logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তামুলপুৰৰ এন কে দৰঙাত নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ট্ৰামাডলসহ অন্যান্য ঔষধ জব্দ, এজনক আটক। তামুলপুৰৰ এন কে দৰঙাত নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ট্ৰামাডলসহ অন্যান্য ঔষধ জব্দ, এজনক আটক তামুলপুৰ: নিষিদ্ধ ঔষধৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই তামুলপুৰৰ এন কে দৰঙাত আৰক্ষীয়ে লাভ কৰিছে উল্লেখযোগ্য সফলতা। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত স্থানীয় এখন বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ সন্দেহযুক্ত নিষিদ্ধ ঔষধ জব্দ কৰে। অভিযানত ট্ৰামাডল, ডাইচাইক্লোমিন আৰু এচিটামিনোফেনযুক্ত মুঠ ১টা বাকচ জব্দ কৰা হয়। বাকচটোত আছিল ৮টা ষ্ট্ৰিপ, মুঠ ১৪৪টা কেপছুল, যাৰ ওজন ১০৪.৬২ গ্ৰাম। ইয়াৰ উপৰি নাইট্ৰাজেপামৰ ১টা ষ্ট্ৰিপত থকা ১০টা টেবলেট, মুঠ ওজন ৭.০৮ গ্ৰাম, জব্দ কৰে অভিযানকাৰী দলে।

40 min ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
40 min ago
d6940ecc-1e1a-457e-8abd-8a23540e88b1

তামুলপুৰৰ এন কে দৰঙাত নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ট্ৰামাডলসহ অন্যান্য ঔষধ জব্দ, এজনক আটক। তামুলপুৰৰ এন কে দৰঙাত নিষিদ্ধ ঔষধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ ট্ৰামাডলসহ অন্যান্য ঔষধ জব্দ, এজনক আটক তামুলপুৰ: নিষিদ্ধ ঔষধৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই তামুলপুৰৰ এন কে দৰঙাত আৰক্ষীয়ে লাভ কৰিছে উল্লেখযোগ্য সফলতা। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত স্থানীয় এখন বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ সন্দেহযুক্ত নিষিদ্ধ ঔষধ জব্দ কৰে। অভিযানত ট্ৰামাডল, ডাইচাইক্লোমিন আৰু এচিটামিনোফেনযুক্ত মুঠ ১টা বাকচ জব্দ কৰা হয়। বাকচটোত আছিল ৮টা ষ্ট্ৰিপ, মুঠ ১৪৪টা কেপছুল, যাৰ ওজন ১০৪.৬২ গ্ৰাম। ইয়াৰ উপৰি নাইট্ৰাজেপামৰ ১টা ষ্ট্ৰিপত থকা ১০টা টেবলেট, মুঠ ওজন ৭.০৮ গ্ৰাম, জব্দ কৰে অভিযানকাৰী দলে।

More news from অসম and nearby areas
  • তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    1
    তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে
কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    13 hrs ago
  • ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
    1
    ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি 
ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট।
স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ  উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    1 hr ago
  • ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    1
    ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    8 hrs ago
  • ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব অনলাইন কেব সেৱা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ অভিযোগত ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে অনলাইন কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে। কেব চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে যদিও সেই অনুপাতে কেব ভাড়া বৃদ্ধি কৰা হোৱা নাই। এই সমস্যা সন্দৰ্ভত অ'লা, উবেৰ আৰু ৰেপিড' কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি চালকসকলে অভিযোগ কৰিছে। চালকসকলৰ মূল দাবীসমূহ হৈছে— অ'লা, উবেৰ আৰু ৰেপিড'ত কেব চালকৰ বাবে ভাড়া বৃদ্ধি কৰিব লাগিব। প্ৰতি কিলোমিটাৰ আৰু প্ৰতি মিনিটৰ ভাড়া চৰকাৰী নিৰ্ধাৰিত নিয়ম অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব। চালকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে কেব কোম্পানীৰ এপ ব্যৱহাৰ নকৰিব। ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত অনলাইন কেব সেৱা বন্ধ থাকিলে যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
    1
    ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব অনলাইন কেব সেৱা
পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ অভিযোগত ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে অনলাইন কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে।
কেব চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে যদিও সেই অনুপাতে কেব ভাড়া বৃদ্ধি কৰা হোৱা নাই। এই সমস্যা সন্দৰ্ভত অ'লা, উবেৰ আৰু ৰেপিড' কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি চালকসকলে অভিযোগ কৰিছে।
চালকসকলৰ মূল দাবীসমূহ হৈছে—
অ'লা, উবেৰ আৰু ৰেপিড'ত কেব চালকৰ বাবে ভাড়া বৃদ্ধি কৰিব লাগিব।
প্ৰতি কিলোমিটাৰ আৰু প্ৰতি মিনিটৰ ভাড়া চৰকাৰী নিৰ্ধাৰিত নিয়ম অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব।
চালকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে কেব কোম্পানীৰ এপ ব্যৱহাৰ নকৰিব।
১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত অনলাইন কেব সেৱা বন্ধ থাকিলে যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    50 min ago
  • *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান। #newsreort *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।
    1
    *Breaking*

*Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal*

মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস।


দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা।

৮৫.২ কেজি গো মাংস উদ্ধাৰ।

ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি।

সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।


#newsreort
*Breaking*
*Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal*
মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস।
দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা।
৮৫.২ কেজি গো মাংস উদ্ধাৰ।
ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি।
সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    22 hrs ago
  • দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা #Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    1
    দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
দেৱান হুৰমুজ আলীৰ মহানুভৱতা: পিতৃহীন দুগৰাকী যুৱতীৰ কাষত সহায়ৰ হাত, দিলে জীৱনৰ নতুন আশাৰ বতৰা
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    6 hrs ago
  • নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    1
    নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ হাফিজ বেৰিষ্টাৰ ইলিয়াছ আনছাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
    1
    দেশজুৰি উৎসাহ-উদ্দীপনাৰে উদযাপিত পৱিত্ৰ ৰাখী বন্ধন: ৰাজ্যবাসীক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
ভাতৃ-ভগ্নীৰ অক্ষয় প্ৰেমৰ প্ৰতীক ৰাখী বন্ধন; পুৱাৰ পৰাই ভাই-ককায়েকৰ মণিবন্ধত ৰাখী বান্ধিলে ভগ্নীসকলে
শাওনৰ পূৰ্ণিমাত ৰাজ্যজুৰি ৰাখী বন্ধনৰ উলাহ: কাই-ভনীৰ মধুৰ সম্পৰ্কৰ উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভকামনা
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.