ্গম অঞ্চলটোত জ্বৰত ভুগি এগৰাকী কিশোৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।
    2
    চৰাইদেউ জিলাত জাপানী এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ মাজতে সোনাৰি মঞ্জুশ্ৰী চাহ বাগিছাৰ ১০ নং লাইনৰ লক্ষ্মী তাতী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী হঠাৎ প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈছিল। কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ পথতে দুৰ্ভাগ্যজনকভাৱে তাইৰ মৃত্যু হয়।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এই দূৰ্গম অঞ্চলটোত জ্বৰত ভুগি এগৰাকী কিশোৰীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব।
    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    5 hrs ago
  • ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সোণাৰি নগৰ শাখাৰ উদ্যোগত আজি সোণাৰিত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই উপলক্ষে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁলোকৰ শৈক্ষিক সাফল্যৰ বাবে শুভেচ্ছা ও অভিনন্দন জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে শিক্ষা হৈছে জাতি গঠনৰ মূল ভেটি, আৰু আজিৰ এই মেধাৱী শিক্ষাৰ্থীসকলেই আগন্তুক দিনত সমাজ তথা দেশৰ উন্নয়নৰ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিব। বিধায়কে লগতে উল্লেখ কৰে যে সমাজ আৰু দেশৰ কল্যাণৰ বাবে শিক্ষাৰ্থীসকলে বিষ্ণু ৰাভাৰ আদৰ্শৰে নিজৰ প্ৰতিভা আৰু দক্ষতাক সঠিকভাৱে আগবঢ়াই নিয়া উচিত। এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট বিভাগৰ সাংগঠনিক সম্পাদক জিতু মনি কলিতা, চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতি, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী অনুপ সিং ৰাজপুৰোহিত, মনি গগৈ, জুৰি দেৱী ফুকন, বিদ্যালয়ৰ সহ-পৰিদৰ্শক দেৱজিৎ গগৈ, সমাজকৰ্মী প্ৰশান্ত শৰ্মা, ধ্ৰুব শৰ্মাৰ লগতে বহু শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অসংখ্য ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। তেজস্বিনী মহিলা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়, আৰু কেইবাগৰাকীও ন-পুৰণি কণ্ঠশিল্পীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে। বিধায়ক কোঁৱৰে অনুষ্ঠানৰ সফল আয়োজনৰ বাবে এবিভিপিৰ সোণাৰি নগৰ শাখাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যৎ, সুস্বাস্থ্য আৰু সৰ্বাঙ্গীণ সফলতা কামনা কৰে।
    1
    ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সোণাৰি নগৰ শাখাৰ উদ্যোগত আজি সোণাৰিত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই উপলক্ষে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু তেওঁলোকৰ শৈক্ষিক সাফল্যৰ বাবে শুভেচ্ছা ও অভিনন্দন জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে শিক্ষা হৈছে জাতি গঠনৰ মূল ভেটি, আৰু আজিৰ এই মেধাৱী শিক্ষাৰ্থীসকলেই আগন্তুক দিনত সমাজ তথা দেশৰ উন্নয়নৰ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিব। বিধায়কে লগতে উল্লেখ কৰে যে সমাজ আৰু দেশৰ কল্যাণৰ বাবে শিক্ষাৰ্থীসকলে বিষ্ণু ৰাভাৰ আদৰ্শৰে নিজৰ প্ৰতিভা আৰু দক্ষতাক সঠিকভাৱে আগবঢ়াই নিয়া উচিত।

এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট বিভাগৰ সাংগঠনিক সম্পাদক জিতু মনি কলিতা, চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতি, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী অনুপ সিং ৰাজপুৰোহিত, মনি গগৈ, জুৰি দেৱী ফুকন, বিদ্যালয়ৰ সহ-পৰিদৰ্শক দেৱজিৎ গগৈ, সমাজকৰ্মী প্ৰশান্ত শৰ্মা, ধ্ৰুব শৰ্মাৰ লগতে বহু শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু অসংখ্য ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। তেজস্বিনী মহিলা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়, আৰু কেইবাগৰাকীও ন-পুৰণি কণ্ঠশিল্পীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে।

