logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

2 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
2 hrs ago

ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

More news from অসম and nearby areas
  • চোৰাং ঔষধৰ পিছত এইবাৰ এলুমনিয়াম তাঁৰেৰে ভৰিছে ঘগ্ৰাপাৰ থানা৷* *এজন দুজন নহয়,এটা ৰাতিতে কৰায়ত্ব ৮ জনকৈ তাঁৰ চোৰ৷*
    1
    চোৰাং ঔষধৰ পিছত এইবাৰ এলুমনিয়াম তাঁৰেৰে ভৰিছে ঘগ্ৰাপাৰ থানা৷*

*এজন দুজন নহয়,এটা ৰাতিতে কৰায়ত্ব ৮ জনকৈ তাঁৰ চোৰ৷*
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    7 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
    user_C&AC News 24x7ne
    C&AC News 24x7ne
    Local News Reporter Guwahati, Kamrup Metro•
    2 hrs ago
  • নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    1
    নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান #BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
    1
    মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান


মন্দিয়াত পোষণ মেলা | শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ বাবে সজাগতা অভিযান
#BarpetaKhabar #বৰপেটাখবৰ #NewsUpdate #PoshanMela #Mandia
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    1
    নগাঁও লোকসভাৰ উপ নিৰ্বাচন: মুছলমান সমাজক কি আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰীয়ে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    15 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ নাৰেংকাতি গাঁৱত কৰম পূজা উদ্‌যাপন
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    16 hrs ago
  • বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয় হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী #NewsUpdate #city #guwahati
    1
    বশিষ্ঠ আৰক্ষীৰ জালত হাই-প্ৰফাইল চো/ৰ দম্পতী
চু/ৰিৰ টকাৰে বিলাসী জীৱন, ক্ৰিকেট দল ক্ৰয়
হঠাৎ বিলাসী গাড়ী-সম্পত্তিৰ মালিক হৈছিল দম্পতী
দিনদুপৰতে গুৱাহাটীত চলাইছিল ধাৰাবাহিক লু/ট
ভেটাপাৰাত গ্ৰীল ভাঙি লু/টপাত চলাইছিল ‘মেলা’ গে/ঙে
চুৰি সামগ্ৰী ক্ৰয় কৰি জালত ২ সহযোগী

#NewsUpdate #city #guwahati
    user_Democracy Time
    Democracy Time
    Photographer ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    23 hrs ago
  • ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
    1
    ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰঃউদ্ধাৰ বহিঃ ৰাজ্যৰ দুই যুৱক সহ তিনিজনক উদ্ধাৰ 
ৰঙিয়াত আজি দিনৰ ভাগত আৰক্ষীয়ে চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰ এটি উৎখাত কৰাৰ লগতে তিনিজনকৈ যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ৰঙিয়া সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া নগৰস্থিত ৰেল ষ্টেচনৰ সমীপৰ  মুকুট আলী নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত তিনিওজন যুৱকক এটা কোঠালীৰ পৰা উদ্ধাৰ কৰা হয়।কোনো অসাধু চক্ৰই বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে  ৰঙিয়ালৈ যুৱক তিনিজনক আনি মুকুট আলীক শোধাই দিছিল।ইয়াৰে দুজন যুৱক ত্ৰিপুৰাৰ যদিও আনজন যুৱক সোনাপুৰৰ বুলি জানিব পৰা গৈছে।বহিঃ ৰাজ্যৰ যুৱকদুজনে কৰ্মসংস্থাপন বিচাৰি গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ সুযোগতে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰে ।আনহাতে আনজন যুৱককো বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে মুকুট আলীৰ ঘৰত ৰখাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই তিনিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পোৱা মাত্ৰকে মুকুট আলীয়ে পলায়ন কৰে।আৰক্ষীয়ে উদ্ধাৰকৃত যুৱক তিনিজনক ৰঙিয়া থানালৈ লৈ অহাৰ সমান্তৰালকৈ মুকুট আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.