logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ঘৰত কনো নথকাত চুৰি কাণ্ড, নথী পত্ৰ আৰু নগত ধনলৈ যায় । গৌৰীপুৰ গেৰামাৰী ৩য় খণ্ড গাওঁৰ আব্দুল মোন্নাফৰ ঘৰত ডকাইতি কাণ্ডৰ। কৰ্ম সুত্ৰে বাহিৰত থকা সুযোগত ঘৰৰ তলা ভাঙি চাৰিলাখ টকা, সোনৰ আৰু ৰূপাৰ আ আলংকাৰ আৰু প্ৰজনীয় নথী পত্ৰ লৈ যোৱাৰ অভিযোগ।ঘটনা সন্দৰ্ভত কেইগৰাকী ব্যেক্তীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ভুক্তভুগি পত্নীয়ে কি মন্তব্য কৰে আমি শুনাই লৈছোঁ।

1 hr ago
user_Aminur Rahman
Aminur Rahman
গৌৰীপুৰ, ধুবুৰী, অসম•
1 hr ago

ঘৰত কনো নথকাত চুৰি কাণ্ড, নথী পত্ৰ আৰু নগত ধনলৈ যায় । গৌৰীপুৰ গেৰামাৰী ৩য় খণ্ড গাওঁৰ আব্দুল মোন্নাফৰ ঘৰত ডকাইতি কাণ্ডৰ। কৰ্ম সুত্ৰে বাহিৰত থকা সুযোগত ঘৰৰ তলা ভাঙি চাৰিলাখ টকা, সোনৰ আৰু ৰূপাৰ আ আলংকাৰ আৰু প্ৰজনীয় নথী পত্ৰ লৈ যোৱাৰ অভিযোগ।ঘটনা সন্দৰ্ভত কেইগৰাকী ব্যেক্তীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ভুক্তভুগি পত্নীয়ে কি মন্তব্য কৰে আমি শুনাই লৈছোঁ।