বিধায়ক কোঁৱৰে অনুষ্ঠানৰ সফল আয়োজনৰ বাবে এবিভিপিৰ সোণাৰি নগৰ শাখাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যৎ, সুস্বাস্থ্য আৰু সৰ্বাঙ্গীণ সফলতা কামনা কৰে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    10 hrs ago
  • অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু লাহোৱাল প্ৰেছ ক্লাৱ লগতে হাবিচুক গাঁওবাসী ৰাইজৰ আতিথ্যত দ্বিতীয় বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    1
    অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু লাহোৱাল প্ৰেছ ক্লাৱ লগতে হাবিচুক গাঁওবাসী ৰাইজৰ আতিথ্যত দ্বিতীয় বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।
    user_Pranjal Gogoi
    Pranjal Gogoi
    Dibrugarh East, Assam•
    11 hrs ago
  • তিনিচুকীয়া জিলাৰ জাগুনত সামগ্ৰী কঢ়িওৱা বাহনত চাহ শ্ৰমিকক কঢ়িয়াই নিয়া কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা (এটিএছএছএ) সৰৱ হৈ উঠিছে। এটিএছএছএৰ টিৰাপ-জাগুন আঞ্চলিকৰ কৰ্মীৰ লগতে জিলা পৰ্যায়ৰ নেতা পালিনেতাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আজি দিনৰ ভাগত সংগঠনটোৰ সদস্যসকলে টিৰাপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাখনো সামগ্ৰী কঢ়িওৱা বাহনত অসংখ্য শ্ৰমিকক আন আস্থানত কেঁচা চাহপাত চিঙিবলৈ কঢ়িয়াই নিয়াৰ পথত বাধা আৰোপ কৰে। ইয়াৰ পিছত জাগুনৰ পাটকাই গেটৰ সমীপৰ পৰা এই চাহ শ্ৰমিকসকলক পুনৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকৰ ঘৰলৈ উভতাই পঠিওৱা হয়। সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ মইমতালিৰে চাহ শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে। চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ ওপৰত চলি থকা এনে অমানৱীয় কাৰ্য্যক এটিএছএছএই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে যাতে পুনৰাই এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। নিম্নতম মজুৰিৰ বিপৰীতে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলৰ ওপৰত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে গৰজি উঠিছে। বিশেষকৈ চাহ শ্ৰমিকসকলক জীৱ-জন্তুৰ দৰে এঠাইৰ পৰা আনঠাইলৈ কাম কৰাবলৈ সামগ্ৰী কঢ়িওৱা বাহনত অনা-নিয়া কৰা বিষয়টোক কেন্দ্ৰ কৰি আজি সংগঠনটোৰ নেত্ৰীবৰ্গই নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভৱিষ্যতে এনে অমানৱীয় কাৰ্য্যত লিপ্ত নহ'বলৈ সকীয়নি প্ৰদান কৰিছে।
    1
    তিনিচুকীয়া জিলাৰ জাগুনত সামগ্ৰী কঢ়িওৱা বাহনত চাহ শ্ৰমিকক কঢ়িয়াই নিয়া কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্ৰ সন্থা (এটিএছএছএ) সৰৱ হৈ উঠিছে। এটিএছএছএৰ টিৰাপ-জাগুন আঞ্চলিকৰ কৰ্মীৰ লগতে জিলা পৰ্যায়ৰ নেতা পালিনেতাই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

আজি দিনৰ ভাগত সংগঠনটোৰ সদস্যসকলে টিৰাপ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাখনো সামগ্ৰী কঢ়িওৱা বাহনত অসংখ্য শ্ৰমিকক আন আস্থানত কেঁচা চাহপাত চিঙিবলৈ কঢ়িয়াই নিয়াৰ পথত বাধা আৰোপ কৰে। ইয়াৰ পিছত জাগুনৰ পাটকাই গেটৰ সমীপৰ পৰা এই চাহ শ্ৰমিকসকলক পুনৰ ক্ষুদ্ৰ চাহ বাগানৰ মালিকৰ ঘৰলৈ উভতাই পঠিওৱা হয়।

সংগঠনটোৱে অভিযোগ উত্থাপন কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ মইমতালিৰে চাহ শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলিছে। চাহ খেতিয়কসকলৰ চাহ শ্ৰমিকৰ ওপৰত চলি থকা এনে অমানৱীয় কাৰ্য্যক এটিএছএছএই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে যাতে পুনৰাই এনে কাৰ্য সংঘটিত নকৰে তাৰ বাবে হুংকাৰ প্ৰদান কৰিছে। নিম্নতম মজুৰিৰ বিপৰীতে যুগ যুগ ধৰি চাহ শ্ৰমিকসকলৰ ওপৰত কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে গৰজি উঠিছে। বিশেষকৈ চাহ শ্ৰমিকসকলক জীৱ-জন্তুৰ দৰে এঠাইৰ পৰা আনঠাইলৈ কাম কৰাবলৈ সামগ্ৰী কঢ়িওৱা বাহনত অনা-নিয়া কৰা বিষয়টোক কেন্দ্ৰ কৰি আজি সংগঠনটোৰ নেত্ৰীবৰ্গই নিজৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভৱিষ্যতে এনে অমানৱীয় কাৰ্য্যত লিপ্ত নহ'বলৈ সকীয়নি প্ৰদান কৰিছে।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.