logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভাষণ নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ মৰ্মে গুৰুজনাৰ এই পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰম্পৰাগত গীত আৰু ভাওনাৰ সংৰক্ষণ আৰু শুদ্ধ চৰ্চা বৰ্তাই ৰখাৰ বাবে এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায় মৰ্মে নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বিগত বৰ্ষৰ ২ নৱেম্বৰত গঠিত নতুন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমিতিৰ নিৰ্দিষ্ট নিয়মাৱলীৰ আধাৰত এই গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। সভাত নগাঁও জিলাৰ আয়ুক্ত শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

1 hr ago
user_Pranjal Bora
Pranjal Bora
Local News Reporter নগাঁও, নগাঁও, অসম•
1 hr ago

বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভাষণ নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ মৰ্মে গুৰুজনাৰ এই পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰম্পৰাগত গীত আৰু ভাওনাৰ সংৰক্ষণ আৰু শুদ্ধ চৰ্চা বৰ্তাই ৰখাৰ বাবে এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায় মৰ্মে নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বিগত বৰ্ষৰ ২ নৱেম্বৰত গঠিত নতুন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমিতিৰ নিৰ্দিষ্ট নিয়মাৱলীৰ আধাৰত এই গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। সভাত নগাঁও জিলাৰ আয়ুক্ত শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

