logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Pvc id card printing services Chapar ,pk net cafe dhubri

1 hr ago
user_Pk net cafe
Pk net cafe
Internet cafe Chapar Pt, Dhubri•
1 hr ago
edc25b83-1b7a-498f-9678-98bd027b6867

Pvc id card printing services Chapar ,pk net cafe dhubri

More news from অসম and nearby areas
  • এক পুলিশের ডুপ্লিকেট টিকেট ধরা পড়েছে লিখে সফলকে হাতি দেব লাগে লোক মানুষ জড়িত হয়ে আছে হকলকে ধরি ঝলক ভরায় দেওয়া লাগে
    1
    এক পুলিশের ডুপ্লিকেট টিকেট ধরা পড়েছে লিখে সফলকে হাতি দেব লাগে
লোক মানুষ জড়িত হয়ে আছে হকলকে ধরি ঝলক ভরায় দেওয়া লাগে
    user_Jahir khan
    Jahir khan
    Farmer কলগাছিয়া, বৰপেটা, অসম•
    3 hrs ago
  • পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাত কৃষকৰ দুৰৱস্থা পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাত কৃষকৰ দুৰৱস্থা
    1
    পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাত কৃষকৰ দুৰৱস্থা 
পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰডবাত কৃষকৰ দুৰৱস্থা
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    3 hrs ago
  • ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ৩য় খণ্ড গাঁৱত আব্দুল মোন্নাফৰ ঘৰত ডকাইতি সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডকাইতসকলে ৪ লাখ টকা, সোণ-ৰূপৰ আ-অলংকাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যায়। এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।
    1
    ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ৩য় খণ্ড গাঁৱত আব্দুল মোন্নাফৰ ঘৰত ডকাইতি সংঘটিত হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ ডকাইতসকলে ৪ লাখ টকা, সোণ-ৰূপৰ আ-অলংকাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ লৈ যায়। এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।
    user_Aminur Rahman
    Aminur Rahman
    গৌৰীপুৰ, ধুবুৰী, অসম•
    6 hrs ago
  • NE 24 ASSAM, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যমে গৌৰীপুৰকে ধৰি সমগ্ৰ অঞ্চলটোৰ পৰা সমৰ্থন বিচাৰিছে। এই মাধ্যমে স্থানীয় বাতৰি আৰু তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
    1
    NE 24 ASSAM, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যমে গৌৰীপুৰকে ধৰি সমগ্ৰ অঞ্চলটোৰ পৰা সমৰ্থন বিচাৰিছে। এই মাধ্যমে স্থানীয় বাতৰি আৰু তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
    user_NE 24 ASSAM MEDIA NETWORK
    NE 24 ASSAM MEDIA NETWORK
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    6 hrs ago
  • ধুবুৰী জিলাৰ সাপটগ্ৰামত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল। নেমছুৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিয়ে এই বিশেষ অনুষ্ঠান আয়োজন কৰিছিল।
    1
    ধুবুৰী জিলাৰ সাপটগ্ৰামত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল। নেমছুৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিয়ে এই বিশেষ অনুষ্ঠান আয়োজন কৰিছিল।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    8 hrs ago
  • ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    1
    ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    23 hrs ago
  • আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    1
    আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    1 day ago
  • আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ    -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ জানি আমার নবীর পক্ষে সবই আছে #creator #lifeisbutadream #islamicvideo #islamicshorts #duet #mohammad আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
    1
    আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ 
   -কালেমার দাওয়াত!
🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰
-লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
জানি আমার নবীর পক্ষে সবই আছে #creator #lifeisbutadream #islamicvideo #islamicshorts #duet #mohammad আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ 
-কালেমার দাওয়াত!
🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰
-লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
    user_Jahir khan
    Jahir khan
    Farmer কলগাছিয়া, বৰপেটা, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.