More news from অসম and nearby areas
  • ঘৰত কনো নথকাত চুৰি কাণ্ড, নথী পত্ৰ আৰু নগত ধনলৈ যায় । গৌৰীপুৰ গেৰামাৰী ৩য় খণ্ড গাওঁৰ আব্দুল মোন্নাফৰ ঘৰত ডকাইতি কাণ্ডৰ। কৰ্ম সুত্ৰে বাহিৰত থকা সুযোগত ঘৰৰ তলা ভাঙি চাৰিলাখ টকা, সোনৰ আৰু ৰূপাৰ আ আলংকাৰ আৰু প্ৰজনীয় নথী পত্ৰ লৈ যোৱাৰ অভিযোগ।ঘটনা সন্দৰ্ভত কেইগৰাকী ব্যেক্তীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ভুক্তভুগি পত্নীয়ে কি মন্তব্য কৰে আমি শুনাই লৈছোঁ।
    1
    ঘৰত কনো নথকাত চুৰি কাণ্ড, নথী পত্ৰ আৰু নগত ধনলৈ যায় ।
গৌৰীপুৰ গেৰামাৰী ৩য় খণ্ড গাওঁৰ আব্দুল মোন্নাফৰ ঘৰত ডকাইতি কাণ্ডৰ। কৰ্ম সুত্ৰে বাহিৰত থকা সুযোগত  ঘৰৰ তলা ভাঙি 
চাৰিলাখ টকা, সোনৰ আৰু ৰূপাৰ আ আলংকাৰ আৰু প্ৰজনীয় নথী পত্ৰ লৈ যোৱাৰ অভিযোগ।ঘটনা সন্দৰ্ভত কেইগৰাকী ব্যেক্তীৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ভুক্তভুগি পত্নীয়ে কি মন্তব্য কৰে আমি শুনাই লৈছোঁ।
    user_Aminur Rahman
    Aminur Rahman
    গৌৰীপুৰ, ধুবুৰী, অসম•
    1 hr ago
  • সকলোৱে Support কৰিব NE 24 ASSAM উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যম।
    1
    সকলোৱে Support কৰিব NE 24 ASSAM উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল মাধ্যম।
    user_NE 24 ASSAM MEDIA NETWORK
    NE 24 ASSAM MEDIA NETWORK
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    1 hr ago
  • সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান । । #NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations
    1
    সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ  সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
সাপটগ্ৰাম ৰয়েল একাডেমীত উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ  সন্থা (নেমছু)ৰ বিলাসীপাৰা জিলা সমিতিৰ অন্তৰ্গত সাপটগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান
।
।
#NEMSU #সাপটগ্ৰাম #ৰয়েল_একাডেমী #সম্বৰ্ধনা_অনুষ্ঠান #উচ্চ_মাধ্যমিক_পৰীক্ষা #ছাত্ৰ_ছাত্ৰী #বিলাসীপাৰা #ধুবুৰী #অসম #Education #StudentAchievement #HSResult #Congratulations
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    3 hrs ago
  • ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    1
    ধুবুৰীৰ ধৰ্মশালা গাঁও পঞ্চায়তৰ সভানেত্ৰী জানোবি মণ্ডল আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে জাল নথিৰে প্ৰৱঞ্চনা আৰু আদালতক প্ৰতাৰণাৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। বাল্যবিবাহৰ গোচৰৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুত্ৰৰ দুটা ভিন্ন জন্ম তাৰিখৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    18 hrs ago
  • আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    1
    আজি ধৰ্মশালা থানাৰ ওচৰত Study Point টিউচন চেণ্টাৰৰ শুভ উদ্বোধন কৰা হয়। ইয়াত অভিজ্ঞ আৰু দক্ষ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে অতি কম খৰচত মানসম্পন্ন শিক্ষা লাভ কৰিব পাৰিব।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    19 hrs ago
  • গোলকগঞ্জৰ তামাৰহাটৰ মুছলমানপাৰাত এখন দ গাঁতত গা ধুবলৈ গৈ ৭ বছৰীয়া ছাত্ৰ হাছিদুল শ্বেখ নিৰুদ্দেশ হয়। বিদ্যালয়ৰ পৰা আহি ঘৰৰ কাষতে থকা নীতি বহিৰ্ভূতভাৱে খন্দা এই গাঁতটোত তেওঁ পৰিছিল। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    1
    গোলকগঞ্জৰ তামাৰহাটৰ মুছলমানপাৰাত এখন দ গাঁতত গা ধুবলৈ গৈ ৭ বছৰীয়া ছাত্ৰ হাছিদুল শ্বেখ নিৰুদ্দেশ হয়। বিদ্যালয়ৰ পৰা আহি ঘৰৰ কাষতে থকা নীতি বহিৰ্ভূতভাৱে খন্দা এই গাঁতটোত তেওঁ পৰিছিল। এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
    user_The News অসম 24
    The News অসম 24
    Local News Reporter গোলাকগঞ্জ অংশ, ধুবুৰী, অসম•
    23 hrs ago
  • আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ    -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ জানি আমার নবীর পক্ষে সবই আছে #creator #lifeisbutadream #islamicvideo #islamicshorts #duet #mohammad আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ -কালেমার দাওয়াত! 🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰 -লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
    1
    আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ 
   -কালেমার দাওয়াত!
🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰
-লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
জানি আমার নবীর পক্ষে সবই আছে #creator #lifeisbutadream #islamicvideo #islamicshorts #duet #mohammad আমি মারা গেলেও এই কালিমার দাওয়াতটা থেকে যাবে ইনশাল্লাহ 
-কালেমার দাওয়াত!
🌸 لَا اِلَهَاِلّا اللهُمَحَمّدُرّسُوْلُالله(ﷺ)__🥰
-লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুর রাসুলুল্লাহ সাঃ
    user_Jahir khan
    Jahir khan
    Farmer কলগাছিয়া, বৰপেটা, অসম•
    13 min ago
  • অসমৰ এন ডি এ বিধায়িনী দলে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰে।
    1
    অসমৰ এন ডি এ বিধায়িনী দলে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যপাল শ্ৰীলক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই সাক্ষাতত তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰে।
    user_NE 24 ASSAM MEDIA NETWORK
    NE 24 ASSAM MEDIA NETWORK
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.