More news from অসম and nearby areas
  • ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি। ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ। প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়। চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
    1
    ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ চৰম গাফিলতি।
ৰূপহীহাটৰ ভাটিয়াখালী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ।
প্ৰত্যেক দিনাই চিকিৎসক গৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ 
ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মাধবেন্দ্ৰ ভূঞাই নিজৰ খিয়াল খুচি মতে স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ অভিযোগ 
উক্ত স্বাস্থ্য কেন্দ্ৰত চিকিৎসক গৰাকীয়ে সদায় ১১/১২ টা বজাৰ পিছত উপস্থিত হয় 
ৰোগীয়ে পুৱাৰ পৰাই চিকিৎসা সেৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়।
চৰকাৰী দৰমহা লৈ কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্থানীয় ৰাইজে
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    56 min ago
  • বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভাষণ নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ মৰ্মে গুৰুজনাৰ এই পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰম্পৰাগত গীত আৰু ভাওনাৰ সংৰক্ষণ আৰু শুদ্ধ চৰ্চা বৰ্তাই ৰখাৰ বাবে এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, উচ্চ ন্যায়ালয়ৰ ৰায় মৰ্মে নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বিগত বৰ্ষৰ ২ নৱেম্বৰত গঠিত নতুন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমিতিৰ নিৰ্দিষ্ট নিয়মাৱলীৰ আধাৰত এই গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। সভাত নগাঁও জিলাৰ আয়ুক্ত শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভাষণ 
নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ মৰ্মে গুৰুজনাৰ এই পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰম্পৰাগত গীত আৰু ভাওনাৰ সংৰক্ষণ আৰু শুদ্ধ চৰ্চা বৰ্তাই ৰখাৰ বাবে এখন সাংস্কৃতিক উপসমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে,
উচ্চ ন্যায়ালয়ৰ ৰায় মৰ্মে নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বিগত বৰ্ষৰ ২ নৱেম্বৰত গঠিত নতুন পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমিতিৰ নিৰ্দিষ্ট নিয়মাৱলীৰ আধাৰত এই গুৰুত্বপূৰ্ণ সভাৰ আহ্বান কৰা হৈছিল। সভাত নগাঁও জিলাৰ আয়ুক্ত শৰ্মাৰ উপৰি পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু  বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক সময়মতে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উঠিছে। প্ৰত্যেক দিনাই ১১/১২ বজাৰ পিছত উপস্থিত হোৱা চিকিৎসকৰ বাবে পুৱাৰ পৰা ভিৰ কৰা ৰোগীসকলে চিকিৎসাৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হয়। স্থানীয় ৰাইজে কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    1
    ৰূপহীহাটৰ ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক সময়মতে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উঠিছে। প্ৰত্যেক দিনাই ১১/১২ বজাৰ পিছত উপস্থিত হোৱা চিকিৎসকৰ বাবে পুৱাৰ পৰা ভিৰ কৰা ৰোগীসকলে চিকিৎসাৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হয়। স্থানীয় ৰাইজে কৰ্তব্যত ফাকি দিয়া এনে চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    9 hrs ago
  • ১৩ বছৰীয়া প্ৰদীপ দাস আইতাকৰ সৈতে নগাঁও চহৰৰ বজাৰলৈ গৈ নিৰুদ্দেশ হৈছে। বাদাম কিনিবলৈ ৫০ টকা লৈ যোৱাৰ পিছৰে পৰা তেওঁ উভতি অহা নাই, যাৰ ফলত পৰিয়ালত হাহাকাৰ লাগিছে। পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু কিশোৰজনক বিচাৰি সহায়ৰ আহ্বান জনাইছে।
    1
    ১৩ বছৰীয়া প্ৰদীপ দাস আইতাকৰ সৈতে নগাঁও চহৰৰ বজাৰলৈ গৈ নিৰুদ্দেশ হৈছে। বাদাম কিনিবলৈ ৫০ টকা লৈ যোৱাৰ পিছৰে পৰা তেওঁ উভতি অহা নাই, যাৰ ফলত পৰিয়ালত হাহাকাৰ লাগিছে। পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু কিশোৰজনক বিচাৰি সহায়ৰ আহ্বান জনাইছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    10 hrs ago
  • হোজাই জিলাৰ চিতলমাৰি ME স্কুলত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ লাইব্ৰেৰীৰ ভিতৰত মাৰপিট কৰাৰ অভিযোগ উঠিছে। পৰিয়ালৰ লোকে দুজন শিক্ষকৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    1
    হোজাই জিলাৰ চিতলমাৰি ME স্কুলত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ৰ লাইব্ৰেৰীৰ ভিতৰত মাৰপিট কৰাৰ অভিযোগ উঠিছে। পৰিয়ালৰ লোকে দুজন শিক্ষকৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    10 hrs ago
  • নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
    1
    নগাঁও জিলাৰ হায়বৰগাঁও প্ৰেছ ক্লাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা ২০ খন বিদ্যালয়ৰ ২৫১ গৰাকী ছাত্ৰ-ছাত্ৰীক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনালে। জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মূখ্য অতিথি হিচাপে অংশ লৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে আৰু কম নম্বৰো সফলতাৰ মানদণ্ড নহয় বুলি মন্তব্য কৰে। এই ইতিবাচক পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে, যি ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    11 hrs ago
  • মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
    1
    মৰিগাঁৱত ১৪ মে'ত সাংবাদিক সমাজৰ বসন্ত উৎসৱ। সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • যোৱা নিশা আমবাগান বজাৰত অভিযান চলাই আটক কৰে চাৰিটাকৈ কুখ্যাত জুৱাৰীক। আমবাগান আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান। যোৱা নিশা আমবাগান বজাৰত অভিযান চলাই আটক কৰে চাৰিটাকৈ কুখ্যাত জুৱাৰীক। অভিযানত নগদ ৯০৩০ টকাৰ লগতে তাচ-পাত আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। লোক কেইজন ক্ৰমে ,পূব শোৱালনিৰ প্ৰদীপ দাস, উত্তৰ ভোমোৰাগুৰীৰ দুলাল দাস, ২নং ভাটিয়াখালীৰ আবু শ্বাহিদ আৰু দক্ষিণ ফুতাকলংৰ আশ্ৰফ আলী বুলি জানিব পৰা যায়। আটকাধিন চাৰিওকে নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে আমবাগান আৰক্ষীয়ে।
    1
    যোৱা নিশা আমবাগান বজাৰত অভিযান চলাই আটক কৰে চাৰিটাকৈ কুখ্যাত জুৱাৰীক।
আমবাগান আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।
যোৱা নিশা আমবাগান বজাৰত অভিযান চলাই আটক কৰে চাৰিটাকৈ কুখ্যাত জুৱাৰীক।
অভিযানত নগদ ৯০৩০ টকাৰ লগতে তাচ-পাত আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
লোক কেইজন ক্ৰমে ,পূব শোৱালনিৰ প্ৰদীপ দাস, উত্তৰ ভোমোৰাগুৰীৰ দুলাল দাস, ২নং ভাটিয়াখালীৰ আবু শ্বাহিদ আৰু দক্ষিণ ফুতাকলংৰ আশ্ৰফ আলী বুলি জানিব পৰা যায়।
আটকাধিন চাৰিওকে নগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে আমবাগান আৰক্ষীয়ে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.